প্ৰাণীৰ পৰিপুষ্টি
১. মানুহৰ দাঁতৰ সংখ্যা কিমান টা ?
1) ৩৩ টা
2) ৩২ টা
3) ৩৪ টা
Ans: ৩২ টা
২. এপাৰিত সৰ্বমুঠ কিমান টা দাঁত থাকে ?
1) ১৪ টা
2) ১২ টা
3) ১৬ টা
Ans: ১৬ টা
৩. মানুহৰ খাদ্যৰ মূল উপাদান কেইটা ?
1) ৬ টা
2) ৭ টী
3) ৫ টা
Ans: ৬ টা
৪. গ্ৰসনী অংশ এডাল কিমান ছেঃমিঃমান দীঘল নলীত মুক্ত হয় ?
1) ২৪ ছেঃমিঃ
2) ২২ ছেঃমিঃ
3) ২৫ ছেঃমিঃ
Ans: ২৫ ছেঃমিঃ
৫. ক্ষুদ্ৰান্ত্ৰৰ পিছৰ ১.৫ মিটাৰ দৈৰ্ঘ্যৰ ক্ষুদ্ৰান্ত্ৰতকৈ বহল নলীডালক কি বোলে ?
1) গ্ৰাসনলী
2) বৃহদান্ত্ৰ
3) গ্ৰসিকা
Ans: বৃহদান্ত্ৰ
৬। মুখৰ পৰা আধা হজম হোৱা খাদ্য কিহৰ মাজেদি পাকস্থলীলৈ যায় ?
1) গ্ৰাসনলী
2) ক্ষুদ্ৰান্ত্ৰ
3) গ্ৰসিকাৰ
Ans: গ্ৰসিকাৰ
৭। গ্ৰসিকাত খাদ্য পাচন ?
1) হয়
2) নহয়
3) এটাও নহয়
Ans: নহয়
৮। শোষিত খাদ্যবোৰ তেজে শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত ?
1) কৰে
2) নকৰে
3) ওপৰত দিয়া এটাও নহয়
Ans: কৰে
৯। মানুহৰ পাচনতন্ত্ৰ কিহৰে গঠিত ?
1) গ্ৰসিকা আৰু গ্ৰাসনলী
2) পৌষ্টিক নলী আৰু পাচন
3) পৌষ্টিক নলী আৰু পাচক গ্ৰন্থি
Ans: পৌষ্টিক নলী আৰু পাচক গ্ৰন্থি
১০। শোষণ হোৱা পদাৰ্থবোৰক কি নলীয়েদি দেহৰ বিভিন্ন অংশলৈ লৈ যোৱা হয় ?
1) গ্ৰাসনলী
2) ৰক্তবাহী
3) গ্ৰসিকা
Ans: ৰক্তবাহী
১১। ভিলাইবোৰত থকা কি জালিবোৰে সৰল খাদ্যবোৰ শোষণ কৰি লয় ?
1) ৰক্তকেশিকাৰ
2) ৰক্তবাহী
3) পাচন
Ans: ৰক্তকেশিকাৰ
১২। কিহৰ ভিতৰৰ বেৰখনত হাজাৰ হাজাৰ আঙুলিৰ দৰে বাহিৰলৈ ওলোৱা অংশ থাকে ?
1) বৃহদান্ত্ৰ
2) ক্ষুদ্ৰান্ত্ৰ
3) গ্ৰাসনলী
Ans: ক্ষুদ্ৰান্ত্ৰ
১৩। মানুৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি ?
1) পাকস্থলী
2) গ্ৰসনলী
3) যকৃত
Ans: যকৃত
১৪। সৰল খাদ্য ক্ষুদ্ৰান্ত্ৰ বেৰৰ ভিলাইত থকা কিহে শোষণ হয় ?
1) গ্ৰাসনলী
2) তেজৰ কৈশিক নলিকাই
3) গ্ৰসিকা
Ans: তেজৰ কৈশিক নলিকাই
১৫। অতিৰিক্ত গ্লুক'জসমূহ যকৃতত কি ৰূপত সঞ্চিত হৈ থাকে ?
1) পাচন
2) এচিড
3) গ্লাইক'জেন
Ans: গ্লাইক'জেন
১৬। আমি খোৱা খাদ্য় বোৰ এডাল দীঘল নলীৰ ভিতৰেদি পাৰ হৈ যায় সেই নলীডালৰ নাম কি?
1) গ্ৰসনী
2) পৌষ্টিক
3) পাকস্থলী
Ans: পৌষ্টিক
১৭। মুখগহ্বৰৰ পিছৰ অংশক কি বোলে?
1) দুগ্ধদন্ত
2) গ্ৰসনী
3) স্থীয়ী দাঁত
Ans: গ্ৰসনী
১৮। পাকস্থলীৰ পিছৰ অকোৱা-পকোৱা দীঘল নলীডালক কি বোলে?
1) ক্ষুদ্ৰান্ত্ৰ
2) বৃহদান্ত্ৰ
3) পাকচ গ্ৰন্থি
Ans: ক্ষুদ্ৰান্ত্ৰ
১৯। ইয়াৰ দৈৰ্ঘ্য় কিমান মিটাৰ?
1) ৭.৩
2) ৭.৫
3) ৮.৯
Ans: ৭.৫
২০। অগ্ন্য়াশয় ৰসত কি নামৰ এনজাইম থাকে?
1) ট্ৰিপছিন
2) ভিটামিন
3) স্নেহ পদাৰ্থ
Ans: ট্ৰিপছিন
Type Susmita Kakati