বায়ুমণ্ডলত পানীৰ স্থিতি

১। তলৰ কোনটো বায়ুমণ্ডলৰ উপাদান মানুহৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ?

(ক)জলীয় বাষ্প

(খ)ধূলিকণা

(গ)অক্সিজেন

উত্তৰঃ (গ)অক্সিজেন

২। তলত উল্লেখ কৰা কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা জুলীয়া বস্তু বাষ্পলৈ ৰূপান্তৰিত হয়-

(ক)ঘনীভৱন

(খ)স্বাস-প্ৰশ্বাস

(গ)বাষ্পীভৱন

উত্তৰঃ 
(গ)বাষ্পীভৱন

৩। বায়ুৱে যেতিয়া ইয়াৰ পূৰ্ণ ধাৰণ ক্ষমতাৰ জোখেৰে জলকণা ধৰি ৰাখে তেতিয়া তাক কোৱা হয়-

(ক)আপেক্ষিক আৰ্দ্ৰতা

(খ)নিৰ্দিষ্ট আৰ্দ্ৰতা

(গ)পূৰ্ণ আৰ্দ্ৰতা


উত্তৰঃ 
(ক)আপেক্ষিক আৰ্দ্ৰতা

৪। তলৰ কোনটো মেঘ আকাশৰ আটাইতকৈ বেছি উচ্চতাত থাকে ?

(ক)অলকমেঘ

(খ)স্তৰমেঘ

(গ)পুঞ্জমেঘ

উত্তৰঃ 
(ক)অলকমেঘ

৫। বায়ুমণ্ডলত পানী কেইটা ৰূপত থাকে ?

(ক)দুটা

(খ)তিনিটা

(গ)চাৰিটা

উত্তৰঃ 
(খ)তিনিটা

৬। মেঘবিলাকক কেইটা ভাগত ভগাব পাৰি ?

(ক)দুইভাগত

(খ)তিনিভাগত

(গ)চাৰিভাগত


উত্তৰঃ 
(গ)চাৰিভাগত

৭। পুঞ্জমেঘ কিমান উচ্চতাত গঠন হয়?

(ক)৮,০০০-৭,০০০ মিটাৰ

(খ)৮,০০০-১২,০০০ মিটাৰ

(গ)৮,০০০-৯,০০০ মিটাৰ


উত্তৰঃ 
(ক)৮,০০০-৭,০০০ মিটাৰ

৮। গঠন প্ৰক্ৰিয়াৰ ভিত্তিত বৰষুণক কেইটা ভাগত ভাগ কৰিব পাৰি-

(ক)তিনিটা

(খ)চাৰিটা

(গ)সাতটা


উত্তৰঃ 
(ক)তিনিটা

৯। নিৰক্ষীয় অঞ্চলত বছৰি ২০০ ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়-

(ক)সচাঁ

(খ)মিছা

উত্তৰঃ 
(ক)সচাঁ

১০। যি উত্তাপত বায়ু সংপৃক্ত হৈ পৰে সেই উত্তাপকে           বোলে।

(ক)শিশিৰাংক

(খ)ঘনীভৱন

(গ)শীতলীকৰণ


উত্তৰঃ 
(ক)শিশিৰাংক

১১। পুঞ্জ মেঘ দেখাত কেনেকুৱা ?

(ক)বৰফৰ দৰে

(খ)শিলৰ দৰে

(গ)
ঊণ সূতাৰ দৰে

উত্তৰঃ (গ)ঊণ সূতাৰ দৰে

১২। পৰিচলন বৰষুণক ইংৰাজীত কি বুলি কোৱা হয়-

(ক)Convectional Rain

(খ)Cyclonic Rain

(গ)Orographic Rain


উত্তৰঃ 
(ক)Convectional Rain

১৩। বায়ুত থকা জলীয় বাষ্পকে               বোলা হয়।

(ক)ঘনীভৱন

(খ)আৰ্দ্ৰতা

(গ)শীতলীকৰণ


উত্তৰঃ 
(খ)আৰ্দ্ৰতা

১৪। বায়ুৰ উত্তাপ হ্ৰাস হৈ শিশিৰাংক হলে কি হয়?

(ক)আযতন

(খ)শীতলীকৰণ

(গ)ঘনীভৱন


উত্তৰঃ 
(গ)ঘনীভৱন

১৫। মুঠ বৰষুণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীক কেইটা অধঃক্ষেপ(বৰষুণ) অঞ্চলত ভাগ কৰিব পাৰি ?

(ক)৬টা

(খ)৭ টা

(গ)
৮ টা

উত্তৰঃ (খ)৭ টা

১৬। মেঘবিলাকক সিহঁতৰ উচ্চতাবিস্ততি,ঘনত্ব আৰু স্বচ্চতা বা এপাকুৱেনচৰ ভিত্তিত কেইটা ভাগত ভগাব পাৰি ?

(ক)২টা

(খ)৩টা

(গ)৪টা


উত্তৰঃ 
(গ)৪টা

১৭। মেঘৰ বৰণ কেনেকুৱা?

(ক)বগা

(খ)নীলা

(গ)হালধীয়া


উত্তৰঃ 
(ক)বগা

১৮। অলকমেঘ কিমান উচ্চতাত গঠন হয়?

(ক)৮,০০০-১২,০০০ মিটাৰ

(খ)৮,০০০-৭,০০০ মিটাৰ

(গ)৮,০০০-৯,০০০ মিটাৰ


উত্তৰঃ 
(ক)৮,০০০-১২,০০০ মিটাৰ

১৯। ঘূৰ্ণীবতাহৰ বৰষুণক ইংৰাজীত কি বুলি কোৱা হয়-

(ক)Orographic Rain

(খ)Convectional Rain

(গ)Cyclonic Rain


উত্তৰঃ 
(গ)Cyclonic Rain

২০। নাতিশীতোষ্ণ অঞ্চলত বছৰি কিমান বৰষুণ হয় ?

(ক)৫০ৰ পৰা ১০০ ছেণ্টিমিটাৰ

(খ)৫০ৰ পৰা ৭০ ছেণ্টিমিটাৰ

(গ)৫০ৰ পৰা ১০১ ছেণ্টিমিটাৰ


উত্তৰঃ 
(ক)৫০ৰ পৰা ১০০ ছেণ্টিমিটাৰ