তাপৰ ধাৰণা


১। এজন সুস্থ মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান চেলছিয়াছ ?

1) ৩০°c

2) ৪৫°c

3) ৩৭°c

Ans: ৩৭°c


২। এটা সাধাৰণ পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰৰ ক্ষমতা কিমান ?

1) ৩০°c ৰ পৰা ২০°c

2) ১০°c ৰ পৰা ১১০°c

3) ২৫° ৰ পৰা ৩৯°c

Ans: ১০°c ৰ পৰা ১১০°c


৩। তাপ কেইপ্ৰকাৰত সঞ্চালন কৰা হয় ?                                      

1) চাৰি প্ৰকাৰ

2) পাঁচ প্ৰকাৰ

3) তিনি প্ৰকাৰ

Ans: তিনি প্ৰকাৰ


৪। চুই চাই বস্তুৰ উষ্ণতা জোখা পদ্ধতি সঠিক ?

1) হয়

2) নহয়

3) এটাও নহয়

Ans: নহয়


৫। ঊলৰ কাপোৰে কি দিনত আমাৰ শৰীৰ গৰম কৰি ৰাখে ?

1) ঠাণ্ডাৰ দিনত

2) গৰম দিনত

3) ওপৰত দিয়া এটাও নহয়

Ans: ঠাণ্ডাৰ দিনত


৬। যিবিলাক পদাৰ্থৰ মাজেৰে তাপ সহজে গতি কৰে তাক কি বোলে ?

1) কুপৰিবাহী

2) সুপৰিবাহী

3) ওপৰত দিয়া এটাও নহয়

Ans: সুপৰিবাহী


৭। কি পালে পাৰাৰ আয়তন বৃদ্ধি পায় ?

1) তাপ

2) বায়ু

3) অক্সিজেন

Ans: তাপ


৮। দিনৰ ভাগত মাটিভাগতকৈ সোনকালে কি হয় ?

1) ঠাণ্ডা

2) গৰম

3) উষ্ণতা বৃদ্ধি হয়

Ans: গৰম


৯। মমবাতিৰ শিখাৰ তাপে কিহৰ ওপৰৰ বায়ুৰ ঘনত্ব কমায় ?

1) লোৰ

2) তাম

3) তাৰ

Ans: তাৰ


১০। কি ৰঙে তাপ শোষণ নকৰে ?

1) ক'লা

2) বগা

3) নীলা

Ans: বগা


১১।  এবিধ শক্তিক আন এবিধ শক্তিলৈ নিব পাৰি ?

1) শুদ্ধ

2) অশুদ্ধ

3) এটওনহয়

Ans: শুদ্ধ


১২। কি শক্তি পোহৰ শক্তিলৈ ৰূপান্তৰিত হয় ?

1) বিদ্যুৎ

2) তাপ

3) ওপৰত দিয়া এটাও নহয়

Ans: তাপ


১৩। উষ্ণতাই তাপৰ মাত্ৰা প্ৰকাশ নকৰে ?

1) অশুদ্ধ

2) শুদ্ধ

3) ওপৰত দিয়া এটাও নহয়

Ans: অশুদ্ধ


১৪। গতি শক্তি এবিধ যান্ত্ৰিক শক্তি ?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: অশুদ্ধ


১৫। তাপ পালে জুলীয়া আৰু গেছীয় পদাৰ্থ পাতল হয় ?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ


১৬। জ্বৰ জোখা যন্ত্ৰটোৰ নাম কি?

1) থাৰ্ম'মিটাৰ

2) হাইদ্ৰ'মিটাৰ

3) চেন্টি'মিটাৰ

Ans: থাৰ্ম'মিটাৰ


১৭। কয়লা জ্বলিলে ৰাসায়নিক শক্তি কি শক্তিলৈ পৰিৱৰ্তন হয়?

1) জল শক্তিলৈ

2) তাপ শক্তিলৈ

3) বিদ্য়ুৎ শক্তিলৈ

Ans: তাপ শক্তিলৈ


১৮। তাপ সঞ্চালনৰ তৃতীয়বিধ প্ৰথাৰ নাম কি?

1) পৰিবহণ

2) পৰিচলন

3) বিকিৰণ

Ans: বিকিৰণ


১৯। কোনটো প্ৰক্ৰিয়াত পাৰ্থিৱ মাধ্য়মৰ প্ৰয়োজন নাই?

1) বিকিৰণ

2) পৰিবহণ

3) পৰিচলন

Ans: বিকিৰণ 


২০। সূৰ্যৰ পৰা তাপ শক্তি কি প্ৰক্ৰিয়াৰ দ্বাৰা চাৰিওফালে সঞ্চালিত হয়?

1) বাষ্পীয় প্ৰক্ৰিয়াৰ

2) বিকিৰণ প্ৰক্ৰিয়াৰ

3) পৰিবহণ প্ৰক্ৰিয়াৰ

Ans: 

Type Susmita Kakati