মানুহৰ বিকাশৰ স্তৰ

1) মানুহৰ বিকাশক সাধাৰণতে কেইটা ভাগত ভাগ কৰা হৈছে-

(ক)2

(খ)4

(গ)6

উত্তৰঃ (খ)4

2) 'বৃদ্ধি' আৰু 'বিকাশ'  শব্দ দুটাৰ অৰ্থ একেই নহয়।

(ক)False

(খ)True


উত্তৰঃ 
(খ)True

3) বিখ্য়াত গ্ৰন্থ 'এমিল' (Emile) ত পোণ প্ৰথম বাৰৰ  বাবে বিকাশৰ স্তৰ বিভাজনৰ নিৰ্ভৰযোগ্য়ভাৱে তথ্য় কোনজন দাৰ্শনিকে দাঙি ধৰিছিল।

(ক)Rousseau's

(খ)Earnest jone's

(গ)Ryburn's

উত্তৰঃ 
(ক)Rousseau's

4) আৰ্ণেষ্ট জন্চে কৰা মানৱ জীৱনৰ স্তৰ কেইটা ?

(ক)5

(খ)4

(গ7

উত্তৰঃ 
(খ)4

5) শিক্ষাবিদ ৰাইবাৰ্ণে বিকাশৰ স্তৰক মুঠ কেইটা ভাগত বিভক্ত কৰিছে। 

(ক)7

(খ)9

(গ)6

উত্তৰঃ 
(গ)6

6) জন্মৰ পৰা ৫ বছৰ  বয়সলৈ এই কালছোৱাক কি কাল বুলি কোৱা হয়।

(ক)শৈশৱকাল (Infancy)

(খ)শেহতীয়া বাল্য়কাল (Late childhood)

(গ)বয়ঃ প্ৰাপ্তিকাল (Maturity)

উত্তৰঃ 
(ক)শৈশৱকাল (Infancy)

7) বিকাশ হৈছে মানুহৰ জীৱনৰ এক স্বাভাৱিক প্ৰক্ৰিয়া।

(ক)True

(খ)False

উত্তৰঃ (ক)True

8) কোনটো শব্দই কেৱল মানুহৰ দৈহিক বিকাশৰ কথাহে  বুজায়।

(ক)বৃদ্ধি (Growth)

(খ)বিকাশ (Development)

(গ)ভাষাৰ বিকাশ (Language development)

উত্তৰঃ 
(ক)বৃদ্ধি (Growth)

9) মানুহৰ জীৱনৰ এই বিকাশত শিক্ষাই মুখ্য় ভূমিকা পালন কৰে।

(ক)False

(খ)True

উত্তৰঃ 
(খ)True

10) বৃদ্ধি হৈছে জীৱই পৰিৱেশত  কৰা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ পৰিণতি।

(ক)True

(খ)False

উত্তৰঃ 
(খ)False

11) শিশুৱে তাৰ শ্ৰৱণ, দৰ্শন আৰু স্পৰ্শ অনুভূতিৰ বিকাশৰ লগে লগে তাৰ দ্বাৰা কি আহৰণ কৰিবলৈ শিকে।

(ক)'শিক্ষা'

(খ)'অভিজ্ঞতা'

(গ)'জ্ঞান'

উত্তৰঃ 
(গ)'জ্ঞান'

12) ব্য়ক্তি বিকাশৰ দ্বিতীয় স্তৰ কোনটো?

(ক)'শৈশৱকাল' (Infancy)

(খ)'আগতীয়া কৈশোৰকাল' (Early childhood)

(গ)'বাল্য়কাল' (Childhood)

উত্তৰঃ 
(গ)'বাল্য়কাল' (Childhood)

13) প্ৰাক-প্ৰাথমিক শিক্ষাৰ প্ৰধান লক্ষ্য় আৰু উদ্দেশ্য় কেইটা?

(ক)7

(খ)10

(গ)5

উত্তৰঃ 
(ক)7

14) ৬ৰ পৰা ১২ বছৰ বয়সলৈকে কালছোৱাক কি কাল বুলি কোৱা হয় ? 

(ক)'শৈশৱকাল' (Infancy)

(খ)'বাল্য়কাল'(Childhood)

(গ)'কৈশোৰ কাল' (Adolescence)

উত্তৰঃ 
(খ)'বাল্য়কাল'(Childhood)

15) কৈশোৰকালক 'ধুমুহা আৰু পীড়নৰ ' কাল বুলি কোনে অভিহিত কৰিছিল ?

(ক)'Stanly'

(খ)'A. T. Jersild'

(গ)'A. W. Root'

উত্তৰঃ 
(ক)'Stanly'

16) কৈশোৰ শব্দৰ ইংৰাজী প্ৰতিশব্দ 'Adolescence' শব্দটো কোনটো শব্দৰ পৰা উ ৎপত্তি হৈছে?

(ক)'To grow to maturity'

(খ)'Early Adolescence'

(গ)'Adolescence'

উত্তৰঃ 
(গ)'Adolescence'

17) মনোবৈজ্ঞানিকসকলৰ মতে কৈশোৰ কাল কিমান বছৰ বয়সৰ পৰা আৰম্ভ হয়।

(ক)11

(খ)12 and 13

(গ)15

উত্তৰঃ 
(খ)12 and 13

18) বয়ঃসন্ধি কালৰ এটা উল্লেখযোগ্য় বৈশিষ্ট্য় হৈছে-

(ক)'বীৰপূজা' (Hero worship)

(খ)'আত্মসচেতনতা' (Self-consciousness)

(গ)
'যৌন-চেতনা' ( Sex-consciousness)

উত্তৰঃ (ক)'বীৰপূজা' (Hero worship)

19) বয়ঃসন্ধিকালৰ এক উল্লেখযোগ্য় বৈশিষ্ট্য় হৈছে কিশোৰ-কিশোৰীৰ মনত যৌন চেতনাৰ উদ্ৰেক।

(ক)False

(খ)True

উত্তৰঃ 
(খ)True

20) মাধ্য়মিক শিক্ষাৰ প্ৰধান লক্ষ্য় কেইটা?

(ক)5

(খ)7

(গ)10

উত্তৰঃ (গ)10