জীৱৰ শ্বাস-প্ৰশ্বাস

১। আমি সাধাৰণতে কিহেৰে উশাহ লওঁ ?

1) ভৰিৰে

2)নাকেৰে

3) ডিঙিৰে

Ans: নাকেৰে

২। নাকৰ সমূখত থকা ৰন্ধ্ৰ দুটাক কি বোলে ?

1) শ্বাসতন্ত্ৰ

2) ৰক্তনলিকা

3) নাসাৰন্ধ্ৰ

Ans: নাসাৰন্ধ্ৰ

৩। এমিবাৰ বিশেষ শ্বাসতন্ত্ৰ আছে ?

1) শুদ্ধ

2) অশুদ্ধ

3) ওপৰৰ এটাও নহয়

Ans: অশুদ্ধ

৪। পঁইতাচোৰা এবিধ কি ?

1) জন্তু

2) পতংগ

3) জীৱ

Ans: পতংগ

৫। কেচুঁয়ে উশাহ-নিশাহ লয়?

1) শুদ্ধ

2) অশুদ্ধ

3) ওপৰৰ দুয়োটা

Ans: শুদ্ধ

৬। দিনে-ৰাতি উদ্ভিদৰ সকলো সজীৱ কোষত ক'ত চলি থাকে?

1) শ্বাস-প্ৰশ্বাসত

2) পত্ৰৰন্ধ্ৰত

3) ছিদ্ৰবোৰত

Ans: শ্বাস-প্ৰশ্বাসত

৭। উশাহত উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ নামৰ সৰু সৰু বিন্ধাৰে কৰ ভিতৰলৈ সোমায় যায় ?

1) জীৱৰ

2) বায়ুৰ

3) গ্লুক'জ

Ans: বায়ুৰ

৮। বায়ুত থকা অম্লজান অংশ পানীত মিহলি হৈ ক'ত থকা খাদ্য জাৰিত হয় ?

1) জীৱবীজত

2) উদ্ভিদত

3) সংশ্লেষত

Ans: জীৱবীজত

৯। বায়ু পাতৰ ক'ত বিয়পি পৰে ?

1) উদ্ভিদত

2) মধ্যকলাত

3) কণিকাবোৰত

Ans: মধ্যকলাত

১০। মাছে কিহৰ সহায়ত শ্বাস-প্ৰশ্বাস লয় ?

1) গছৰ

2) ফুলৰ

3) ইষ্টৰ

Ans: ফুলৰ

১১। শ্বাস-প্ৰশ্বাস বুলি ক'লে কি বুজা?

1) উশাহ-নিশাহ

2) খাদ্য় নলী

3) প্ৰাণী

Ans: উশাহ-নিশাহ

১২। নিশাহত আমি কি গেছ এৰি দিও?

1) অক্সিজেন

2) কাৰ্বন-ডাই-অক্সাইড

3) নাইট্ৰজেন

Ans: কাৰ্বন-ডাই-অক্সাইড

১৩। উশাহত আমি কি গেছ লওঁ?

1) নাইট্ৰজেন

2) অক্সিজেন

3) কাৰ্বন-ডাই-অক্সাইড

Ans: অক্সিজেন

১৪। উশাহ-নিশাহৰ সৈতে জড়িত হৈ থকা অংগসমূহক একেলগে কি বোলা হয়?

1) ৰন্ধ্ৰ

2) শ্বাসতন্ত্ৰ

3) নাসাগহ্বৰ

Ans: শ্বাসতন্ত্ৰ

১৫। আমাৰ শ্বাসতন্ত্ৰটো ক'ত আৰম্ভ হয়?

1)নাসাৰন্ধ্ৰত

2ফেৰিংছত

হাঁওফাঁওত

Ans: নাসাৰন্ধ্ৰত

১৬। নাসাৰন্ধ্ৰ দুটা কিছু দূৰ গৈ ঠিক তালুৰ ওপৰত মিলিত হৈ কিহৰ সৃষ্টি কৰে?

1) গহ্বৰ

2) মধ্য়চ্ছদা

3) নাসাগহ্বৰৰ

Ans: নাসাগহ্বৰৰ

১৭। নাসাগহ্বৰৰ ঠিক পিছৰ অংশক কি বোলে?

1) ফেৰিংছ

2) ব্ৰংকাছ

মোনাসদৃশ

Ans: ফেৰিংছ

১৮। ফেৰিংছৰ তলফালৰ অংশত কি নামৰ এটা ৰন্ধ্ৰ থাকে?

1) গ্লটিছ

2) শ্বাসতন্ত্ৰ

3) নাসাগহ্বৰ

Ans: গ্লটিছ

১৯। লেৰিংছৰ আন এটা নাম কি?

1) বক্ষগহ্বৰ

2) স্বৰযন্ত্ৰ

3) শ্বসন

Ans: স্বৰযন্ত্ৰ

২০। লেৰিংছৰ সহায়ত আমি কি কৰিব পাৰো?

1) উশাহ ল'ব পাৰো

2) খোজ কাঢ়িব পাৰো

3) কথা ক'ব পাৰো

Ans: কথা ক'ব পাৰো

Type Susmita Kakati