ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন

১। আমাৰ চৌদিশে হৈ থকা পৰিৱৰ্তনবোৰ কি ?

1) ৰাসায়নিক

2) প্ৰাকৃতিক

3) জৈৱিক

Ans: প্ৰাকৃতিক


২। পদাৰ্থ পৰিৱৰ্তনবোৰ প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?

1) দুটা

2) তিনিটা

3) চাৰিটা

Ans: দুটা


৩। পানী কেইটা অৱস্থাত থাকিব পাৰে ?

1) দুটা

2) তিনিটা

3) চাৰিটা

Ans: তিনিটা


৪। অসমৰ মানুহৰ মূল আহাৰ কি?

1) ৰুটী

2) ভাত

3) ফল-মূল

Ans: ভাত


৫। কিহৰ পৰা ভাত ৰন্ধা হয় ?

1) সাৰৰ

2) চাউলৰ

3) আটাৰ

Ans: চাউলৰ


৬। আমাৰ চাৰিওফালে কি পৰিৱৰ্তন ঘটি আছে?

1) জৈৱিক

2) ৰাসায়নিক

3) ভৌতিক

Ans: ৰাসায়নিক


৭। লোৰ সজুঁলিৰ ওপৰত দস্তাৰ প্ৰলেপ দিয়াকে কি বোলে ?

1) দস্তালেপন

2) পৰীক্ষা

3) পদাৰ্থ

Ans: দস্তালেপন


 ৮। পদাৰ্থৰ পৰিৱৰ্তন কেইটা কি কি ?

1) জৈৱিক আৰু অজৈৱিক

2) ৰাসায়নিক আৰু ভৌতিক

3)ক্ষাৰক আৰু লৱন

Ans: ৰাসায়নিক আৰু ভৌতিক


৯। কমাৰে লোৰ সঁজুলি নগঢ়ে ?

1) শুদ্ধ

2) অশুদ্ধ

3) ওপৰৰ এটাও নহয়

Ans: অশুদ্ধ


১০। পদাৰ্থৰ আকাৰ, আকৃতি, ৰং আৰু অৱসথাক কি বুলি কোৱা হয়?

1) লিটমাছ

2) ভৌতিক

3) ৰাসায়নিক

Ans: ৰাসায়নিক


১১। কেঁচা আম টেঙা কিন্তু পকিলে মিঠা হয়। এয়া ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন?

1) ভৌতিক

2) ৰাসায়নিক

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ভৌতিক


১২। ৰন্ধন গেছ জ্বলালে কি কি সৃষ্টি হয়?

1) ধোৱা আৰু তাপ

2) পোহৰ আৰু ধোৱা

3) তাপ আৰু পোহৰ

Ans: তাপ আৰু পোহৰ


১৩। ৰন্ধন গেছ জ্বলালে কি গেছ উৎপন্ন হয়?

1) অক্সিজেন

2) কাৰ্বন-ডাই-অক্সাইড

3) নাইট্ৰজেন

Ans: কাৰ্বন-ডাই-অক্সাইড


১৪। কি পৰিৱৰ্তনৰ ফলত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়?

1) ভৌতিক পৰিৱৰ্তন

2) ৰাসায়নিক পৰিৱৰ্তন

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ভৌতিক পৰিৱৰ্তন


১৫। জলীয় বাষ্পৰ উপস্থিতিত লো বায়ুৰ অক্সিজেনৰ লগত কি ভাৱে যোজিত হৈ মামৰ সৃষ্টি কৰে?

1) ভৌতিকভাৱে

2) ৰাসায়নিকভাৱে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ৰাসায়নিকভাৱে


১৬। অম্ল আৰু ক্ষাৰকে কি বিনাশ কৰে?   

1) স্বধৰ্ম

2) ভৌতিকধৰ্ম

3) ৰাসায়নিকধৰ্ম

Ans: স্বধৰ্ম


১৭। অলপ চূণপানী সংগ্ৰহ কৰি ইয়াৰ মাজেদি গেছটো যাবলৈ দিলে চূণপানীখিনি কি হোৱা দেখা যায়?

1) ঘোলা হোৱা

2) বুৰবুৰণি হোৱা

3) নিলা হোৱা

Ans: ঘোলা হোৱা


১৮। কাৰ্বন-ডাই-অক্সাইড গেছে চূণপানীৰ লগত কি বিক্ৰিয়া কৰি অদ্ৰৱণীয় কেলছিয়াম কাৰ্বনেট সৃষ্টি কৰে?

1) ক্ষাৰক বিক্ৰিয়া

2) ভৌতিক বিক্ৰিয়া

3) ৰাসায়নিক বিক্ৰিয়া

Ans: ৰাসায়নিক বিক্ৰিয়া


১৯। সেইবাবে চূণপানী কি হয়?

1) নিলা

2) ঘোলা

3) ৰঙা

Ans: ঘোলা


২০। এক বা ততোধিক নতুন পদাৰ্থ উৎপন্ন হোৱা পৰিৱৰ্তনক কি পৰিৱৰ্তন বোলে?

1) ভৌতিক পৰিৱৰ্তন

2) ৰাসায়নিক পৰিৱৰ্তন

3) ক্ষাৰক পৰিৱৰ্তন

Ans: ৰাসায়নিক পৰিৱৰ্তন


Type Susmita Kakati