উপভোক্তাৰ আচৰণৰ তত্ব

1. একেটা দ্ৰব্য়ৰ পৰা ভিন ভিন মানুহে ভিন ভিন উপযোগিতা লাভ কৰিব-

(ক)পাৰে

(খ)নোৱাৰে

(গ)লাগে

উত্তৰঃ (ক)পাৰে

2. সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বোলে?

(ক)উপযোগিতা

(খ)ভাৰসাম্য়তা

(গ)ক্ষমতা

উত্তৰঃ (ক)উপযোগিতা

3. সামগ্ৰীবোৰৰ প্ৰতি মানুহৰ চাহিদা কিয় থাকে?

(ক)অভাৱ পূৰণ কৰিব পাৰে বাবে

(খ)অভাৱ পূৰণ কৰিব নোৱাৰাৰ বাবে

(গ)এটাও নহয়

উত্তৰঃ (ক)অভাৱ পূৰণ কৰিব পাৰে বাবে

4. এন ব্য়ক্তিয়ে এটা দ্ৰব্য়ৰ পৰা পোৱা উপযোগিতাক প্ৰত্য়ক্ষভাৱে পৰিমাপ কৰাটো -

(ক)সম্ভৱ

(খ)অসম্ভৱ

(গ)সত্য়

উত্তৰঃ (ক)সম্ভৱ

5. অৰ্থনীতিবিদ সকলে মুদ্ৰাৰ মাপকাঠিৰ বুলি কাক কৈছে?

(ক)ভাৰসাম্য়তা

(খ)উপযোগিতা

(গ)সমতা

উত্তৰঃ (খ)উপযোগিতা

6. এটা দ্ৰব্য়ৰ প্ৰতি যিমানটো দাম  দিয়া হয় সেয়াই

(ক)দ্ৰব্য়টোৰ উপযোগিতা

(খ)দ্ৰব্য়টোৰ সমতা

(গ)দ্ৰব্য়টোৰ ভাৰসাম্য়তা

উত্তৰঃ (ক)দ্ৰব্য়টোৰ উপযোগিতা

7. এটা দ্ৰব্য়ৰ প্ৰান্তিক গোটটো উপভোগ কৰি যি উপযোগিতা পায় তাকে-

(ক)উপভোক্তা বোলে

(খ)প্ৰান্তিক উপযোগিতা বোলে

(গ)প্ৰান্তিক অনুপযোগিতা বোলে

উত্তৰঃ (খ)প্ৰান্তিক উপযোগিতা বোলে

8. মানুহৰ অভাৱ-

(ক)নাই

(খ)অসীম

(গ)আছে

উত্তৰঃ (খ)অসীম

9. একেটা দ্ৰব্য়ৰ প্ৰতি মাুনুহৰ ইচ্ছা সদায় -

(ক)অসীম

(খ)সীমিত

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(খ)সীমিত

10. একেটা দ্ৰব্য়কে উপভোগ কৰি গৈ থাকিলে দ্ৰব্য়টোৰ প্ৰতি ভোগৰ ইচ্ছা

(ক)নাইকিয়া হৈ যায়

(খ)বাঢ়ি যায়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)নাইকিয়া হৈ যায়

11. ভাৰসাম্য় শব্দটোৱে এক সমতাৰ 

(ক)ব্য়ৱস্থাক বুজায়

(খ)অৱস্থাক বুজায়

(গ)পৰিস্থিক বুজায়

উত্তৰঃ (খ)অৱস্থাক বুজায়

12. উপভোক্তা এজনৰ বাছনি নিৰ্ভৰ কৰে

(ক)তেওঁৰ মতামতৰ ওপৰত

(খ)তেওঁৰ উপলব্ধ বিকল্প দ্ৰব্য়ৰ ওপৰত

(গ)তেওঁৰ মনৰ ইচ্ছাৰ ওপৰত

উত্তৰঃ (খ)তেওঁৰ উপলব্ধ বিকল্প দ্ৰব্য়ৰ ওপৰত

13. উপভোক্তাৰ উপভোগৰ টোপোলা নিৰ্ভৰ কৰে-

(ক)দ্ৰব্য় দুবিধৰ ব্য়ৱহাৰৰ ওপৰত

(খ)দ্ৰব্য় দুবিধৰ আয়ৰ ওপৰত

(গ)দ্ৰব্য় দুবিধৰ দৰ আৰু আয়ৰ ওপৰত

উত্তৰঃ (গ)দ্ৰব্য় দুবিধৰ দৰ আৰু আয়ৰ ওপৰত

14. দৰ অপৰিবৰ্তিত হলে উপভোক্তাই ক্ৰয় কৰিব পাৰিব

(ক)তেওৰ আয়ৰ পৰিমান কমিলে

(খ)তেওঁৰ আয়ৰ পৰিমান বেছি হলে

(গ)তেওঁৰ আয়ৰ পৰিমান সমান বা তাতকৈ কম হলে

উত্তৰঃ (গ)তেওঁৰ আয়ৰ পৰিমান সমান বা তাতকৈ কম হলে

15. উপভোক্তা এজনৰ বাছনি নিৰ্ভৰ কৰে তেওঁৰ উপলব্ধ

(ক)বিকল্প আয়ৰ ওপৰত

(খ)উপভোগৰ ওপৰত

(গ)বিকল্প দ্ৰব্য়ৰ ওপৰত

উত্তৰঃ (গ)বিকল্প দ্ৰব্য়ৰ ওপৰত

16. এজন উপভোক্তাই সাধাৰণতে বহুতো দ্ৰব্য়

(ক)বিক্ৰি কৰে

(খ)কিনে

(গ)উপভোগ কৰে

উত্তৰঃ (গ)উপভোগ কৰে

17. উপভোক্তাই এটাটকৈ অধিক দ্ৰব্য়ক্ৰয় কৰিব বিচাৰিলে কোনটো বিধি ব্য়ৱহাৰ হয়?

(ক)অপান্তিক বিধি

(খ)সমপান্তিক বিধি

(গ)ৰূপান্তিক বিধি

উত্তৰঃ (খ)সমপান্তিক বিধি

18. কি বিধিৰ দ্বাৰা প্ৰত্য়েকটো দ্ৰব্য়ৰে কৰা খৰচৰ প্ৰান্তিক উপযোগিতা সমান হয়?

(ক)অধিপ্ৰান্তিক বিধি

(খ)ৰূপান্তিক বিধি

(গ)সমপান্তিক বিধি

উত্তৰঃ (গ)সমপান্তিক বিধি

19. এটা দৰব্য়ৰ কৰা খৰচৰ প্ৰান্তিক উপযোগিতা হৈছে দ্ৰব্য়টোৰপ্ৰান্তিক উপযোগিতাৰ লগত ইাৰ-

(ক)দৰৰ সমানুপাত

(খ)দৰৰ অনুপাত

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)দৰৰ অনুপাত

20. ভাৰসাম্য় অৱস্থাত প্ৰান্তিক উপযোগিতা আৰু দৰৰ অনুপাত কি হব লাগিব?

(ক)বেছি

(খ)কম

(গ)সমান

উত্তৰঃ (গ)সমান

Answer Type - Boby Bora