বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া
১। যদি ভূ-পৃষ্ঠত বায়ুৰ চাপ ১,০০০ মিলিবাৰ হয়, তেতিয়া ভূ-পৃষ্ঠৰ পৰা ১ কিঃমি উচ্চতাত বায়ুৰ চাপ হব-
(ক)৯০০ মিলিবাৰ
(খ)১,১০০ মিলিবাৰ
(গ)১,৩০০ মিলিবাৰ
উত্তৰঃ (গ)১,৩০০ মিলিবাৰ
২। আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডলটো সৃষ্টি হয়ঃ
(ক)বিষুৱৰ ওচৰত
(খ)মকৰ ক্ৰান্তীয় ওচৰত
(গ)সুমেৰু বৃত্তৰ ওচৰত
উত্তৰঃ (ক)বিষুৱৰ ওচৰত
৩। মেৰু দেশীয় বায়ুৰাশি হয়।
(ক)গৰম
(খ)চেঁচা
(গ)চাপৰ
উত্তৰঃ (খ)চেঁচা
৪। উত্তৰ গোলাৰ্দ্ধত এটা নিম্ন চাপ কেন্দ্ৰৰ চৌদিশে বতাহৰ গতি হয়ঃ
(ক)ঘড়ীৰ কাটাৰ দিশত
(খ)সমচাপ ৰেখাৰ লম্ব দিশত
(গ)ঘড়ীৰ কাটাৰ বিপৰীত দিশত
উত্তৰঃ (গ)ঘড়ীৰ কাটাৰ বিপৰীত দিশত
৫। বায়ুপুঞ্জ গঠনৰ বাবে তলৰ কোনটো অঞ্চলক উৎস বুলি গণ্য কৰিব পাৰি ?
(ক)বিষুৱীয় অৰণ্য অঞ্চল
(খ)হিমালয় পৰ্বতমালা
(গ)চাইবেৰিয়াৰ সমভূমি অঞ্চল
উত্তৰঃ (গ)চাইবেৰিয়াৰ সমভূমি অঞ্চল
৬। গতিশীল বায়ুকে বোলে।
(ক)চাপ
(খ)গতিবেগ
(গ)বতাহ
উত্তৰঃ (গ)বতাহ
৭। ঘৰ্ষণ বল ভূ-পৃষ্ঠত কিমান কিঃমিঃ উচ্চতালৈ থাকে ?
(ক)১ ৰ পৰা ৩ কিঃমিঃ
(খ)১ ৰ পৰা ২ কিঃমিঃ
(গ)১ ৰ পৰা ৫ কিঃমিঃ
উত্তৰঃ (ক)১ ৰ পৰা ৩ কিঃমিঃ
৮। ভূমণ্ডলীয় বতাহৰ গতি-বিধি মূখ্যত নিৰ্ভৰ কৰা কাৰকক কেইটা ভাগত ভগোৱা হৈছে-
(ক)চাৰিটা
(খ)পাচঁটা
(গ)ন টা
উত্তৰঃ (খ)পাচঁটা
৯। জলভাগৰ পৰা স্থলভাগলৈ বলা বতাহক বোলে।
(ক)জলবতাহ
(খ)স্থলবতাহ
(গ)অনুঢাল বতাহ
উত্তৰঃ (ক)জলবতাহ
১০। ক্ৰান্তীয় বায়ুৰাখি কেনেকুৱা হয়-
(ক)গৰম
(খ)ঠাণ্ডা
উত্তৰঃ (ক)গৰম