মাটি

১। মাটি কি?

1) আশ্ৰয় স্থল

2) বতাহ

3) ঘৰ

Ans: আশ্ৰয় স্থল


২। মাটি প্ৰদূষিত কৰা আন পদাৰ্থ এবিধৰ নাম লিখা।

1) ৰাসায়নিক

2) কেঁচু সাৰ

3)হিউমাছ

Ans: ৰাসায়নিক


৩। কিহৰ ফলত শিল ভাঙি মাটি উৎপন্ন হয় ?

1) পানীৰ ফলত

2) জীৱৰ ফলত

3) বৰণৰ ফলত

Ans: পানীৰ ফলত


৪। বিভিন্ন আকাৰৰ কণিকাবোৰৰ অনুপাতত ভিত্তি কৰি মাটি কেইটা ভাগত বিভক্ত কৰা হৈছে ?

1) দুটা

2) তিনিটা

3)চাৰিটা

Ans:  তিনিটা


৫। ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ সমান থকা মাটিক কি মাটি বোলে?

1) আলতীয়া মাটি

2) দোমোজা মাটি

3) বালিচহীয়া মাটি

Ans: দোমোজা মাটি


৬। মিহি কণিকাৰ অনপাত তুলনামূলকভাৱে অধিক থকা মাটিক কি বোলে?

1) দোমোজা মাটি

2) আলতীয়া মাটি

3) হিউমাছ

Ans:  আলতীয়া মাটি


৭। পানী, বতাহ, বা বৰফৰ দ্বাৰা মাটিৰ ক্ষয় যোৱাকে মাটিৰ কি বোলে ?

1) ক্ষয়ীভৱন বোলে

2) সংৰক্ষন বোলে

3) শস্য বোলে

Ans: ক্ষয়ীভৱন বোলে


৮। কৃষিৰ বাবে কিহৰ আৱশ্যক ?

1) মাটিৰ

2) ধাণৰ

3) অন্ন

Ans: মাটিৰ


৯। মাটিত থকা এবিধ মৃত বিয়োজিত পদাৰ্থৰ নাম লিখা।

1) শীৰ্ষ মৃত্তিকা

2) হিউমাছ

3) বিচূৰ্ণভৱন

Ans: হিউমাছ


১০। বায়ু, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি কিহৰ উৎপন্ন  হয় ?                                                                                                                                                      
1) মাটি

2) বৰষুণ

3) উদ্ভিদ

Ans: মাটি


১১। আমাৰ জীৱন গভীৰভাৱে কাৰ ওপৰত নিৰ্ভৰশীল?

1) মানুহৰ

2) প্ৰাণীৰ

3) মাটিৰ

Ans: মাটিৰ


১২। উদ্ভিদৰ বৃদ্ধি কাৰ সহায়ত হয়?

1) মাটিৰ

2) পানীৰ

3) মানুহৰ

Ans: মাটিৰ


১৩। কোনে অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে?

1) বিয়োজিত পদাৰ্থয়ে

2) হিউমাছে

3) মাটিয়ে

Ans: মাটিয়ে


১৪। ভিন ভিন প্ৰকাৰৰ মাটিৰ গঠনাত্মক উপাদান কি হয়?

1) ভিন ভিন

2) একে

3) বেলেগ

Ans: ভিন ভিন


১৫। শিলাখণ্ডৰ বিচূৰ্ণীভৱনৰ ফলত পদাৰ্থৰ কি সৃষ্টি হয়?

1) মিশ্ৰণ

2) গঠনাত্মক

3) সৰু সৰু কণিকা

Ans: সৰু সৰু কণিকা


১৬। শিলৰ কণিকাবোৰ আৰু হিউমাছৰ মিশ্ৰণটোক কি বোলা হয়?

1) মাটি

2) পানী

3) বায়ু

Ans: মাটি


১৭। বালিৰ কণিকাবোৰৰ আকাৰ কেনে কোৱা?

1) সৰু

2) বহল

3) ডাঙৰ

Ans: ডাঙৰ


১৮। আলতীয়া মাটিত কি কম পৰিমাণে থাকে?

1) পানী

2) বায়ু

3) উদ্ভিদ

Ans: বায়ু


১৯। বালিচহীয়া মাটিতকৈ বেছি পানী ধৰি ৰখা বাবে আলতীয়া মাটি কি হয়?

1) সাৰুৱা

2) গধুৰ

3) পাতল

Ans: গধুৰ


২০। উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি উত্তম মাটিৰ নাম কি?

1) দোমোজা মাটি

2) আলতীয়া মাটি

3) বালিচহীয়া মাটি

Ans: দোমোজা মাটি


Type Susmita Kakati