অম্ল, ক্ষাৰক আৰু লৱণ


১। প্ৰকৃতিক পৰা পোৱা অম্লবোৰক কেইটা ভাগত ভগাব পাৰি ?

1) চাৰিটা

2) তিনিটা

3) দুটা

Ans: দুটা


২। মানুহৰ পাকস্থলীত কি অম্ল থাকে ?

1) এচিড

2) হাইড্ৰ'ক্লৰিক

3) দ্ৰব্য

Ans: হাইড্ৰ'ক্লৰিক


৩। নীলা লিটমাছ কি ৰং হয় ?  

1) ৰঙা

2) বগা

3) হালধীয়া

Ans: হালধীয়া


৪। পিত্তৰস ক'ত সৃষ্টি হয় ?

1) পাকস্থলীত

2) গ্ৰাসনলী

3) যকৃত

Ans: যকৃত


৫। আহাৰ খোৱাৰ পাছত কিহৰ পৰা পিত্তৰস নিৰ্গত হৈ হজম হোৱাত সহায় কৰে ?

1) যকৃত

2) গ্ৰাসনলী

3) গ্ৰসিকা

Ans: যকৃত


৬। হাইড্ৰ'ক্লৰিক কি থাকে ?

1) দ্ৰব্য

2) এচিড

3) বেক্টেৰিয়া

Ans: এচিড


৭। ছ'ডা এবিধ কি ?

1) এচিড

2) দ্ৰব্য

3) ক্ষাৰক

Ans: ক্ষাৰক


৮। কৃষিকৰ্মৰ ভাল ফল পাবলৈ মাটিৰ গুণ উপযুক্ত হ'ব ?

1) লাগে

2) নালাগে

3) এটাও নহয়

Ans: লাগে


৯। কিহৰ পৰা তাপ সৃষ্টি হয় ?

1) অক্সিজেন

2) পানী

3) হাইড্ৰ'ক্লৰিক

Ans: পানী


১০। পটাছিয়াম আৰু ছ'ডিয়াম কি থাকে ?

1) নাইট্ৰ'জেন

2) অক্সিজেন

3) হাইড্ৰ'ক্সাইড

Ans: হাইড্ৰ'ক্সাইড


১১. ক্ষাৰকবোৰ দ্ৰৱত কি ৰং দেখুৱায় ?

1) ৰঙা

2) নীলা

3) বগা

Ans: নীলা


১২. অম্লৰ সোৱাদ কেনে কোৱা ?

1) মিঠা

2) তিতা

3) টেঙা

Ans: টেঙা


১৩. কিহে মাটিৰ গুণ নষ্ট কৰা বাদেও পানীত থকা মাছ বা জীৱ ধ্বংস কৰে ?

1) অম্ল

2) ক্ষাৰক

3) দ্ৰব্য

Ans: অম্ল


১৪.  মাটি বৰ বেছি আম্লিক বা ক্ষাৰকীয় হ'লে উদ্ভিদৰ বৃদ্ধি ভাল ?

1) হয়

2) নহয়

3) এটাও নহয়

Ans: নহয়


১৫. উদ্যোগ বা কল-কাৰখানাবোৰৰ বহুততে যথেষ্ট পৰিমাণে অম্ল ব্যৱহাৰ কৰা ?

1) হয়

2) নহয়

3) এটাও নহয়

Ans: হয়


১৬. নেমুৰ ৰস, কমলাৰ ৰস, দৈ আদিৰ সোৱাদ টেঙা এইবোৰত কি থাকে?

1) অম্ল

2) ক্ষাৰক

3) লৱণ

Ans: অম্ল


১৭. ইংৰাজী ভাষাত অম্লক কি বোলে?

1) ছ'ডাৰ

2) এচিড

3) আইৰন

Ans: এচিড


১৮. এচিড শব্দটো কৰ পৰা আহিছে?

1) ভাতৰ পৰা

2) টেঙাৰ পৰা

3) লেটিনৰ পৰা

Ans: লেটিনৰ পৰা


১৯. কি ভাষাত এচিড শব্দটোৰ অৰ্থ টেঙা হৈছে?

1) লেটিন ভাষাত

2) ইংৰাজী ভাষাত

3) অসমীয়া ভাষাত

 Ans: লেটিন ভাষাত


২০. গাখীৰত থকা অম্লবিধৰ নাম কি?

1) বিউটাইৰিক এচিড

2) মেগছিয়াম এচিড

3) লেকটিক এচিড

Ans: লেকটিক এচিড


Type Susmita Kakati