অ-প্ৰতিযোগিতামূলক বজাৰ

1. বজাৰ গাঠনিৰ তত্বত ভোক্তা আৰু প্ৰতিষ্ঠান উভয়ে দাম গ্ৰহণ কৰিব পৰা প্ৰতিযোগিতামূলক বজাৰখনৰ নাম কি?

(ক)অপূৰ্ণ বজাৰ

(খ)পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ

(গ)সম্পূৰ্ণ বজাৰ

উত্তৰঃ (খ)পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ

2. প্ৰতিষ্ঠান আৰু ভোক্তাৰ মাজত কাৰ দ্বাৰা লেনদেন ঘটে?

(ক)সামগ্ৰীৰ দ্বাৰা

(খ)মনৰ দ্বাৰা

(গ)দামৰ দ্বাৰা


উত্তৰঃ 
(ক)সামগ্ৰীৰ দ্বাৰা

3. প্ৰতিষ্ঠানবোৰৰ সামগ্ৰীৰ উৎপাদন কৰাৰ বা উৎপাদন বন্ধ কৰাৰ কি থাকে?

(ক)মন থাকে

(খ)স্বাধীনতা থাকে

(গ)ঈচ্ছা থাকে

উত্তৰঃ (খ)স্বাধীনতা থাকে

4. উৎপাদন উপাদান আৰু সিহঁতৰ দাম সম্বন্ধে প্ৰতিষ্ঠান আৰু ভোক্তাবোৰৰ সম্পূৰ্ণৰূপে কি থাকে?

(ক)আশা থাকে

(খ)জ্ঞান থাকে

(গ)ঈচ্ছা থাকে

উত্তৰঃ (খ)জ্ঞান থাকে

5. উদ্য়োগ এটাত থকা প্ৰতিটো প্ৰতিষ্ঠানৰ উৎপাদন আন প্ৰতিষ্ঠানবোৰৰ উৎপাদনৰ পৰা পৃথকীকৃত হয়নে?

(ক)হয়

(খ)নহয়

(গ)আছে


উত্তৰঃ 
(খ)নহয়

6. আন কোনো উদ্য়োগৰ উৎপাদন এই উদ্য়োগটোৰ উৎপাদনৰ প্ৰতিকল্প হয়নে?

(ক)হয়

(খ)নহয়

(গ)আছে

উত্তৰঃ (খ)নহয়

7. যি বজাৰ গাঠনিত মাত্ৰ এজনহে বিক্ৰেতা থাকে তাক কি বোলে?

(ক)সামগ্ৰীৰ বজাৰ

(খ)একচেতিয়া বজাৰ

(গ)হাট বজাৰ


উত্তৰঃ 
(খ)একচেতিয়া বজাৰ

8. কোনখন বজাৰ গাঠনিত এটা নিৰ্দিষ্ট সামগ্ৰীৰ এজনহে উ ৎপাদক থাকিব লাগে?

(ক)প্ৰতিযোগিতা মূলক বজাৰ

(খ)অ-প্ৰতিযোগিতামূলক বজাৰ

(গ)একচেতিয়া বজাৰ

উত্তৰঃ (গ)একচেতিয়া বজাৰ

9. ব্য়ক্তিগত প্ৰতিষ্ঠান এটাৰ  উ ৎপাদনৰ যিকোনো স্তৰতে দামবোৰ কি হৈ থাকে?

(ক)একেই থাকে

(খ)বেলেগ -বেলেগ হৈ থাকে

(গ)কম হৈ থাকে

উত্তৰঃ (ক)একেই থাকে

10. প্ৰচলিত বজাৰ দৰত ব্য়ক্তিগত প্ৰতিষ্ঠানটোৱে নিজে বিচৰা ধৰণে যিকোনো পৰিমাণতে সামগ্ৰীটো কি কৰিব পাৰে?

(ক)ব্য়ৱহাৰ কৰিব পাৰে

(খ)বিক্ৰি কৰিব পাৰে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
(খ)বিক্ৰি কৰিব পাৰে

11. সাধাৰণ অৰ্থত প্ৰতিযোগিতা বা অপ্ৰতিযোগিতা আচৰণ  বুলিলে স্পষ্টকৈ কি বুজা যায়?

(ক)বিপৰীত অৰ্থ

(খ)একেই অৰ্থ

(গ)
একো অৰ্থ নাই

উত্তৰঃ (ক)বিপৰীত অৰ্থ

12. বিক্ৰী বঢ়াবলৈ বা বজাৰৰ বেছি অংশ দখল কৰিবলৈ কোনে কোনে বেছি ধৰণে প্ৰতিযোগিতা কৰে?

(ক)কোক আৰু কোলাই

(খ)কোক আৰু চকলেতে

(গ)কোক আৰু পেপচিয়ে

উত্তৰঃ (গ)কোক আৰু পেপচিয়ে

13. শীতল পানীয়ৰ বজাৰ দৰ প্ৰভাৱিত কৰিব পৰা ক্ষমতা কাৰ আছে? 

(ক)ব্য়ক্তিগত খেতিয়কৰ

(খ)কোক আৰু পেপচিৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
(খ)কোক আৰু পেপচিৰ

14. প্ৰতিযোগিতামূলক আচৰণ আৰু প্ৰতিযোগিতামূলক বজাৰ গাথঁনি সাধাৰণতে কেনেদৰে সম্পৰ্কিত?

(ক)বিপৰীত মুখে

(খ)বজাৰ দৰত

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(ক)বিপৰীত মুখে

15. বজাৰ গাঠনি যিমানেই প্ৰতিযোগিতামূলক হয় প্ৰতিষ্ঠানবোৰৰ আচৰণ সিমানেই কি হয়?

(ক)বেছি প্ৰতিযোগিতামূলক

(খ)কম প্ৰতিযোগিতামূলক

(গ)সমান প্ৰতিযোগিতামূলক


উত্তৰঃ 
(খ)কম প্ৰতিযোগিতামূলক

16. শুদ্ধ একচেতিয়া বজাৰখন সাধাৰণতে কিবজাৰ?

(ক)দৃশ্য়মান বজাৰ

(খ)অদৃশ্য়মান বজাৰ

(গ)অতি দৃশ্য়মান ব্য়তিক্ৰম বজাৰ

উত্তৰঃ (গ)অতি দৃশ্য়মান ব্য়তিক্ৰম বজাৰ

17. আমি সকলো বজাৰেই পূৰ্ণ প্ৰতিযোগিতামূলক হয় বুলি কেতিয়া কব পাৰো?

(ক)আটাইবোৰ ভোক্তাই যেতিয়া দাম গ্ৰহণ কৰে

(খ)আটাইবোৰ ভোক্তাই যেতিয়া দাম গ্ৰহণ নকৰে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
(ক)আটাইবোৰ ভোক্তাই যেতিয়া দাম গ্ৰহণ কৰে

18. এটা প্ৰতিষ্ঠানে সামগ্ৰীবোৰ বিক্ৰি কৰি অৰ্জন কৰা লাভখিনি আমি কেনেদৰে পাম?

(ক)মুঠ ব্য়য় - মুঠ বিক্ৰি আয়

(খ)মুঠ ব্য়য় - লাভ

(গ)মুঠ বিক্ৰি আয় - মুঠ ব্য়য়

উত্তৰঃ (গ)মুঠ বিক্ৰি আয় - মুঠ ব্য়য়

19. একেতিয়া বজাৰৰ উপস্থিতি সমাজৰ বাবে কি হয়?

(ক)লোকচান হয়

(খ)লাভজনক হয়

(গ)বেয়া হয়


উত্তৰঃ 
(খ)লাভজনক হয়

20. গৱেষণাৰ জৰিয়তে একচেতিয়া প্ৰতিষ্ঠানবোৰে উচ্ছ গুণসম্পন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰেনে?

(ক)পাৰে

(খ)নোৱাৰে

(গ)লাগে

উত্তৰঃ (ক)পাৰে