আঁহৰ পৰা কাপোৰলৈ


১।  চৌবাচ্চাৰ পানীৰ উষ্ণতা কিমান হ'ব লাগে ?

1) ৯০°c

2) ৫৪°c

3) ৬০°c

Ans: ৬০°c


২। কিমান দিনৰ পিছত পলুবোৰে খাবলৈ বন্ধ কৰে আৰু বাঁহৰ ডলাখনৰ খাঁজবোৰত লেটা তৈয়াৰ কৰে ?

1) ২০-২৫ দিন

2) ২০-৩০ দিন

3) ৩০-৪৫ দিন

Ans: ২০-৩০ দিন


৩। ভাৰতত ঊণ আহৰণ কৰিবৰ বাবে প্ৰধানকৈ কি পালন কৰা হয় ?

1) কুকুৰ

2) উট

3) ভেড়া

Ans: ভেড়া


৪। পাটপলুৰ জীৱনচক্ৰৰ কেইটা দশা বা স্তৰ থাকে ?

1) চাৰিটা

2) তিনিটা

3) পাঁচটা

Ans: চাৰিটা


৫। কোনটো প্ৰাণীৰ পৰা এংগোৰা ঊণ পোৱা যায় ?

1) ছাগলী

2) এংগোৰা শহাপহু

3) উট

Ans: এংগোৰা শহাপহু


৬। পাটপলুৰ খাদ্য কি ?

1) কঁঠাল গছৰ পাত

2) নিমগছৰ পাত

3) নুনিগছৰ পাত

Ans: নুনিগছৰ পাত


৭। কোনটো প্ৰাণীয়ে ঊণ নিদিয়ে ?

1) য়াক

2) নোমাল কুকুৰ

3) ছাগলী

Ans: নোমাল কুকুৰ


৮। পাটসূতা আহৰণৰ কাৰণে কি লোৱা হয় ?

1) ঊণ

2) লেটা

3) এদ'ম লেটা

Ans: এদ'ম লেটা


৯। পাট কেইবিধ ?

1) পাঁচ বিধ

2) চাৰি বিধ

3) তিনি বিধ

Ans: পাঁচ বিধ


১০। কিহৰ পৰা ঊণ সূতা প্ৰস্তুত কৰা হয় ?

1) ৰেচম

2) আঁহ

3) ওপৰত দিয়া এটাও নহয়

Ans: আঁহ


১১। মুণ্ডন ব্যৱহাৰ কৰোঁতে কিহৰ পৰা নোমবোৰ সংগ্ৰহ কৰা হয় ?  

1) উট

2) য়াক

3) ভেড়া

Ans: ভেড়া


১২। কিহৰ পৰা প্ৰস্তুত কৰা ঊণবিলাক কোলম আৰু ৰেছমী আৰু উজ্জল হয় ?

1) আলপাকা

2) উট

3) য়াক

Ans: আলপাকা


১৩। ছাগলী নোমৰ পৰাও ঊণ পোৱা ?

1) নাযায়

2) যায়

3) এটাও নহয়

Ans: যায়


১৪। কাশ্মীৰী ছাগলীৰ নোমবোৰ বৰ ?

1) কোমল

2) ডাঠ

3) এটাও নহয়

Ans: কোমল


১৫। লামা আৰু আলপাকা ক'ত পোৱা যায় ?

1) জম্মু-কাশ্মীৰ

2) চিকিম

3) দক্ষিণ আমেৰিকাত

Ans: দক্ষিণ আমেৰিকাত


১৬। বতাহ, ধুমুহা, বৰষুণ আদিৰ পৰা হাত সাৰিবলৈ আমাক কিহৰ প্ৰয়োজন?

1) বাসস্থানৰ

2) খাদ্য়ৰ

3) বস্ত্ৰ

Ans: বাসস্থানৰ


১৭। পাটপলুবোৰ কিহৰ কণীৰ পৰা হোৱা পোৱালি?

1) জীৱনচক্ৰৰ

2) পাটচকৰিৰ

3) ভেড়াৰ

Ans: পাটচকৰিৰ


১৮। কিহৰ দ্বাৰা পাটৰ আহঁবোৰ গঠিত হয়?

1) পানীৰ

2) ভিটামিনৰ

3) প্ৰ'টিনৰ

Ans: প্ৰ'টিনৰ


১৯। তাঁতী বা শিপিনীয়ে পাটসূতাবোৰ শালত বৈ কি সূতা তৈয়াৰ কৰে?

1) পাট সূতা

2) নুনিপাটৰ সূতা

3) এৰী সূতা

Ans: পাট সূতা


২০। পাটসূতা আহৰণৰ কাৰণে কি লোৱা হয়?

1) এদ'ম

2) পলু

3) ভেড়া

Ans:  এদ'ম


Type Susmita Kakati