জাপানৰ আঞ্চলিক ভূগোল
১। জাপান আৰু এছিয়া মহাদেশ কি প্ৰান্তত অৱস্থিত?
(ক) পূব প্ৰান্তত
(খ) পশ্চিম প্ৰান্তত
(গ) উত্তৰ প্ৰান্তত
উত্তৰঃ (ক) পূব প্ৰান্তত
(ক) ইউৰোপ
(খ) এছিয়া
(গ) আফ্ৰিকা
(ঘ) অষ্ট্ৰেলিয়া
উত্তৰঃ (খ) এছিয়া
২২। জাপান কোন মহাসাগৰত অৱস্থিত?
(ক) আটলাণ্টিক মহাসাগৰ
(খ) ভাৰত মহাসাগৰ
(গ) প্ৰশান্ত মহাসাগৰ
(ঘ) উত্তৰ মহাসাগৰ
উত্তৰঃ (গ) প্ৰশান্ত মহাসাগৰ
২৩। জাপানৰ ৰাজধানী কি?
(ক) ওচাকা
(খ) কিয়োটো
(গ) টকিঅ'
(ঘ) নাগোয়া
উত্তৰঃ (গ) টকিঅ'
২৪। জাপানক কি বুলি কোৱা হয়?
(ক) সূৰ্য উদয়ৰ দেশ
(খ) পাহাৰৰ দেশ
(গ) নদীৰ দেশ
(ঘ) মৰুভূমিৰ দেশ
উত্তৰঃ (ক) সূৰ্য উদয়ৰ দেশ
২৫। জাপানত মুঠ কিমানখন মূল দ্বীপ আছে?
(ক) ২খন
(খ) ৩খন
(গ) ৪খন
(ঘ) ৫খন
উত্তৰঃ (গ) ৪খন
২৬। জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনখন?
(ক) হোক্কাইডো
(খ) হনশু
(গ) শিকোকু
(ঘ) কিউশু
উত্তৰঃ (খ) হনশু
২৭। জাপানৰ সৰ্বোচ্চ পৰ্বত কোনটো?
(ক) ফুজি পৰ্বত
(খ) এভাৰেষ্ট
(গ) আৰাৱলী
(ঘ) নীলগিৰি
উত্তৰঃ (ক) ফুজি পৰ্বত
২৮। ফুজি পৰ্বত কি ধৰণৰ পৰ্বত?
(ক) ভাঁজ পৰ্বত
(খ) আগ্নেয়গিৰি
(গ) অৱশিষ্ট পৰ্বত
(ঘ) ব্লক পৰ্বত
উত্তৰঃ (খ) আগ্নেয়গিৰি
২৯। জাপানত সঘনাই কি হয়?
(ক) খৰাং
(খ) ভূমিকম্প
(গ) তুষাৰপাত
(ঘ) বন্যা
উত্তৰঃ (খ) ভূমিকম্প
৩০। জাপানৰ জলবায়ু কেনেকুৱা?
(ক) ক্ৰান্তীয়
(খ) নাতিশীতোষ্ণ মৌচুমী
(গ) মৰুভূমি
(ঘ) মেৰুীয়
উত্তৰঃ (খ) নাতিশীতোষ্ণ মৌচুমী
৩১। জাপানৰ মুখ্য খাদ্যশস্য কি?
(ক) গম
(খ) ধান
(গ) মাকৈ
(ঘ) বাজৰা
উত্তৰঃ (খ) ধান
৩২। জাপানৰ কৃষিভূমি প্ৰায় কিমান?
(ক) ১০%
(খ) ১৫%
(গ) ৩০%
(ঘ) ৫০%
উত্তৰঃ (খ) ১৫%
৩৩। জাপানত মীন উদ্যোগ কিয় উন্নত?
(ক) অধিক নদী আছে
(খ) সাগৰে আগুৰি আছে
(গ) বৰষুণ কম হয়
(ঘ) পাহাৰ কম
উত্তৰঃ (খ) সাগৰে আগুৰি আছে
৩৪। জাপানৰ প্ৰধান উদ্যোগ কোনটো?
(ক) বস্ত্ৰ উদ্যোগ
(খ) যন্ত্ৰ আৰু ইলেক্ট্ৰনিক উদ্যোগ
(গ) চাহ উদ্যোগ
(ঘ) কাগজ উদ্যোগ
উত্তৰঃ (খ) যন্ত্ৰ আৰু ইলেক্ট্ৰনিক উদ্যোগ
৩৫। জাপানৰ গাড়ী নিৰ্মাণ উদ্যোগ বিশ্ববিখ্যাত।
(ক) শুদ্ধ
(খ) অশুদ্ধ
উত্তৰঃ (ক) শুদ্ধ
৩৬। জাপানত কেঁচামালৰ অভাৱ আছে।
(ক) শুদ্ধ
(খ) অশুদ্ধ
উত্তৰঃ (ক) শুদ্ধ
৩৭। জাপানে অধিকাংশ কেঁচামাল ক'ৰ পৰা আনে?
(ক) আমদানি কৰে
(খ) নিজে উৎপাদন কৰে
(গ) ৰপ্তানি কৰে
(ঘ) কোনোটো নহয়
উত্তৰঃ (ক) আমদানি কৰে
৩৮। জাপানৰ মুখ্য ৰপ্তানি সামগ্ৰী কি?
(ক) চাহ
(খ) গাড়ী আৰু ইলেক্ট্ৰনিক সামগ্ৰী
(গ) গম
(ঘ) তুলা
উত্তৰঃ (খ) গাড়ী আৰু ইলেক্ট্ৰনিক সামগ্ৰী
৩৯। জাপানৰ জনবসতি বেছিকৈ ক'ত?
(ক) পাহাৰত
(খ) উপকূলীয় সমভূমিত
(গ) অৰণ্যত
(ঘ) মৰুভূমিত
উত্তৰঃ (খ) উপকূলীয় সমভূমিত
(ক) হনশু
(খ) কিউশু
(গ) হোক্কাইডো
(ঘ) শিকোকু
উত্তৰঃ (ক) হনশু
৪১। জাপানৰ জাতীয় পতাকাত কি চিহ্ন আছে?
(ক) সূৰ্য
(খ) চন্দ্ৰ
(গ) ফুল
(ঘ) চৰাই
উত্তৰঃ (ক) সূৰ্য
৪২। জাপানত কোন শক্তিৰ ব্যৱহাৰ অধিক?
(ক) জলবিদ্যুৎ
(খ) পাৰমাণৱিক শক্তি
(গ) কয়লা
(ঘ) কাঠ
উত্তৰঃ (খ) পাৰমাণৱিক শক্তি
৪৩। জাপানৰ বিখ্যাত বুলেট ট্ৰেইনৰ নাম কি?
(ক) মেট্ৰো
(খ) শিনকানছেন
(গ) ৰাজধানী এক্সপ্ৰেছ
(ঘ) লোকেল
উত্তৰঃ (খ) শিনকানছেন
৪৪। জাপানৰ মুদ্ৰাৰ নাম কি?
(ক) ডলাৰ
(খ) য়েন
(গ) টকা
(ঘ) ইউৰো
উত্তৰঃ (খ) য়েন
৪৫।জাপানৰ মুখ্য ধৰ্ম কোনটো?
(ক) শিণ্টো আৰু বৌদ্ধধৰ্ম
(খ) ইছলাম
(গ) খ্ৰীষ্টান
(ঘ) জৈন
উত্তৰঃ (ক) শিণ্টো আৰু বৌদ্ধধৰ্ম
৪৬। জাপানৰ বিখ্যাত বন্দৰ কোনটো?
(ক) য়োকোহামা
(খ) মুম্বাই
(গ) চেন্নাই
(ঘ) কলকাতা
উত্তৰঃ (ক) য়োকোহামা
(ক) ওচাকা
(খ) টকিঅ'
(গ) কিয়োটো
(ঘ) নাগোয়া
উত্তৰঃ (ক) ওচাকা
৪৮। জাপানত কৃষি কেনেকৈ কৰা হয়?
(ক) আধুনিক পদ্ধতিত
(খ) প্ৰাচীন পদ্ধতিত
(গ) কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি
(ঘ) কোনোটো নহয়
উত্তৰঃ (ক) আধুনিক পদ্ধতিত
৪৯। জাপানত বনাঞ্চলৰ পৰিমাণ—
(ক) অধিক
(খ) কম
(গ) একেবাৰে নাই
(ঘ) ৫%
উত্তৰঃ (ক) অধিক
৫০। জাপানত অধিকাংশ নদী—
(ক) দীঘল
(ক) গংগা
(গ) গভীৰ
(ঘ) শুকান
উত্তৰঃ (ক) গংগা
৫১। জাপানৰ প্ৰধান মাছ ধৰা ক্ষেত্ৰ—
(ক) প্ৰশান্ত মহাসাগৰ
(খ) ভাৰত মহাসাগৰ
গ) আটলাণ্টিক মহাসাগৰ
(ঘ) আৰব সাগৰ
উত্তৰঃ (ক) প্ৰশান্ত মহাসাগৰ
৫২। জাপানৰ প্ৰধান ভাষা—
(ক) ইংৰাজী
(খ) জাপানী
(গ) চীনা
(ঘ) কোৰিয়ান
উত্তৰঃ (খ) জাপানী
৫৩। জাপানত আগ্নেয়গিৰিৰ সংখ্যা—
(ক) বেছি
(খ) নাই
(গ) এটা
(ঘ) দুটা
উত্তৰঃ (ক) বেছি
৫৪। জাপানৰ অৰ্থনীতি মূলত—
(ক) কৃষিনিৰ্ভৰ
(খ) উদ্যোগনিৰ্ভৰ
(গ) পশুপালননিৰ্ভৰ
(ঘ) বননিৰ্ভৰ
উত্তৰঃ (খ) উদ্যোগনিৰ্ভৰ
৫৫। জাপানৰ বিখ্যাত গাড়ী কোম্পানী—
(ক) টয়োটা
(খ) টাটা
(গ) ফৰ্ড
(ঘ) মাহিন্দ্ৰা
উত্তৰঃ (ক) টয়োটা
৫৬। জাপানৰ শিল্পৰ বিকাশৰ এটা কাৰণ—
(ক) দক্ষ শ্ৰমিক
(খ) অধিক খনিজ সম্পদ
(গ) অধিক কৃষিভূমি
(ঘ) কম জনসংখ্যা
উত্তৰঃ (ক) দক্ষ শ্ৰমিক
৫৭। জাপানৰ উপকূল—
(ক) দীঘল
(খ) সৰু
(গ) নাই
(ঘ) মৰুভূমি
উত্তৰঃ (ক) দীঘল
৫৮। জাপানত সঘনাই অহা প্ৰাকৃতিক দুৰ্যোগ—
(ক) ভূমিকম্প
(খ) মৰুভূমিৰ ধুমুহা
(গ) খৰাং
(ঘ) তুষাৰধস
উত্তৰঃ (ক) ভূমিকম্প
৫৯। জাপানৰ অৰ্থনীতি বিশ্বত—
(ক) উন্নত
(খ) অনুন্নত
(গ) কৃষিভিত্তিক
(ঘ) কোনোটো নহয়
উত্তৰঃ (ক) উন্নত
৬০। জাপানৰ মুখ্য পৰিবহণ—
(ক) ৰে'লপথ
(খ) উট
(গ) ঘোঁৰা
(ঘ) গৰুগাড়ী