যীশুখ্ৰীষ্টৰ ছবি

১। যীশুখৃষ্টৰ ছবি পাঠটি কোনে লিখিছিল ?

(ক)চৈয়দ আব্দুল মালিক

(খ)হেমচন্দ বৰুৱা

(গ)নিৰুপমা বৰগোহাঞি

উত্তৰঃ (ক)চৈয়দ আব্দুল মালিক

২। চৈয়দ আব্দুল মালিক কিমান চনত জন্ম হৈছিল ?

(ক)১৯৬৭ চনত

(খ)১৯৭৬ চনত

(গ)১৯১৯ চনত


উত্তৰঃ 
(গ)১৯১৯ চনত

৩। তেওঁ ক'ত জন্ম গ্ৰহণ কৰিছিল ?

(ক)কাজিৰঙা

(খ)গোলাঘাট

(গ)তেজপুৰ

উত্তৰঃ 
(খ)গোলাঘাট

৪। কিমান চনত ফাৰ্চী বিষয়ত লেটাৰসহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা লাভাৰ্থে কটন কলেজত ভৰ্তি হয় ?

(ক)১৯৩৪ চনত

(খ)১৯৩৬ চনত

(গ)১৯৩৭ চনত


উত্তৰঃ 
(গ)১৯৩৭ চনত

৫। কিমান চনত তেওঁ ইংৰাজীত অনাৰ্ছসহ বি এ পৰীক্ষা পাছ কৰে ?

(ক)১৯৪১ চনত

(খ)১৯৪২ চনত

(গ)১৯৪৩ চনত


উত্তৰঃ 
(ক)১৯৪১ চনত

৬। কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম এ  ডিগ্ৰী লাভ কৰে ?

(ক)১৯৫৪ চনত

(খ)১৮৪৫ চনত

(গ)১৯৫১ চনত

উত্তৰঃ 
(গ)১৯৫১ চনত

৭। মালিক কি চৰকাৰ 'পদ্মশ্ৰী' , 'পদ্মভূষণ' উপাধি আৰু অসম চৰকাৰ শংকৰদেৱ বঁটাৰে সন্মানিত হয় ?

(ক)বি.জে.পি চৰকাৰ

(খ)ভাৰত চৰকাৰ

(গ)কংগ্ৰেছ চৰকাৰ


উত্তৰঃ 
(খ)ভাৰত চৰকাৰ

৮। কিমান চনত মালিকে অসম সাহিত্য সভাৰ  চতুশ্চত্বাৰিংশ অভয়াপুৰী অধিৱেশনত সভাৱতিৰ পদ অলংকৃত কৰে ?

(ক)১৯৭৭ চনত

(খ)১৯৮৮ চনত

(গ)১৯৯৯ চনত


উত্তৰঃ 
(ক)১৯৭৭ চনত

৯। মালিক ৰাজ্যসভাৰ কি আছিল ?

(ক)সভাপতি

(খ)সভানেত্তী

(গ)সদস্য


উত্তৰঃ 
(গ)সদস্য

১০। তেওঁৰ প্ৰকাশিত উপন্যাসৰ সংখ্যা  কিমানৰ অধিক ?

(ক)একুৰিৰ অধিক

(খ)তিনিকুৰিৰ অধিক

(গ)দুকুৰিৰ অধিক


উত্তৰঃ 
(খ)তিনিকুৰিৰ অধিক

১১। তেওঁৰ কেইখন উল্লেখযোগ্য উপন্যাস ?

(ক)দুখন

(খ)এখন

(গ)তিনিখন


উত্তৰঃ 
(ক)দুখন

১২। 'অঘৰী আত্মাৰ কাহিনী' উপন্যাসৰ বাবে কিমান চনত তেওঁ সাহিত্য অকাগেমী বঁটা লাভ কৰে ?

(ক)১৯৮৬ চনত

(খ)১৯৬৫ চনত

(গ)১৯৭৪ চনত


উত্তৰঃ 
(গ)১৯৭৪ চনত

১৩। তেওঁৰ প্ৰকাশিত চুটিগল্প সংকলন কিমানৰ অধিক ?

(ক)একুৰিৰো অধিক

(খ)দুকুৰিৰো অধিক

(গ)তিনিকুৰিৰো অধিক


উত্তৰঃ 
(ক)একুৰিৰো অধিক

১৪।  তেওঁৰ প্ৰথম প্ৰকাশিত চুটিগল্প সংকলনখনৰ নাম ?

(ক)সুৰ্যমূখী স্বপ্ন

(খ)পৰশমণি

(গ)ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ 
(খ)পৰশমণি

১৫। তেওঁ কিমান চনত দেহাৱসান ঘটে

(ক)২০০০ চনত

(খ)১৯৭৮ চনত

(গ)
১৯৮৯ চনত

উত্তৰঃ (ক)২০০০ চনত