মানসিক জীৱনৰ দৈহিক ভেটি

1) 'Sound mind in a sound body'----অৰ্থা ৎ সুস্থ দেহতহে সুস্থ মন থাকে। এই মন্তব্য়টো কোনে কৰিছিল-

(ক) J. H. Pestalozzi

(খ) James

(গ) Aristotle

উত্তৰঃ (গ) Aristotle

2) স্নায়ুকোষৰ প্ৰধান অংশ কেইটা ?

(ক)4

(খ)3

(গ)5


উত্তৰঃ 
(ক)4

3) স্নায়ু আঁহবোৰৰ এডাল আনডালতকৈ বেছি দীঘল। এইডালক --------বোলে।

(ক)'Dendrites'

(খ)'Axon'

(গ)'Cell body'


উত্তৰঃ 
(খ)'Axon'

4) এক্সনৰ মূৰটোত কিছুমান সৰু সৰু সূতাৰ দৰে আঁহ থাকে। ইয়াক ---------বোলে।

(ক)'Cell body'

(খ)'Nucleus'

(গ)'End brush'


উত্তৰঃ 
(গ)'End brush'

5) এটা কোষদেহ বা নিউৰণৰ পৰা উলোৱা স্নায়ুকেষ বা স্নায়ুআঁহবোৰ আন এটা কোষদেহৰ স্নায়ুৰ লগ লাগি থাকে। এই লগ লগা অংশক  সন্নিকৰ্ষ বুলি কোৱা হয়।

(ক)True

(খ)False

উত্তৰঃ 
(ক)True

6) স্নায়ুকোষৰ মৌলিক একক হৈছে------

(ক)'Nerve cell'

(খ)'Nucleus'

(গ)'Dendrite'

উত্তৰঃ (ক)'Nerve cell'

7) পঞ্চ ইন্দ্ৰিয়ক উদ্দিপক বুলিও কোৱা হয়। 

(ক)True

(খ)False

উত্তৰঃ (খ)False

8) মানৱ দেহৰ স্নায়ুতন্ত্ৰক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ?

(ক)2

(খ)3

(গ)5


উত্তৰঃ 
(খ)3

9) কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ ঘাই অংশ হ'ল------

(ক)'Skull'

(খ)'Mid-Brain'

(গ)'Brain'


উত্তৰঃ 
(গ)'Brain'

10) মানুহৰ মূৰৰ কঠিন আৱৰণটোক লাওখোলা বোলা হয়।

(ক)True

(খ)False

উত্তৰঃ (ক)True

11) মস্তিষ্কৰ অংশ কেইটা-

(ক)6

(খ)4

(গ)7

উত্তৰঃ (ক)6

12) মস্তিষ্কৰ ওপৰৰ ভাগত থকা আটাইতকৈ ডাঙৰ অংশটোকে -------মস্তিষ্ক বোলা হয়।

(ক)গুৰু মস্তিষ্ক (Cerebrum)

(খ)মধ্য় মস্তিষ্ক (Mid-Brain)

(গ)লঘু মস্তিষ্ক (Cerebellum)

উত্তৰঃ (ক)গুৰু মস্তিষ্ক (Cerebrum)

13)গুৰু মস্তিষ্ক আৱৰি ৰখা ডাঠ চামনিটোক-----আৱৰণ বুলি কোৱা হয়।

(ক)অধঃমস্তিষ্ক (Medulla)

(খ)প্ৰমস্তিষ্ক আৱৰণ (Cerebral Cortex)

(গ)অনুমস্তিষ্ক (Cerebral Cortex)

উত্তৰঃ (খ)প্ৰমস্তিষ্ক আৱৰণ (Cerebral Cortex)

14)এজন পুৰুষৰ মস্তিষ্কৰ ওজন প্ৰায় কিমান গ্ৰাম ?

(ক)1,360

(খ)1,250

(গ)1,260

উত্তৰঃ (ক)1,360

15) মস্তিষ্কৰ এটা অঞ্চলৰ নাম হ'ল-

(ক)থেলামাছ (Thalamus)

(খ)মহা সংযোজন পিণ্ড (Corpus callosum)

(গ)ললাট অঞ্চল (Frontal lobe)

উত্তৰঃ (গ)ললাট অঞ্চল (Frontal lobe)

16) গুৰু মস্তিষ্ক প্ৰধান কেন্দ্ৰ কেইটা-

(ক)4

(খ)3

(গ)5

উত্তৰঃ (খ)3

17) গুৰু মস্তিষ্কৰ তলভাগত দুটা ডিম্বৰ দৰে লগ লাগি থকা অংশক থেলামাছ বোলে।

(ক)True

(খ)False

উত্তৰঃ (ক)True

18) ৰাজহাড়ডাল কিমান টা পৃথক অস্থি খণ্ডৰে গঠিত-

(ক)36

(খ)40

(গ)33/34

উত্তৰঃ (গ)33/34

19) মস্তিষ্কৰ পৰা আৰম্ভ হৈ মেৰুদণ্ড বা ৰাজহাড়ৰ কশেৰুকা নলীৰ পহদমাজেৰে শৰীৰৰ তলৰ অংশলৈ নামি যোৱা অংশটোকে------ বোলে।

(ক)'Spinal Cord'

(খ)'Spinal nerves'

(গ)'Cranial nerves'

উত্তৰঃ (ক)'Spinal Cord'

20) গ্ৰন্থি ঘাইকৈ কেইপ্ৰকাৰৰ-

(ক)4

(খ)3

(গ)2

উত্তৰঃ (গ)2