নৃতত্ত্বৰ পৰিচয় আৰু পটভূমি

১। কেইটা শব্দৰে নৃতত্ত্ব শব্দ গঠিত হৈছিল?

১।  ১টা

২।  ৩টা

৩।  ২টা

উত্তৰঃ ৩।  ২টা

২। নৃতত্ত্বক ইংৰাজীত কি ভাষা বোলে?

১। এনথ্ৰ'প'ল'জি

২। গ্ৰীক

৪। এনথ্ৰ'প'ছ

উত্তৰঃ ১। এনথ্ৰ'প'ল'জি

৩। এন'থ্ৰ'প'ল'জি কি ভাষা পৰা আহিছে?

১। গ্ৰীক

২। জাৰ্মান

৩। ফৰ্ৰাচী

উত্তৰঃ ১। গ্ৰীক

৪। এনথ্ৰ'প'ল'জি  শব্দটো পোন প্ৰথমে কোনে ব্য়ৱহাৰ কৰিছিল? 

১। জাৰ্মান মনীষী কান্তে

২। টি, কে পেন্নিমেনে

৩। গ্ৰীচৰ দাৰ্শনিক  এৰিষ্টটলে

উত্তৰঃ ৩। গ্ৰীচৰ দাৰ্শনিক  এৰিষ্টটলে

৫। এনথ্ৰ'প'ল'জি শব্দটো কিমান চনত বৃটিছ  বিশ্বকোষত স্থান লাভ কৰে।

১। ১৬৫৫ 

২। ১৮২২

৩। ১৮৩৫

উত্তৰঃ ২। ১৮২২

৬। টি, কে, পেন্নিমেনে ১৯৩৫ চনত Hundred Years Of Anthropology নামে কিতাপখনত নৃতত্ত্বৰ ইতিহাসক কেইটা ভাগত ভাগ কৰিছে? 

১। এটা  ভাগত

২। চাৰিটা ভাগত

৩। এটাও নহয়

উত্তৰঃ ২। চাৰিটা ভাগত

৭। ছাৰ্লছ ডাৰউইনৰ কি বুলি আখ্য়া দিয়া হয়।

১। বিশ্ব নৃতত্ত্বৰ পিতৃ

২। বিশ্ব পিতৃ

৩। এটাও নহয়

উত্তৰঃ ১। বিশ্ব নৃতত্ত্বৰ পিতৃ

৮। 'Descent Of Man' ৰ গ্ৰস্থ খন কিমান চনত প্ৰকাশ পাইছিল।

১। ১৭৭৪

২। ১৮৫৯

৩।  ১৮৭১

উত্তৰঃ ৩।  ১৮৭১

৯। কিমান চনত এনথ্ৰ'প'ল'জি নামে এখন কিতাপ লিখিছিল।

১। ১৭৭৪

২। ১৭৮৯

৩। ১৬৫৫

উত্তৰঃ ২। ১৭৮৯

১০। ওঠৰশ শতিকাৰ জাৰ্মান মনাষী কান্তে কি কিতাপ লিখিছিল। 

১। এনথ্ৰ'প'ল'জি

২। Descent Of Man

৩। The Origin Of Species

উত্তৰঃ ১। এনথ্ৰ'প'ল'জি

১১। কিমান চনত বোম্বাই বিশ্ববিদ্য়ালয়ত সমাজ বিজ্ঞান বিভাগ স্থাপন কৰা হয়।

১। ১৯১৯

২। ১৯২০

৩।  ১৯৪৯

উত্তৰঃ ১। ১৯১৯

১২। কিমান চনত কলিকতা বিশ্ববিদ্য়ালয়ত নৃতত্ত্বৰ অধ্য়য়নৰ পাতনি মেলা হয়।

১। ১৯১৯

২। ১৯২০

৩। ১৯৫৭ 

উত্তৰঃ ২। ১৯২০

১৩। নৃতত্ত্ব  প্ৰধান শাখা কেইটা ।

১। এটা

২। দুটা

৩। চাৰিটা 

উত্তৰঃ ২। দুটা

১৪। 'এনথ্ৰ' প' ল' জি' শব্দটো কোনে উদ্ভাৱন কৰিছিল?

১। গ্ৰীক দাৰ্শনিক এৰিষ্টটলে

২। এ, এল, ক্ৰোবাৰে

৩। ছাৰ্লছ ডাৰউইন

উত্তৰঃ ১। গ্ৰীক দাৰ্শনিক এৰিষ্টটলে

১৫। ১৯৫৬ চনত নৃতত্ববিদ ডি, এন, মজুমদাৰে ভাৰতবৰ্ষৰ নৃতত্ত্বৰ ইতিহাসক কেইটা কালত বিভক্ত কৰে। 

১। দুটা কালত

২। তিনিটা কালত

৩। ছয়টা কালত

উত্তৰঃ ২। তিনিটা কালত

১৬। আবয়বিক নৃতত্ত্ব আৰু সাংস্কতিক নৃতত্ত্বৰ লগত প্ৰাগৈতিহাসিক নৃতত্ত্বৰ সম্বন্ধ কেনেকুৱা আছে।

১। গাঢ় সম্বন্ধ

২। পৰিলক্ষিত সম্বন্ধ

৩। এটাও নহয়

উত্তৰঃ ১। গাঢ় সম্বন্ধ

১৭। কিমান চনত অসমৰ কটন মহাবিদ্য়ালয়ত নৃতত্ত্ব বিভাগত স্থাপন কৰা হয়। 

১। ১৯৪৭

২। ১৯৪৮

৩। ১৯৬৬

উত্তৰঃ ১। ১৯৪৭

১৮। নৃতত্ত্বৰ আন এটা প্ৰধান শাখা নাম হ'ল -

১। সাংস্কৃতিক নৃতত্ত্ব

২। সামাজিক নৃতত্ত্ব

৩। ক্ৰিয়া নৃতত্ত্ব

উত্তৰঃ ১। সাংস্কৃতিক নৃতত্ত্ব

১৯। বান্দৰ আৰু বনমানুহৰ লগত মানুহৰ সম্বন্ধ কি ?

১। ওচৰ সম্বন্ধ পৰিলক্ষিত

২। পৰিলক্ষিত সম্বন্ধ

৩। গাঢ় স়ম্বন্ধ

উত্তৰঃ ১। ওচৰ সম্বন্ধ পৰিলক্ষিত

২০। নৃতত্ত্ব কি বিজ্ঞান। 

১। ৰাজনীতি বিজ্ঞান

২। সমাজ বিজ্ঞান

৩। স্বতন্ত্ৰ বিজ্ঞান

উত্তৰঃ ৩। স্বতন্ত্ৰ বিজ্ঞান