জৈৱ-বৈচিত্ৰ আৰু সংৰক্ষণ

১। জীৱ-বিচিত্ৰতাৰ সংৰক্ষণৰ প্ৰয়োজন হৈছে-

(ক)উদ্ভিদৰ কাৰণে

(খ)জীৱ-জন্তু আৰু উদ্ভিদৰ কাৰণে

(গ)সকলো জীৱৰ কাৰণে

উত্তৰঃ (গ)সকলো জীৱৰ কাৰণে

২। অসুৰক্ষিত প্ৰজাতিবোৰ হলঃ

(ক)যিয়ে আনক ভয় খুৱাই

(খ)সংখ্যাত অতি বেছি

(গ)
বিলুপ্তিৰ পথত আগবাঢ়িছে

উত্তৰঃ (গ)বিলুপ্তিৰ পথত আগবাঢ়িছে

৩। তলৰ কোনটো উদ্দেশ্যৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবোৰ স্থাপন কৰা হৈছেঃ

(ক)আমোদ-প্ৰমোদ

(খ)সংৰক্ষণ

(গ)পোহনীয়া


উত্তৰঃ 
(খ)সংৰক্ষণ

৪। জৈৱ-বৈচিত্ৰ তলৰ কোনটো অঞ্চলত অধিক-

(ক)ক্ৰান্তীয় অঞ্চল

(খ)মেৰু অঞ্চল

(গ)সমমণ্ডলীয় অঞ্চল

উত্তৰঃ 
(ক)ক্ৰান্তীয় অঞ্চল

৫। তলৰ কোনখন দেশত বিশ্ব সন্মিলন অনুস্থিত হৈছিল ?

(ক)মেক্সিকো

(খ)ব্ৰাজিল

(গ)চীনদেশ

উত্তৰঃ 
(খ)ব্ৰাজিল

৬। জীৱ-বিচিত্ৰতা কেইটা স্তৰত আলোচনা কৰিব পৰা যায় ?

(ক)দুটা

(খ)তিনিটা

(গ)ছয়টা

উত্তৰঃ (খ)তিনিটা

৭। ভূমিকম্প এটা               

(ক)প্ৰাকৃতিক দুৰ্যোগ

(খ)পৰিস্থিতি তন্ত্ৰ

উত্তৰঃ (ক)প্ৰাকৃতিক দুৰ্যোগ

৮। ICUN ৰ সম্পূৰ্ণ ৰূপ হল-

(ক)International Unity for Connection of nature

(খ)International Union for Conservation of Nature

উত্তৰঃ 
(খ)International Union for Conservation of Nature

৯। ব্ৰাজিল দেশত বিশ্ব সন্মিলন অনুস্থিত হৈছিল, শুদ্ধ নে অশুদ্ধ-

(ক)শুদ্ধ

(খ)অশুদ্ধ


উত্তৰঃ 
(ক)শুদ্ধ