নাথযোগীসকল |
১। ভাৰত ত্য়াগ আন্দোলন কিমান চনত হৈছিল?
ক) ১৯৪২ চনত
খ) ১৯৫৪ চনত
গ) ১৯৬৭ চনত
উত্তৰঃ ক) ১৯৪২ চনত
৩। বৃটিছৰ বৰ্বৰ গুলীচালনাত নিহত হোৱা ১৪০ গৰাকী শ্বহীদ কৃষকৰ ভিতৰত সম্প্ৰদায়টোৰ শ্বহীদ কিমান গৰাকী আছিল?
ক) ২৩ গৰাকী
খ) ২৬ গৰাকী
গ) ২৮ গৰকী
উত্তৰঃ গ) ২৮ গৰকী
৪। বিদেলসী বহিষ্কাৰ আন্দোলন কিমান চনত হৈছিল?
ক) ১৯৮০ চনত
খ) ১৯৯০ চনত
গ) ২০০০ চনত
উত্তৰঃ ক) ১৯৮০ চনত
৫। বিদেশী বহিষ্কাৰ আন্দোলনত ৮৫৫ গৰকী শ্বহীজৰ ভিতৰত সম্প্ৰদায়টোৰ শ্বহীদন কিমান গৰাকী আছিল?
ক) ১২০ গৰাকী
খ) ১৩০ গৰাকী
গ) ১৪০ গৰাকী