১৫ | বিষাদ যোগ 

1)  ধৃতৰাষ্ট্ৰই কাৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধৰ বিৱৰণ কৰুিছিল?

(ক) সঞ্জয়ৰ পৰা

(খ) শুকুনিৰ পৰা

(গ) দুৰ্যোধনৰ পৰা

উত্তৰঃ (ক) সঞ্জয়ৰ পৰা

2)  সুভদ্ৰাৰ পুত্ৰৰ নাম কি?

(ক) ভীম

(খ) অভিমন্যু

(গ) দুৰ্যোধন

উত্তৰঃ (খ) অভিমন্যু

3)  অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?

(ক) শ্ৰীশ্ৰী শংকৰদেৱ

(খ) শ্ৰীশ্ৰী মাধৱদেৱ

(গ) শ্ৰী ভট্টদেৱ

উত্তৰঃ (গ) শ্ৰী ভট্টদেৱ

4)  ভট্টদেৱৰ কিমান জন্ম চনত হৈছিল?

(ক) ১৫৫৫ চনত

(খ) ১৫৫০ চনত

(গ) ১৫৫৮ চনত

উত্তৰঃ (গ) ১৫৫৮ চনত

5)  বিষাদ যোগ পাঠটি কৰ পৰা তুলি দিয়া হৈছে?

(ক) কথা গীতাৰ পৰা

(খ) কাৰ্ত্তনঘোষাৰ পৰা

(গ) কাণখোৱাৰ পৰা

উত্তৰঃ (ক) কথা গীতাৰ পৰা

6)  ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?

(ক) ভট্টচন্দ্ৰ ভট্টাচাৰ্য্য

(খ) বৈকুণ্ঠনাথ ভাগবত ভট্টাচাৰ্য্য

(ঘ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বৈকুণ্ঠনাথ ভাগবত ভট্টাচাৰ্য্য

7)  ভট্টদেৱৰ পিতৃৰ নাম কি?

(ক) পৰোষোত্তৰ ভাৰতী

(খ) বৈকুণ্ঠনাথ ভাগবত ভট্টাচাৰ্য্য

(গ) শ্ৰী দামোদৰ

উত্তৰঃ (ক) পৰোষোত্তৰ ভাৰতী

8)  ধৃষ্টদুন্ন কাৰ পুত্ৰ আাছিল?

(ক) পাণ্ডু

(খ) দ্ৰুপদৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) দ্ৰুপদৰ

9)  নিবৃত্তি শব্দৰ অৰ্থ কি ?

ক) বিৰতি

খ) পূৰ্ণ কৰি

গ) ঘোঁৰা

উত্তৰঃ ক) বিৰতি

10)  হয় শব্দৰ অৰ্থ কি ?

ক) যাৰ পিণ্ড লোপ হয়

খ) ঘোঁৰা

গ)  নহয়

উত্তৰঃ খ) ঘোঁৰা

11)  শ্ৰীভট্টদেৱ কিমান চনত মৃত্য়ু হৈছিল ?

ক) ১৫৫৮

খ) ১৫২৩

গ) ১৬৩৮

উত্তৰঃ গ) ১৬৩৮

12)  ভট্টদেৱে কি কি ৰচনা কৰিছে ?

ক) ভাগৱত পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী

খ) অৰ্থ-শাস্ত্ৰ

গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ ক) ভাগৱত পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী

13)  নয় শব্দৰ অৰ্থ কি ?

ক) প্ৰধান

খ) নহয়

গ) মুখ্য়

উত্তৰঃ খ) নহয়

14) ধানুকী শব্দৰ অৰ্থ কি ?

ক) ধনুৰ্দ্ধৰ বীৰ

খ) ইন্দ্ৰিয়ৰ গৰীকী

গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ ক) ধনুৰ্দ্ধৰ বীৰ

15) বৰনগৰ অঞ্চল কোন জিলাত অৱস্থিত ?

ক) কামৰূপ জিলাত

খ) নগাঁও জিলাত

গ)  মৰিগাঁও জিলাত

উত্তৰঃ ক) কামৰূপ জিলাত

16) পুৰি শব্দৰ অৰ্থ কি ? 

ক) ইন্দ্ৰিয়ৰ অধিপতি

খ) পূৰ্ণ কৰি

গ) বিৰতি

উত্তৰঃ খ) পূৰ্ণ কৰি

17) লুপ্তপিণ্ড শব্দৰ অৰ্থ কি ?

ক) যাৰ পিণ্ড লোপ হয়

খ) ঘোঁৰা

গ) নহয়

উত্তৰঃ ক) যাৰ পিণ্ড লোপ হয়

18) বিষাদ যোগ পাঠটি কৰ পৰা তুলি দিয়া হৈছে ?

ক) কথাগীতাৰ পৰা 

খ) চুটি গল্পৰ পৰা

গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ ক) কথাগীতাৰ পৰা 

19)  অগ্ৰগণী শব্দৰ অৰ্থ কি ?

ক) মুখ্য়, প্ৰধান

খ) জিতেন্দ্ৰিয়

গ)  ক্ষত্ৰিয

উত্তৰঃ ক) মুখ্য়, প্ৰধান

20)    পিতৃব্য় শব্দৰ অৰ্থ কি ?

ক) পিতৃৰ ভাই , খুড়া, সম্পৰ্কীয় বয়সীয়া পুৰুষ

খ) পূৰ্ণ কৰি

গ) প্ৰধান

উত্তৰঃ ক) পিতৃৰ ভাই , খুড়া, সম্পৰ্কীয় বয়সীয়া পুৰুষ