ভূ-প্ৰকৃতি  (অধ্যায় ৩  অৱবাহ তন্ত্ৰ )

১। কোনখন নদীৰ অৱবাহিকা (ভাৰতত) সৰ্ববৃহৎ?

ক) সিন্ধু

(খ)  গংগা

(গ) ওপৰৰ এটাও নহয়?

উত্তৰঃ (ক) সিন্ধু

২। সোণ গংগাৰ এখন বৃহৎ কি পাৰৰ উপনৈ?

(ক) দক্ষিণ পাৰৰ

(খ) উওৰ পাৰৰ

(গ) পূব পাৰৰ

উত্তৰঃ (ক) দক্ষিণ পাৰৰ

৩। দাক্ষিণ ভাৰতৰ প্ৰধান এখন নদীৰ নাম কি?

(ক) গৌদাবৰী

(খ) নমদা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গৌদাবৰী

৪। গোৱাৰ দুখন প্ৰধান নদীৰ নাম উল্লেখ কৰা?

(ক) মানদবি আৰু জুৱাৰী

(খ) নৰ্মদা আৰু কাবেৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মানদবি আৰু জুৱাৰী

৫। পশ্চিম দিশত বোৱা দক্ষিণৰ আনএখন নদী কি?

(ক) তাপী

(খ) মধ্য

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) তাপী

৬। কেৰেলা দীৰ্ঘতম নদীখন কি?

(ক) ভাৰাথাপূজা

(খ) মূলটাইৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ভাৰাথাপূজা

৭। গুৰুদেশৱাৰত নৰ্দমাৰ জলপ্ৰবাহৰ সৰ্বাধিক জোখ কিমান?

(ক) ২,৩০০ কিউচেক

(খ) ৩,২০০ কিউচেক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ২,৩০০ কিউচেক

৮। দামোদৰ নদীখনে চোটানানগৰ মানভূমি পূবখণ্ড জুৰি আছেনে?

(ক) আছে

(খ)  নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আছে

৯। দাক্ষিণাত্য মালভূমিৰ দ্বিতীয় প্ৰধান নদী কি?                        

(ক) কৃষ্ণা

(খ) কাবেৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কৃষ্ণা

১০। কৃষ্ণাৰ মুঠ অৱবাহিকা কিমান?

(ক) ২৭ শতাংশ

(খ) ৫ শতাংশ

(গ) ২৬ শতাংশ

উত্তৰঃ (ক) ২৭ শতাংশ

Answer Type - Boby Bora