বিদ্য়ালয় আৰু ইয়াৰ সংগঠন

1) ইংৰাজী প্ৰতিশব্দ 'school' শব্দটো কোনটো শব্দৰ পৰা অহা বুলি কোৱা হয়।

(ক)'Skhole'

(খ)'Leisure'

(গ)'Liberal'

উত্তৰঃ (ক)'Skhole'

2) 'Skhole' শব্দৰ অৰ্থ কি ?

(ক)'School'

(খ)'Liberal'

(গ)'Leisure'

উত্তৰঃ 
(গ)'Leisure'

3) স্কুল প্ৰতিষ্ঠানৰ উপাদানসমূহ নিম্নলিখিত কেইটা ভাগত ভাগ কৰিব পাৰি।

(ক)5

(খ)3

(গ)4

উত্তৰঃ 
(খ)3

4) বিদ্য়ালয় ঘৰৰ আকৃতি, ইংৰাজী আখৰৰ কোনটো আকৃতি কৰিব পাৰি।

(ক)'L'

(খ)'p'

(গ)'b'

উত্তৰঃ 
(ক)'L'

5) বিদ্য়ালয় ঘৰটোৰ মূল বিষয় হৈছে শ্ৰেণীকোঠাসমূহ।

(ক)True

(খ)False

উত্তৰঃ 
(ক)True

6) শ্ৰেণীকোঠাৰ ভিতৰত  প্ৰায় কিমান জন ছাত্ৰ-ছাত্ৰীয়ে সুবিধাজনকভাৱে বহি পাঠ গ্ৰহণ কৰিব পৰা ধৰণৰ হ'ব লাগে।

(ক)20

(খ)50

(গ)30 and 40

উত্তৰঃ 
(গ)30 and 40

7) শিক্ষাদান আৰু শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াৰ অন্য়তম অবিচ্ছেদ্য় অংগ হৈছে শ্ৰেণীকোঠা।

(ক)True

(খ)False

উত্তৰঃ 
(খ)False

8) শিক্ষণ প্ৰক্ৰিয়াক সফল আৰু ফলপ্ৰসূভাৱে সম্পাদনা কৰাৰ বাবে ব্য়ৱহাৰ কৰা সামগ্ৰীসমূহকে সা-সৰঞ্জাম বুলি কোৱা হয়।

(ক)True

(খ)False

উত্তৰঃ 
(ক)True

9) ইংৰাজী ''Technology'' বা প্ৰযুক্তি শব্দৰ উ ৎপত্তি কোনটো ভাষাৰ আৰু শব্দৰ পৰা হৈছে।

(ক)''Technic'' and ''Logia''

(খ)''Skill''

(গ)''Efficiency''

উত্তৰঃ (ক)''Technic'' and ''Logia''

10) ''ছাত্ৰৰ শাৰীৰিক, মানসিক আৰু নৈতিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত আচবাবৰো মুখ্য় ভূমিকা অতি বিবেচনীয়''-এই সংজ্ঞাটো কোনজন অধ্য়াপকৰ আছিল-

(ক)J. Bluemen

(খ)D. Unwin

(গ)P.C. Rane

উত্তৰঃ 
(গ)P.C. Rane

11) কম্পিউটাৰ শব্দটো কোনটো লেটিন  শব্দৰ পৰা আহিছে।

(ক)''Operate''

(খ)''Computer''

(গ)''Update''

উত্তৰঃ 
(খ)''Computer''

12) কম্পিউটাৰ বৈশিষ্ট্য় কেইটা-

(ক)6

(খ)8

(গ)7

উত্তৰঃ 
(ক)6

13) কম্পিউটাৰ সাধাৰণতে কেইটা উপাদানেৰে গঠিত-

(ক)3

(খ)4

(গ)2

উত্তৰঃ 
(গ)2

14) কোনটো কম্পিউটাৰৰ হাৰ্ডৱেৰ উপাদান-

(ক)''Hardware''

(খ)''software''

(গ)''Input Device''

উত্তৰঃ 
(গ)''Input Device''

15) কম্পিউটাৰত তথ্য় প্ৰেৰণৰ বাবে ব্য়ৱহাৰ কৰা আটাইতকৈ সহজ আহিলাবিধ হ'ল-

(ক)''Mouse''

(খ)''Key Board''

(গ)''Input Device''

উত্তৰঃ 
(খ)''Key Board''

16) কম্পিউটাৰ দুটা উপাদান হ'ল-

(ক)'Input device'

(খ)'Output device'

(গ)'Software'

উত্তৰঃ 
(গ)'Software'

17) মণিটৰ কেইপ্ৰকাৰৰ-

(ক)2

(খ)4

(গ)
3

উত্তৰঃ (ক)2

18) কম্পিউটাৰ স্মৃতিগোট সাধাৰণতে দুই প্ৰকাৰৰ কি কি ?

(ক)Primary Memory Unit

(খ)Auxiliary Memory Unit

(গ)All of the above

উত্তৰঃ 
(গ)All of the above

19) কম্পিউটাৰত ব্য়ৱহাৰ কৰা এবিধ software হ'ল-

(ক)Application software

(খ)System software

(গ)
Complier software

উত্তৰঃ  (ক)Application software

20) কম্পিউটাৰত ব্য়ৱহাৰ কৰা কেতবোৰ প্ৰগ্ৰেম হ'ল- Basic, Logo, Cobol, Algol ।

(ক)True

(খ)False

উত্তৰঃ (ক)True