১১ | অৰণ্যযাত্ৰা 

1)  বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ

(খ) মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ

(গ) ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ

উত্তৰঃ (ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ

2)  পল কোন শ্ৰেণীত পঢ়ে? 

(ক) সপ্তম শ্ৰেণীত

(খ) অষ্টম শ্ৰেণীত

(গ) নৱম শ্ৰেণী

উত্তৰঃ (গ) নৱম শ্ৰেণীত

3)  পাহি কোন শ্ৰেণীত পঢ়ে?

(ক) সপ্তম শ্ৰেণীত

(খ) অষ্টম শ্ৰেণীত

(গ) নৱম শ্ৰেণীত

উত্তৰঃ (খ) অষ্টম শ্ৰেণীত

4)  পাহিৰ লগত পলৰ কি সম্পৰ্ক?

(ক) ভায়েক

(খ) ককায়েক

(গ) ওচৰ কোনোবা

উত্তৰঃ (খ) ককায়েক

5)  পলৰ অৰণ্যযাত্ৰাৰ বাবে বেগটো কোনে সাজু কৰি দিছিল?

(ক) পাহিয়ে

(খ) সি নিজে

(গ) মাকে

উত্তৰঃ (গ) মাকে

6)  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে পৃথিৱীবিখ্যাত?

(ক) জিৰাফৰ বাবে

(খ) এশিঙীয়া গঁড়ৰ বাবে

(গ) হাতীৰ বাবে

উত্তৰঃ (খ) এশিঙীয়া গঁড়ৰ বাবে

7)  কিমান শতাংশ অম্লজান আমি লাভ নকৰিলে শৰীৰ সুস্থ হৈ নাথাকে?

(ক) পঁছিশ শতাংশ

(খ) পঁয়ত্ৰিশ শতাংশ

(গ) পঞ্চচল্লিশ শতাংশ

উত্তৰঃ (খ) পঁয়ত্ৰিশ শতাংশ

8)  কিমান চনত ইয়াণ্ডাবু সন্ধি হৈছিল?

(ক) ১৭৫৭ চনত

(খ) ১৮০০ চনত

(গ) ১৮২৬ চনত

উত্তৰঃ (গ) ১৮২৬ চনত

9)  লৰ্ড কাৰ্জনৰ পত্নীৰ নাম কি?

(ক) লাৰ্জী কাৰ্জন

(খ) মেৰী কাৰ্জন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) মেৰী কাৰ্জন

10) কাজিৰঙাক কিয় গড়ৰ বসতিস্থল বুলি কোৱা হয়?

(ক) গড় বেছি বাবে

(খ) গড় কম বাবে

(গ) গড় নাই বাবে

উত্তৰঃ (ক) গড় বেছি বাবে

11)  কাজিৰঙাৰ অভয়াৰণ্যৰ দিশে কেইখন বাছ আগবাঢ়িছিল?

(ক) তিনিখন

(খ) দুখন

(গ) এখন

উত্তৰঃ (খ) দুখন

12)  কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰকী নাম কি?

(ক) লৰ্ড কাৰ্জন

(খ) বাপীৰাম হাজৰিকা

(গ) মহীচন্দ্ৰ মিৰি

 উত্তৰঃ (গ) মহীচন্দ্ৰ মিৰি

13)  অৰণ্যযাত্ৰা পাঠটোৰ লেখকৰ নাম কি?

(ক) প্ৰণয়ী দত্ত

(খ) নলিনীৱালা দেৱী

(গ) অনুৰাধা শৰ্মা

উত্তৰঃ (গ) অনুৰাধা শৰ্মা

14)  নিগনা চিকাৰী নামে কোন জনজাত?

(ক) বাপীৰাম হাজৰীকা

(খ) লৰ্ড কাৰ্জন

(গ) মহীচন্দ্ৰ মিৰি

উত্তৰঃ (ক) বাপীৰাম হাজৰীকা

15)  চন্তৰী শব্দৰ অৰ্থ কি?

(ক) প্ৰহৰী

(খ) এঢলীয়া

(গ) থৰক-বৰক কৰা

উত্তৰঃ (ক) প্ৰহৰী

16)  অনুৰাধা শৰ্মাৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৬০ চনত

(খ) ১৯৬৪ চনত

(গ) ১৯৬৮ চনত

উত্তৰঃ (খ) ১৯৬৪ চনত

17)  অনুৰাধা শৰ্মাৰ এখন আত্মজীৱনীমূলক প্ৰবন্ধ-সংকলনৰ নাম কি?

(ক) মেৰেং

(খ) ডায়েৰি

(গ) কাঞ্চন

উত্তৰঃ (খ) ডায়েৰি

18)  কি উপন্যাসৰ বাবে তেওঁ অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে?

(ক) চাহেবপুৰাৰ বৰষুণ

(খ) ব'ৰাগী নদীৰ ঘাট

(গ) সোণ হৰিণৰ চেকুৰ

উত্তৰঃ (ক) চাহেবপুৰাৰ বৰষুণ

19)  অনুৰাধা শৰ্মাই কিমান চনত সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰে?

(ক) ২০০৩ চনত

(খ) ২০১০ চনত

(গ) ২০১৩ চনত

উত্তৰঃ (গ) ২০১৩ চনত

20)  অনুৰাধা শৰ্মাৰ এখন  উপন্যাসৰ নাম কি?

(ক) অট'গ্ৰাফ

(খ) নাহৰৰ নিৰিবিলি ছাঁ

(গ) সাতসৰী

উত্তৰঃ (খ) নাহৰৰ নিৰিবিলি ছাঁ