মনোবিজ্ঞানৰ ধাৰণা আৰু লক্ষ্য়

1) 'চাইক'লজী' নামৰ কিতাপখন কোনজন দাৰ্শনিকে উলিয়াইছিল।

(ক)স্পেইনৰ ভিভ্চ (Vives)


(খ)মেক্ ডুগল (Mc Dougall)

(গ)ৰুদ্লফ্ গোকেল (Rudolf Gockel)

উত্তৰঃ 
(গ)ৰুদ্লফ্ গোকেল (Rudolf Gockel)

2) 'Psyche' শব্দৰ অৰ্থ হৈছে-

(ক)'Science'

(খ)'Soul'

(গ)
'Logos'

উত্তৰঃ (খ)'Soul'

3) মনোবিজ্ঞানৰ অৰ্থ হৈছে-

(ক)'unconscious'

(খ)'Science of mind'

(গ)
'Science of soul'

উত্তৰঃ (গ)'Science of soul'

4) বৈজ্ঞানিক পদ্ধতিৰে মানুহৰ আচৰণ অধ্য়য়ন কৰাকে মনোবিজ্ঞান বোলা হয়।

(ক)True

(খ)False

উত্তৰঃ 
(ক)True

5) 'মনোবিজ্ঞান আচৰণ আৰু অভিজ্ঞতাৰ বিজ্ঞান।'- এই সংজ্ঞাটো কাৰ আছিল-

(ক)'Skinner'

(খ)'Mc Dougall'

(গ)'Crow and Crow'

উত্তৰঃ 
(ক)'Skinner'

6) কিমান শতিকাত মনোবিজ্ঞানক মনৰ বিজ্ঞান বুলি কোৱা হৈছিল।

(ক)15 শ

(খ)18 শ

(গ)16 শ

উত্তৰঃ 
(খ)18 শ

7) মনোবিজ্ঞানৰ প্ৰধান ভাগ কেইটা-

(ক)8

(খ)12

(গ)11

উত্তৰঃ 
(গ)11

8)'' শিশুসকল প্ৰাপ্তবয়স্কসকলতকৈ সম্পূৰ্ণ পৃথক।''- কোনজন শিক্ষাবিদে কৈছিল-

(ক)'Henrich pestalozzi'

(খ)'Stephen'

(গ)'J.J. Rousseau'

উত্তৰঃ 
(গ)'J.J. Rousseau'

9) শিক্ষাক ------- বোলা হয়।

(ক)'Normative science'

(খ)'Positive science'

উত্তৰঃ 
(ক)'Normative science'

10) ''Educational psychology'' পাঠ্য়পুঠিখন কোনজন মনোবিজ্ঞানীয়ে শিক্ষা মনোবিজ্ঞানৰ পৰিধি তিনিটা সাঙুৰি লৈছিল।

(ক)'Skinner'

(খ)'Craw and Craw'

(গ)'Henry clay lindgren'

উত্তৰঃ 
(গ)'Henry clay lindgren'

11) শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি কেইটা ভাগত ভাগ কৰিব পাৰি-

(ক)3

(খ)2

(গ)5

উত্তৰঃ 
(খ)2

12) 'Introspection' শব্দটো মূলত কোনটো শব্দৰ পৰা আহিছে।

(ক)'Latin'

(খ)'Intro'

(গ)'Aspection'

উত্তৰঃ 
(ক)'Latin'

13) কিমান চনত উন্দ (Wundt) নামৰ মনোবিজ্ঞানীগৰাকীয়ে প্ৰথমে মনোবৈজ্ঞানিক গৱেষণাগাৰ লেইপ্জিং (Leipzing) নামৰ ঠাইত স্থাপন কৰিছিল?

(ক)1880

(খ)
1879

(গ)1890

উত্তৰঃ (খ)1879

14) নৈদানিক পদ্ধতিটো 1896 চনত কোনজন ব্য়ক্তিয়ে প্ৰথমে ব্য়াখ্য়া কৰে।

(ক)'Freud'

(খ)'Adler'

(গ)'Witmer'

উত্তৰঃ 
(গ)'Witmer'

15) ''শিক্ষা মনোবিজ্ঞান হৈছে শিক্ষক প্ৰস্তুতিৰ মূল ভেটি।''

(ক)True

(খ)False

উত্তৰঃ 
(ক)True

16) -------কৈছিল মনোবিজ্ঞান এক গুৰুত্বপূৰ্ণ বিষয়।

(ক)'James'

(খ)'Skinner'

(গ)'Johns'

উত্তৰঃ 
(ক)'James'

17) শিক্ষা- মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়।

(ক)'Blair'

(খ)'J. H. Pestalozzi'

(গ)'Simpson'

উত্তৰঃ 
(খ)'J. H. Pestalozzi'

18) সমাজমিতি পদ্ধতি বিশিষ্ট চিন্তাবিদ ড জে এল মোৰেন' (Dr. J. L. Moreno), আৰু হেলেন জেনিংচ (Hellen Jennings) য়ে কিমান চনত এই পদ্ধতিৰ বিকাশ কৰিছিল।

(ক)1879

(খ)1950

(গ)1946

উত্তৰঃ 
(গ)1946

19) মনোবিজ্ঞান হ'ল প্ৰাণীমাত্ৰেই আচৰণৰ প্ৰত্য়ক্ষ বিজ্ঞান।'-এই সংজ্ঞাটোৰ কাৰ আছিল-

(ক)'Skinner'

(খ)'Mc Dougal'

(গ)'Craw and Craw'

উত্তৰঃ 
(খ)'Mc Dougal'

20) পৰিস্থিতিত বিভিন্ন ধৰণৰ উদ্দীপকৰ প্ৰতি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰা কাৰ্যকে আচৰণ বোলা হয়।

(ক)True

(খ)False

উত্তৰঃ 
(ক)True