বতৰ, জলবায়ু আৰু জলবায়ুৰ সৈতে  প্ৰাণীৰ অভিযোজন


১। গ্ৰীষ্মকালৰ উষ্ণতা কিমান ছেলছিয়াচ ?

1) ৩৫॰

2) ৪০॰

3) ৮৫॰

Ans: ৪০॰


২। মেৰু অঞ্চল অতিশয় কি হয়?

1) গৰম

2) শীতল

3) ওপৰৰ এটাও নহয়

Ans: শীতল


৩। তালিকা দুখনত ভাৰতবৰ্ষৰ কেইখন ঠাইৰ জলবায়ুৰ অৱস্থা দিয়া হৈছে ?

1) তিনিখন

2) দুখন

3) এখন

Ans: দুখন


৪। বৃষ্টিমান যন্ত্ৰৰ দ্বাৰা কি জোখা হয় ?

1) ভূমিকম্প

2) বৰষুণ

3) ওজন

Ans: বৰষুণ


৫। প্ৰত্যেকটো মাহৰ উষ্ণতা মধ্যক কিমানটা স্তৰত উলিওৱা হয়?

1) দুটা

2) তিনিটা

3) চাৰিটা

Ans: দুটা


৬। মেৰু অঞ্চলত কিহেৰে আৱৰি থাকে ?

1) বৰফেৰে

2) গছেৰে

3) নোমেৰে

Ans: বৰফেৰে


৭। উষ্ণতা মধ্যক দিয়া ঠাই দুখনৰ নাম কি কি ?

1) মৰিগাঁও আৰু গুৱাহাটী

2) জন্মু আৰু কেৰেলা

3) কাশ্মীৰ আৰু বঙাইগাঁও

Ans: জন্মু আৰু কেৰেলা


৮।দক্ষিণ মেৰুৰ ওচৰত থকা এখন বিখ্যাত দেশৰ নাম লিখা?

1) ভাৰত

2) চীন

3) ৰাছিয়া

Ans: ৰাছিয়া


৯। জম্মু-কাশ্মীৰৰ তুলনাত কেৰেলাৰ জলবায়ু কি ?

1) গৰম

2) বতৰ

3) ঠাণ্ডা

Ans: গৰম


১০। বিযুৱীয় বৰ্যাৰণ্য অঞ্চলত পোৱা এবিধ প্ৰাণীৰ নাম লিখা।

1) কীট-পতংগ

2) পৰুৱা

3) বগলী

Ans: কীট-পতংগ


১১। উষ্ণতা, আৰ্দ্ৰতা আৰু আন কাৰকবোৰক কি বোলে?

1) বতৰৰ কনটেইনাৰ

2) বতৰৰ উপাদান

3) সংগ্ৰহীত ফানেল

Ans: বতৰৰ উপাদান


১২। বতৰৰ পৰিৱৰ্তনবোৰ কাৰ বাবে হয়?

1) বতৰৰ বাবে

2) সূৰ্যৰ বাবে

3) উচ্চতাৰ বাবে

Ans: সূৰ্যৰ বাবে


১৩। বতৰ বিজ্ঞানীয়ে প্ৰত্য়েক দিনৰ বতৰ কি কৰে?

1) জোখে

2) লিপিবদ্ধ কৰে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: লিপিবদ্ধ কৰে


১৪। পৃথীৱীৰ জৈৱ সম্প্ৰদায়ৰ বিস্তৃতি কিহে নিৰ্ধাৰণ কৰে?

1) মানুহে

2) বৰষুণে

3) জলবায়ুয়ে

Ans: জলবায়ুয়ে


১৫। পৃথিৱীৰ ভিন ভিন অঞ্চলৰ জলবায়ু কি হয়?

1) ভিন ভিন

2) একে

3) অধিক

Ans: ভিন ভিন


১৬। মেৰু অঞ্চলত কেইমাহ সূৰ্য অস্ত নাযায়?

1) দুমাহ

2) তিনিমাহ

3) ছয়মাহ

Ans: ছয়মাহ


১৭। বগা ভালোকৰ দৰে পেংগুইনেও কি কৰিব পাৰে?

1) খেলিব

2) সাঁতুৰিব

3) দৌৰিব

Ans: সাঁতুৰিব


১৮। গৰমৰ দিনত শাৰীৰিক কাম-কাজবোৰৰ বাবে কিহৰ প্ৰয়োজন?

1) পানীৰ

2) আহাৰৰ

3) ঠাণ্ডাৰ

Ans: ঠাণ্ডাৰ


১৯। অনুকূল জলবায়ুৰ বাবে বৃহৎসংখ্য়ক উদ্ভিদ আৰু প্ৰাণী গ্ৰীষ্মমণ্ডলীয় কি অঞ্চলত পোৱা যায়?

1) বৰ্ষাৰণ্য় অঞ্চলত

2) মেৰু অঞ্চলত

3) পাহাৰীয়া অঞ্চলত

Ans: বৰ্ষাৰণ্য় অঞ্চলত


২০। অত্য়ন্ত শীতৰ পৰা উদ্ধাৰ পাবৰ বাবে আন এটা ব্য়ৱস্থা কি?

1) গৰম কাপোৰ পিন্ধা

2) শীতৰ কাপোৰ পিন্ধা

3) প্ৰব্ৰজন

Ans: প্ৰব্ৰজন


Type Susmita Kakati