শিক্ষাৰ ধাৰণা 

 1) 'E' আৰু 'Duco" দুটা লেটিন শব্দ আৰু এই শব্দ দুটাৰ পৰাও শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ কি উৎপত্তি বুলি জনা যায়?

(ক) 'Education'

(খ)'Educaru'

(গ)'Educatum'

উত্তৰঃ (ক) 'Education'

2) 'E' শব্দৰ অৰ্থ কি?

(ক)'I lead'

(খ)'out of'

(গ)'to nourish'

উত্তৰঃ (খ)'out of'

3)  '' সংকীৰ্ণ অৰ্থত আমাৰ শক্তিৰ বিকাশ আৰু উ ৎকৰ্ষ সাধনৰ বাবে প্ৰত্য়ক্ষভাৱে কৰা প্ৰচেষ্টাই হ'ল শিক্ষা''।

(ক)John Stuart Mill

(খ)Lodge

(গ)S. S. Mackenzie

উত্তৰঃ 
(গ)S. S. Mackenzie

4) ''সংকীৰ্ণ  অৰ্থত শিক্ষা মানে হ'ল সংস্কৃতি'' এই সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

(ক)S. S. Mackenzie

(খ)John Stuart Mill

(গ)White Head

উত্তৰঃ 

5) ''জীৱনেই শিক্ষা শিক্ষাই জীৱন'' এই সংজ্ঞাটো কাৰ আছিল ?

(ক)Lodge

(খ)White Head

(গ)Sir John Adams

উত্তৰঃ 
(ক)Lodge

6) শিক্ষাৰ বৈশিষ্ট্য় কেইটা ?

(ক)5

(খ)4

(গ)6

উত্তৰঃ 
(গ)6

7) গুৰুনানকে কৈছিল  -

(ক)''Education is the manifestation of divine perfection, already existing in man''

(খ)''Education is self  realisation and service of the people''

(গ)''Education is the realisation of the self''

উত্তৰঃ 
(খ)''Education is self  realisation and service of the people''

8)'' কোনজন শিক্ষাবিদৰ মতে শিক্ষা প্ৰক্ৰিয়া একমাত্ৰ শিক্ষক আৰু  শিক্ষাৰ্থীৰ মাজৰ আন্তপ্ৰক্ৰিয়াতে সীমাৱদ্ধ হৈ নাথাকে ।''

(ক)John Dewey

(খ)J.s Mackenzie

(গ)Dr. A. K. Chakraborty

উত্তৰঃ 
(ক)John Dewey

9) ''শিক্ষাৰদ্বাৰা ব্য়ক্তি স্ব-নিৰ্ভৰশীল হয় আৰু আনকো নিজৰ দৰে জ্ঞানী কৰাৰ ক্ষমতা লাভ কৰে।'' এই সংজ্ঞাটো কোনজন শিক্ষাবিদৰ আছিল।

(ক)Rabindra nath thakuror

(খ)paninir

(গ)Rigbador

উত্তৰঃ 
(গ)Rigbador

10) কোনজন শিক্ষাবিদৰ মতে, ''প্ৰত্য়েক ব্য়ক্তিয়ে দুই ধৰণৰ শিক্ষা লাভ কৰে-''

(ক)''Gibbon''

(খ)''Gurunanok''

(গ)''Shamir bibakanonda''

উত্তৰঃ 
(ক)''Gibbon''

11) শিক্ষা কেইপ্ৰকাৰৰ-

(ক)4

(খ)3

(গ)5

উত্তৰঃ 
(খ)3

12) শিক্ষা পৰিসৰ কেইটা -

(ক)5

(খ)4

(গ)10

উত্তৰঃ 
(গ)10

13) আনুষ্ঠানিক শিক্ষা বৈশিষ্ট্য় কেইটা-

(ক)9

(খ)12

(গ)11

উত্তৰঃ 
(ক)9

14) ব্য়ক্তিবাদী লক্ষ্য়ৰ মূল পৃষ্ঠপোষক কোন আছিল ?

(ক)Aristotle

(খ)Sir par Sinan

(গ)John Stuart Mill

উত্তৰঃ 
(খ)Sir par Sinan

15) পুৰণি সময়ত  কোনটো শব্দই সাধাৰণতে কোনো কিতাপ- প্ৰধান জ্ঞানৰ কথা বুজোৱা নাছিল-

(ক)''Liber''

(খ)''Kratain''

(গ)''Demos''

উত্তৰঃ 
(ক)''Liber''

16) '' শিক্ষা পূৰ্বদেশীয় ব্য়ৱস্থা '' বুলি কোনজন শিক্ষাবিদে কৈছিল-

(ক)''Plato''

(খ)''K.G Sayidian''

(গ)''Whitehead''

উত্তৰঃ 
(খ)''K.G Sayidian''

17) স্বাধীনতা আন্দোলনৰ পিছত কেইখন প্ৰতিবেদনৰ পৰামৰ্শ লেখতলবলগীয়া-

(ক)2

(খ)5

(গ)3

উত্তৰঃ 
(গ)3

18) '' হেইহুড (Heyhood) -ৰ মতে  শিক্ষাৰ দুটা কাৰ্য।''

(ক)True

(খ)Flus

উত্তৰঃ (ক)True

19) ''গণতান্ত্ৰিক শিক্ষা সম্বন্ধে কোনে কৰা মন্তব্য় প্ৰণিধানযোগ্য়-

(ক)k. G. sayidian

(খ)John Dewey

(গ)Heyhood

উত্তৰঃ 
(ক)k. G. sayidian

20) ''Democracy'' শব্দটো কোনটো গ্ৰীক শব্দৰ পৰা উদ্ভাৱন কৰা হৈছিল?

(ক)''Kratein''

(খ)''Liber''

(গ)''Demos'' and ''Kratain''

উত্তৰঃ (গ)''Demos'' and ''Kratain''