প্ৰাণীৰ পৰিপুষ্টি


১. মানুহৰ দাঁতৰ সংখ্যা কিমান টা ?

1) ৩৩ টা

2) ৩২ টা

3) ৩৪ টা

Ans: ৩২ টা


২. এপাৰিত সৰ্বমুঠ কিমান টা দাঁত থাকে ?

1) ১৪ টা

2) ১২ টা

3) ১৬ টা

Ans: ১৬ টা


৩. মানুহৰ খাদ্যৰ মূল উপাদান কেইটা ?

1) ৬ টা

2) ৭ টী

3) ৫ টা

Ans: ৬ টা


৪. গ্ৰসনী অংশ এডাল কিমান ছেঃমিঃমান দীঘল নলীত মুক্ত হয় ?

1) ২৪ ছেঃমিঃ

2) ২২ ছেঃমিঃ

3) ২৫ ছেঃমিঃ

Ans: ২৫ ছেঃমিঃ


৫. ক্ষুদ্ৰান্ত্ৰৰ পিছৰ ১.৫ মিটাৰ দৈৰ্ঘ্যৰ ক্ষুদ্ৰান্ত্ৰতকৈ বহল নলীডালক কি বোলে ?

1) গ্ৰাসনলী

2) বৃহদান্ত্ৰ

3) গ্ৰসিকা

Ans: বৃহদান্ত্ৰ


৬।  মুখৰ পৰা আধা হজম হোৱা খাদ্য কিহৰ মাজেদি পাকস্থলীলৈ যায় ?            

1) গ্ৰাসনলী

2) ক্ষুদ্ৰান্ত্ৰ

3) গ্ৰসিকাৰ

Ans: গ্ৰসিকাৰ


৭। গ্ৰসিকাত খাদ্য পাচন ?

1) হয়

2) নহয়

3) এটাও নহয়

Ans: নহয়


৮। শোষিত  খাদ্যবোৰ তেজে শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত  ?  

1) কৰে

2) নকৰে

3) ওপৰত দিয়া এটাও নহয়

Ans: কৰে


৯। মানুহৰ পাচনতন্ত্ৰ কিহৰে গঠিত ?

1) গ্ৰসিকা আৰু গ্ৰাসনলী

2) পৌষ্টিক নলী আৰু পাচন

3) পৌষ্টিক নলী আৰু পাচক গ্ৰন্থি

Ans: পৌষ্টিক নলী আৰু পাচক গ্ৰন্থি


১০। শোষণ হোৱা পদাৰ্থবোৰক কি নলীয়েদি দেহৰ বিভিন্ন অংশলৈ লৈ যোৱা হয় ?

1) গ্ৰাসনলী

2) ৰক্তবাহী

3) গ্ৰসিকা

Ans: ৰক্তবাহী


১১। ভিলাইবোৰত থকা কি জালিবোৰে সৰল খাদ্যবোৰ শোষণ কৰি লয় ?

1) ৰক্তকেশিকাৰ

2) ৰক্তবাহী

3) পাচন

Ans: ৰক্তকেশিকাৰ


১২। কিহৰ ভিতৰৰ বেৰখনত হাজাৰ হাজাৰ আঙুলিৰ দৰে বাহিৰলৈ ওলোৱা অংশ থাকে ?

1) বৃহদান্ত্ৰ

2) ক্ষুদ্ৰান্ত্ৰ

3) গ্ৰাসনলী

Ans: ক্ষুদ্ৰান্ত্ৰ


১৩। মানুৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি ?

1) পাকস্থলী

2) গ্ৰসনলী

3) যকৃত

Ans: যকৃত


১৪। সৰল খাদ্য ক্ষুদ্ৰান্ত্ৰ বেৰৰ ভিলাইত থকা কিহে শোষণ হয় ?                                            

1) গ্ৰাসনলী

2) তেজৰ কৈশিক নলিকাই

3) গ্ৰসিকা

Ans: তেজৰ কৈশিক নলিকাই


১৫। অতিৰিক্ত গ্লুক'জসমূহ যকৃতত কি ৰূপত সঞ্চিত হৈ থাকে  ?

1) পাচন

2) এচিড

3) গ্লাইক'জেন

Ans: গ্লাইক'জেন


১৬। আমি খোৱা খাদ্য় বোৰ এডাল দীঘল নলীৰ ভিতৰেদি পাৰ হৈ যায় সেই নলীডালৰ নাম কি?

1) গ্ৰসনী

2) পৌষ্টিক

3) পাকস্থলী

Ans: পৌষ্টিক


১৭। মুখগহ্বৰৰ পিছৰ অংশক কি বোলে?

1) দুগ্ধদন্ত

2) গ্ৰসনী

3) স্থীয়ী দাঁত

Ans: গ্ৰসনী


১৮। পাকস্থলীৰ পিছৰ অকোৱা-পকোৱা দীঘল নলীডালক কি বোলে?

1) ক্ষুদ্ৰান্ত্ৰ

2) বৃহদান্ত্ৰ

3) পাকচ গ্ৰন্থি

Ans: ক্ষুদ্ৰান্ত্ৰ


১৯। ইয়াৰ দৈৰ্ঘ্য় কিমান মিটাৰ?

1) ৭.৩

2) ৭.৫

3) ৮.৯

Ans: ৭.৫


 ২০। অগ্ন্য়াশয় ৰসত কি নামৰ এনজাইম থাকে?

1) ট্ৰিপছিন

2) ভিটামিন

3) স্নেহ পদাৰ্থ

Ans: ট্ৰিপছিন


Type Susmita Kakati