মৰাণসকল



১) মৰাণসকলৰ দিনতে অসমত কি কি যুগ চলি আছিল ?

ক) তাম্ৰ যুগ, ব্ৰোঞ্জ যুগ

খ) ব্ৰোঞ্জ যুগ, লৌহ যুগ

গ) ইয়াত এটাও নহয়

উত্তৰঃ গ) ইয়াত এটাও নহয়



২) মৰাণসকল যে অসমৰ আদিম অধিবাসী এই সম্পৰ্কত কিবোৰ লোক একমত ?

ক) পণ্ডিতলোক সকল

খ) সকলো লোক

গ) মূৰ্খ লোক সমূহ

উত্তৰঃ ক) পণ্ডিতলোক সকল




৩) মুঠ কেইখন জিলাত মৰাণৰ সেৰেঙা  বসতি দেখা ?

ক) সাতখন

খ) পাঁচখন

গ) চাৰিখন

উত্তৰঃ গ) চাৰিখন



৪) মৰাণসকলে বনাঞ্চলত কি পাতি বসবাস কৰি আহিছে ?

ক) নগৰ

খ) জিলা

গ) গাওঁ

উত্তৰঃ গ) গাওঁ


৫) উজনিৰ কছাৰীসকলৰ জনপ্ৰবাদৰ মতে কছাৰীসকলৰ কিমানটা বংশ আছিল ?

ক) ছয়টা

খ) বাৰটা

গ) সোতৰটা

উত্তৰঃ খ) বাৰটা



৬) আজিকালি মৰাণসকলৰ লগতে অন্য়ান্য় সকলকো একেলগে কি বুলি কোৱা হয় ?

ক) লালুংমূলীয় লোক

খ) দেউৰীমূলীয় লোক

গ) ইয়াৰ এটাও নহয়

উত্তৰঃ  গ) ইয়াৰ এটাও নহয়



৭) বড়োমূলৰ আন কিমানটা ফৈদ কিতাপত দিয়া আছে ?

ক) সাতটা

খ) পাঁচটা

গ) দুটা

উত্তৰঃ গ) দুটা



৮) মৰাণ ভাষাত দি শব্দৰ অৰ্থ কি ?

ক) দাঁত

খ) ভৰি

গ) পানী

 উত্তৰঃ গ) পানী



৯) মোহন শইকীয়াই কেইজনমান শিক্ষিত ব্য়ক্তিক লগত লৈ 'অসম মৰাণ সভা' কিমান চনত গঠন কৰা হয় ?

ক) ১৯৫৪ চনত

খ) ১৯৮৪ চনত

গ) ১৯৬৫ চনত

উত্তৰঃ গ) ১৯৬৫ চনত



১০) মৰাণসকল অসম তথা কিহৰ আদিম অদিবাসী ?

ক) উত্তৰ-পূৰ্বাঞ্চলৰ
 
খ) দক্ষিণ-পূৰ্বাঞ্চলৰ

গ) পশ্চিম-পূৰ্বাঞ্চলৰ

উত্তৰঃ ক) উত্তৰ-পূৰ্বাঞ্চলৰ