সোনোৱাল কছাৰীসকল |

১। ডিমাচা ভাষাত সোনোৱাল মানে কি?

ক) দৈয়াং

খ) উজ্জ্ব

গ) ইয়াৰ ডএটাও নহয়

উত্তৰঃ খ) উজ্জ্ব

২। সোনোৱাল কছাৰীসকল কিামন চনৰ পৰা শাক্ত বা পুৰাতন ধৰ্ম উপাসন আছিল?

ক) ৭৫৯

খ) ৮৩০

গ) ৯৫৭

উত্তৰঃ খ) ৮৩০

৩। বৰ্তমান সোনোৱাল সকলৰ মাজত কিমান টা সঁচ আছে?

ক) ১৩৫ টা

খ) ১৫৪ টা

গ) ১৭৩ টা

উত্তৰঃ ক) ১৩৫ টা

 ৪। সোনোৱাল কছাৰীসকলৰ মাজত কিমানটা বংশ আছে?

ক) ২৯ টা

খ) ২৪ টা

গ) ২৫ টা

উত্তৰঃ গ) ২৫ টা

৫। উজনি অসমত কিমান খন জিলা আছে?

ক) ৭ খন

খ) ৯ খন

গ) ১১ খন

উত্তৰঃ ক) ৭ খন

৬। গগন চন্দ্ৰ সোনোৱালৰ জনন্ম কিমান চনত হয়?

ক) ১৯৬০

খ) ১৯৪৩

গ) ১৯৬০

উত্তৰঃ ক) ১৯৬০

৭। গগন চন্দ্ৰ সোনোৱালৰ মৃত্য়ু কিমান চনত হয়?

ক) ২০০৯ চনত

খ) ২০০৮ চনত

গ) ২০০৭ চনত

উত্তৰঃ ক) ২০০৯ চনত

৮। পৰশুৰাম সোনোৱালৰ জন্ম কিমান চনত হয়?

ক) ১৯০৪ চনত

খ) ১৯১৩ চনত

গ) ১৯২২ চনত

উত্তৰঃ ক) ১৯০৪ চনত

৯। প্ৰেছিডেন্সী কলেজৰ পৰা বুৰঞ্জীত সন্মানসহ কি পৰীক্ষাত প্ৰথম শ্ৰেণীৰ লাভ কৰি উত্তীৰ্ণ হয়?

ক) এম.এ পৰীক্ষাত

খ) বি.এ পৰীক্ষাত

গ) ইয়াৰ এটাও নহয়

উত্তৰঃ খ) বি.এ পৰীক্ষাত

১০। পৰশুৰাম সোনোৱালৰ কৰ্মজীৱন আৰম্ভ কিমান চনত হয়?

ক) ১৯৩৪ চনত

খ) ১৯৩৫ চনত

গ) ১৯৩৬ চনত

উত্তৰঃ ক) ১৯৩৪ চনত