প্ৰিয়তমাৰ চিঠি 

১। প্ৰিয়তমাৰ চিঠি কবিতাতো কোনে ৰচিছিল ?

(ক)হেমচন্দ্ৰ গোস্বামী

(খ)ৰাম সৰস্বতী

(গ)হেম সৰস্বতী

উত্তৰঃ (ক)হেমচন্দ্ৰ গোস্বামী

২। হেমচন্দ্ৰ গোস্বামী ক'ত জন্ম হৈছিল ?

(ক)নগাঁও

(খ)গোলাঘাট মহকুমাৰ অন্তৰ্গত গৈৰাংগ সত্ৰত

(গ)গুৱাহাটী


উত্তৰঃ 
(খ)গোলাঘাট মহকুমাৰ অন্তৰ্গত গৈৰাংগ সত্ৰত

৩। হেমচন্দ গোস্বামীৰ জন্ম কিমান চনত হৈছিল ?

(ক)১৮৫৪ চনত

(খ)১৮৫৬ চনত

(গ)১৮৭২ চনত

উত্তৰঃ 
(গ)১৮৭২ চনত

৪। হেমচন্দ গোস্বামী কি সভা'ৰ অন্যতম প্ৰতিষ্ঠাতা আছিল ?

(ক)অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ

(খ)ইংৰাজী ভাষাৰ উন্নতি সাধীনী সভা'ৰ

(গ)হিন্দী ভাষাৰ উন্নতি সাধিনী সভা'ৰ

উত্তৰঃ (ক)অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ

৫। চন্দকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক সাহিত্যিকক কি বুলি কোৱা হয়।

(ক)জোনাকীৰ ত্ৰিমূৰ্তি

(খ)জোনাকীৰ মূৰ্তি

(গ)
ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক)জোনাকীৰ ত্ৰিমূৰ্তি

৬। জোনাকী'ত প্ৰকাশিত কি নামৰ প্ৰেমৰ কবিতাৰে হেমচন্দ্ৰ গোস্বামী কবিতা জগতত পৰিছিত হয় ?

(ক)প্ৰিয়তমাৰ প্ৰেম

(খ)কাকো আৰু হিয়া নিবিলাও

(গ)ওপৰৰ এটাও শুদ্ধ নহয়


উত্তৰঃ 
(খ)কাকো আৰু হিয়া নিবিলাও

৭। হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত কেইটিমান কবিতা কি কবিতা পুথিখনিত সন্নৱিষ্ট হৈছে ?

(ক)জোনাকী ত্ৰিমূৰ্তি

(খ)জোনাকী

(গ)ফুলৰ চাকি

উত্তৰঃ (গ)ফুলৰ চাকি

৮। হেমচন্দ্ৰ গোস্বামী কি সাহিত্যত প্ৰথম ছনেত ৰচোঁতা ?

(ক)অসমীয়া

(খ)ইংৰাজী

(গ)হিন্দী

উত্তৰঃ (ক)অসমীয়া

৯। কি পুথি সম্পাদনাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীৰ নাম স্মৰণ কৰিবলগীয়া ?

(ক)পুৰণি পুথি

(খ)নতুন পুথি

(গ)
ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক)পুৰণি পুথি

১০। হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু কিমান চনত হয় ?

(ক)১৯২৮ চনত

(খ)১৯২৫ চনত

(গ)১৯২৬ চনত

উত্তৰঃ 
(ক)১৯২৮ চনত

১১। হেমচন্দ্ৰ গোস্বামীৰ ক'ত জন্ম হয় ?

(ক)গোলাঘাট মহকুমাৰ অন্তৰ্গত গৌৰাংগ সত্ৰত

(খ)গুৱাহাটী নিজৰ ঘৰত

(গ)নগাঁও

উত্তৰঃ (খ)গুৱাহাটী নিজৰ ঘৰত

১২। হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ কেইনম্বৰ সভাপতি অছিল ?

(ক)প্ৰথম

(খ)দ্বিতীয়

(গ)চতুৰ্থ


উত্তৰঃ 
(গ)চতুৰ্থ

১৩। কাঁচলি শব্দৰ অৰ্থ কি

(ক)কোমল ৰ'দৰ চেৰেঙা

(খ)কোমল

(গ)কাঁচলিয়া

উত্তৰঃ 
(ক)কোমল ৰ'দৰ চেৰেঙা

১৪। চোঁ-ঘৰ শব্দৰ অৰ্থ হ'ল ?

(ক)পুৰণি ঘৰ

(খ)সাজ ঘৰ

(গ)নতুন ঘৰ


উত্তৰঃ 
(খ)সাজ ঘৰ

১৫। কুকুৰাঠেঈীয়া শব্দৰ অৰ্থ কি

(ক)কোমল পাতৰ এবিধ বনৰীয়া সৰু গছ

(খ)কোমল ৰ'দৰ চেৰেঙা

(গ)
ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক)কোমল পাতৰ এবিধ বনৰীয়া সৰু গছ

১৬। কি সভাৰ মুখপত্ৰ 'জোনাকী'ৰ প্ৰকাশত চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে আগভাগ লৈছিল ?

(ক)অ.ভা.উ.সা.

(খ)উ.ভা.অ.সা.

(গ)ওপৰৰ এটাও শুদ্ধ নহয়


উত্তৰঃ 
(ক)অ.ভা.উ.সা.

১৭। কি বুকুৰ কাঁচিলি উদঈাই ?

(ক)সৌন্দৰ্য্যৰ

(খ)প্ৰকৃতি

(গ)কুঁহিপাত

উত্তৰঃ (ক)সৌন্দৰ্য্যৰ

১৮। কবিতাৰ কাব্যেই তাৰ কি নাপায় ?

(ক)দুখ

(খ)সুখ

(গ)গোন্ধ

উত্তৰঃ 
(গ)গোন্ধ

১৯। কি চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী ?

(ক)মোৰ

(খ)তোমাৰ

(গ)আমাৰ


উত্তৰঃ 
(খ)তোমাৰ

২০। কিহৰ কুঁহিপাত ৰ'দত লেৰেলে ?

(ক)বসন্তৰ

(খ)আঘোনৰ

(গ)ওপৰৰ এটাও শুদ্ধ নহয়


উত্তৰঃ 
(ক)বসন্তৰ