হাজংসকল

পাঠ ১১


১। ভাৰতৰ সংবিধানৰ কিমান চনত আইন অনুসৰি হাজংসকলৰ অবিভক্ত অসমৰ পাৰ্বত্য় স্বায়ত্ত শাসিত জিলাবোৰতহে অনুসূচীত জাতি আৰু জনজাতি হিচাপে স্বীকৃত আছিল?

ক) ১৯৫০ চনত

খ) ১৯৬০ চনত

গ) ১৯৭০ চনত

উত্তৰঃ ক) ১৯৫০ চনত


২। স্বাধীনতাৰ পিছত পূৱ-পাকিস্তানৰ পৰা কিমান খ্ৰীষ্টাব্দত বঙালী হিন্দু আদি অসমলৈ আহিচিল?

ক) ১৯৬৪ খ্ৰীষ্টাব্দত

খ) ১৯৫৪ খ্ৰীষ্টাব্দত

গ) ১৯৪৪ খ্ৰীষ্টাব্দত

উত্তৰঃ ক) ১৯৬৪ খ্ৰীষ্টাব্দত



৩। হাজংসকল পূৰ্বতে সামাজিক ৰূপত কিমান টা ভাগত বিভক্ত কৰিছিল?

ক) দুটা ভাগত

খ) পাঁচটা ভাগত

গ) ছয়টা ভাগত

উত্তৰঃ গ) ছয়টা ভাগত


৪। হাজংসকল পৰম্পৰাগতভাৱে কিমানটা সসমাজ বান্ধোনেৰে সমাজ পৰিচালনা কৰে?

ক) ছয়টা

খ) চাৰিটা

গ) তিনিটা

উত্তৰঃ গ) তিনিটা

 

৫। হাজং সমাজত বিবাহ সম্পন্ন কৰাৰ কিমানটা প্ৰকাৰ আছে?

ক) দুটা

খ) চৰিটা

গ) ছয়টা

উত্তৰঃ খ) চৰিটা



৬। হাজংসকলৰ ধৰ্মৰ আচৰণৰ দিশ কিমানটা স্ৰেণীত বিভক্ত?

ক) দুটা

খ) তিনিটা

গ) চাৰিটা

উত্তৰঃ ক) দুটা



৭। হাজংসকলক বৃহৎ আঞ্চলিক গোট হিচাপে কিমানটা ভাগত বিভক্ত কৰা হয়?

ক) তিনিটা

খ) পাঁচটা

গ) সাতটা

উত্তৰঃ খ) পাঁচটা



৮। হাজংসকল মূলত কি জীৱী জীৱ আছিল?

ক) কৃষিজীৱী

খ) পৰপুষীজীৱ

গ) ইয়াৰ এটাও নহয়

উত্তৰঃ ক) কৃষিজীৱী



৯। হাজং পুৰুষৰ কি বস্তু অতি সাধাৰণ?     

ক) সাজপাৰ

খ) খাদ্য়

গ) ইয়াৰ এটাও নহয়

উত্তৰঃ ক) সাজপাৰ


         

১০। কিমান চনৰ মতে অসমৰ ভৈয়ামৰ জিলাবোৰত বসবাস কৰা হাজংসকলে ভৈ      য়ামৰ অনুসূচীত জনজাতি হিচাপে স্বীকৃতি লাভ কৰে?

ক) ২০০২ চনত

খ) ২০০৪ চনত

গ) ২০০৬ চনত 

 উত্তৰঃ ক) ২০০২ চনত