পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ

১। পৃথিৱীৰ সঠিক বয়স  কিমান?

(১) ৪.৬ বিলিয়ন বছৰ

(২) ১৩.৭ বিলিয়ন বছৰ

(৩) ৪.৬ নিযুত বছৰ

উত্তৰঃ (৩) ৪.৬ নিযুত বছৰ

২ । সৌৰজগত কিমানটা চন্দ্ৰ আছে?

(১) ৮ টা

(২) ৬৩ টা

(৩) ১৫ টা

উত্তৰঃ (১) ৮ টা

৩। সৌৰজগত ভাঙোন আৰু কেন্দ্ৰ গঠন আৰম্ভ কেতিয়া হৈছিল?

(১) ১৩.৭ ট্ৰাইনিয়ন বছৰ

(২) ৫-৫.৬ বিলিয়ন

(৩) ৪.৬ বিলিয়ন

উত্তৰঃ 

৪। মংগল গ্ৰহক কি বুলি কোৱা হয়?

(১) বহি:গ্ৰহ

(২) ডাঙৰ

(৩) আন্ত:গ্ৰহ

উত্তৰঃ 

৫। প্লুট'ক কিমান চনত গ্ৰহ বুলি ধৰা হৈছিল?

(১) ২০০৬ চনৰ আগষ্ট

(২) ১৮৩৮ চনৰ জানুৱাৰীত

(৩) ৪৬০০ চনৰ জুলাই

উত্তৰঃ 

৬। ২০০৬ চনলৈ প্লুটক গ্ৰহ বুলি ধৰা হৈছিল, শুদ্ধ নে অশুদ্ধ-

(১)শুদ্ধ

(২) অশুদ্ধ

উত্তৰঃ

 ৭। পৃথিৱীৰ বায়ুনণ্ডলত প্ৰধানকৈ কি কি গেছ আছে ?

(১) নাইট্ৰজেন আৰু হাইড্ৰজেন

(২) নাইট্ৰজেন আৰু অক্সিজেন

(৩) আটাইকেইটা

উত্তৰঃ