মটকসকল | 

১) 'মটক' শব্দটি কি ভাষাৰ শব্দ ?

ক) ৰাভা ভাষাৰ

খ) টাই ভাষাৰ

গ) চুতীয়া ভাষাৰ

উত্তৰঃ খ) টাই ভাষাৰ

২) চাইলুং চুকাফাই মটকসকলক প্ৰথম ক'ত লগ পাইছিল ?

ক) পাহাৰীয়া অঞ্চলত

খ) যোৰহাটত

গ)  টিপাম পাহাৰৰ দাঁতি-কাষৰীয়া

উত্তৰঃ গ)  টিপাম পাহাৰৰ দাঁতি-কাষৰীয়া