ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

1) আমাৰ দেশৰ শিক্ষা ব্য়ৱস্থাক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক)5

(খ)7

(গ)3


উত্তৰঃ 
(গ)3

2) কিমান বছৰ বয়সলৈ শিশুসকলক গুৰুকুলত নামভৰ্তিৰ সুবিধা প্ৰদান কৰা হৈছিল?

(ক)12

(খ)6

(গ)10


উত্তৰঃ 
(ক)12

3) প্ৰাচীন ভাৰতীয় শিক্ষাৰ এক প্ৰসিদ্ধ অনুষ্ঠান হ'ল পাঠশালা।

(ক)True

(খ)False


উত্তৰঃ 
(ক)True

4) মাদ্ৰাছ শব্দটো আৰবী ভাষাৰ কোনটো শব্দৰ পৰা আহিছে?

(ক)'Kutab'

(খ)'Dars'

(গ)
'Dargah'

উত্তৰঃ (খ)'Dars'

5) মোক্তাৰ শব্দটো কোনটো আৰবী শব্দৰ পৰা সৃষ্টি হৈছিল?

(ক)'Dars'

(খ)'Khanquah'

(গ)'kutab'

উত্তৰঃ (গ)'kutab'

6) মাদ্ৰাছা শিক্ষাব্য়ৱস্থা কেইটা ভাগত ভাগ কৰা হৈছিল?

(ক)4

(খ)2

(গ)5

উত্তৰঃ (খ)2

7) শিক্ষাৰ্থীসকলে ভাষা শিকিব পৰা হওঁতে 'কালামা' (Qalama) মুখস্থ কৰিবলৈ দিয়া হৈছিল।

(ক)True

(খ)False

উত্তৰঃ (ক)True

8) ভাৰতবৰ্ষত মোগলসকলৰ শাসনৰ সময়ত কিমান চনত ভাস্কো-ডা-গামাৰ নেতৃত্বত পৰ্টুগিজসকল ভাৰতলৈ আহে।

(ক)1498

(খ)1484

(গ)1590

উত্তৰঃ (ক)1498

9) খ্ৰীষ্টান মিছনেৰীসকলৰ শিক্ষাকাৰ্যৰ প্ৰধান বৈশিষ্ট্য় কেইটা-

(ক)8

(খ)5

(গ)7

উত্তৰঃ (খ)5

10) কিমান চনত মাদ্ৰাজত লেডী কেম্পবেলৰ নামত এখন অনাথ মহিলাৰ বাবে আশ্ৰয় গৃহ স্থাপন কৰা হয়?

(ক)1807

(খ)1719

(গ)1787

উত্তৰঃ (গ)1787

11) কিমান চনত মাদ্ৰাজত 'দেওবৰীয়া স্কুল ' বা sunday School স্থাপন কৰা হৈছিল?

(ক)1822

(খ)1818

(গ)1793

উত্তৰঃ (ক)1822

12) 1806 চনৰ পৰা 1813 চনলৈ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ থকা লৰ্ড মিন্টো প্ৰাচ্য় ভাষা-সংস্কৃতিৰ সমৰ্থক আছিল।

(ক)True

(খ)False

উত্তৰঃ (ক)True

13) অসমীয়া ভাষাৰ প্ৰথম মুদ্ৰিত আৰু প্ৰকাশিত গ্ৰন্থখন হ'ল-

(ক)'Pilgrim's'

(খ)'Baibell'

(গ)'Grammer of the Assamese Language'

উত্তৰঃ (খ)'Baibell'

14) কিমান খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ ৰাণীৰ লগত এখন চুক্তি সম্পাদিত কৰিছিল?

(ক)12শ

(খ)14শ

(গ)16শ

উত্তৰঃ (গ)16শ

15) কিমান চনত ৱেলচ প্ৰেচবিটেৰিয়াম মিচনে অসমৰ শ্বিলঙত কেন্দ স্থাপন কৰি খাচীয়া আৰু জয়ন্তীয়া ল'ৰা-ছোৱালীসকলৰ বাবে স্কুল স্থাপন কৰিছিল?

(ক)1841

(খ)1836

(গ)1854

উত্তৰঃ (ক)1841

16) উইলিয়াম হান্টাৰৰ নাম অনুসৰি এই আয়োগক কি আয়োগ নামেৰে জনা যায়?

(ক)'Managment'

(খ)'Policy'

(গ)'Hunter'

উত্তৰঃ (গ)'Hunter'

17) 20 শতিকাৰ আৰম্ভণিৰ সময়ত কোনে ভাৰতলৈ আহিছিল?

(ক)'Dr. Jakir Husain'

(খ)'Lord Curzon's'

(গ)'William Mc Dougall'

উত্তৰঃ (খ)'Lord Curzon's'

18) হান্টাৰ আয়োগৰ নীতি কেইটা-

(ক)4

(খ)7

(গ)6

উত্তৰঃ (গ)6

19) যিবোৰ অঞ্চলত ৩৩ শতাংশ ল'ৰাই শিক্ষা লাভ কৰি আছে তেনে অঞ্চলত এই আইন বিশেষভাৱে প্ৰণয়ন কৰিব লাগে।

(ক)True

(খ)False

উত্তৰঃ (ক)True

20) কিমান চনত নতুন শিক্ষানীতি প্ৰকাশ কৰিছিল?

(ক)1937

(খ)1913 চনৰ 21 ফেবুৱাৰীত

(গ)1935

উত্তৰঃ (খ)1913 চনৰ 21 ফেবুৱাৰীত