মহাদেশ আৰু মহাসাগৰবোৰৰ বিতৰণ

১। প্ৰথমে কোনে কৈছিল ইউৰোপ, আফ্ৰিকা আৰু আমেৰিকা লগলাগি আছে বুলি ?

(১) এণ্টানিও পেলিগ্ৰিনি

(২) এডমণ্ড হেছ

(৩) আব্ৰাহাম অৰটিলিয়াচ

উত্তৰঃ (৩) আব্ৰাহাম অৰটিলিয়াচ

২। মেৰুৰ পৰা আঁতৰি অহা শক্তি জডিত হৈ থাকে ?

(১) পৃথিৱীৰ আৱৰ্তনিক গতি

(২) জোৱাৰ বল

(৩) মাধ্যাকৰ্ষণ বল

উত্তৰঃ (১) পৃথিৱীৰ আৱৰ্তনিক গতি

৩।  ওৱেগনাৰ মতে বৰ্তমানৰ মহাদেশবোৰ লগ লাগি সৃষ্টি হোৱা বৃহৎ মহাদেশখনৰ নাম কি?  

(১) এছিয়া

(২) পেংগিয়া

(৩) কুমেৰু

উত্তৰঃ (২) পেংগিয়া

৪। ১৯৬১ চনত হেছ নামৰ বিজ্ঞানীজনে সাগৰীয় তল বহলকৰণ মতবাদটো আগবঢ়াইছিল, শুদ্ধ নে অশুদ্ধ ?

(১)শুদ্ধ

(২)অশুদ্ধ

উত্তৰঃ (১)শুদ্ধ

৫। তলৰ কোনটো গৌণ বা ক্ষুদ্ৰ ফলক নহয় ? 

(১) নাজাক

(২) এণ্টাৰ্কটিকা

(৩) আৰবীয়

উত্তৰঃ (২) এণ্টাৰ্কটিকা

৬। কিমান বছৰৰ আগৰ পৰা হিমালয় পৰ্বতৰ গঠন আৰম্ভ হৈছিল?

(১)২৫ নিযুত

(২)৪০ নিযুত

(৩)৫৫ নিযুত

উত্তৰঃ (২)৪০ নিযুত

৭। মেচোচৌৰাচ কি ?

(১)এটা সৰু প্ৰাণী

(২)এটা সৰু চৰাই

(৩)এটা হ্ৰদ

উত্তৰঃ 
(১)এটা সৰু প্ৰাণী

৮। ভাৰতত থকা গণ্ডোৱানা প্ৰকাৰৰ গেদীয় শিলৰ নমুনা দক্ষিণ গোলাৰ্দ্ধত কেইখন ভূখণ্ডত দেখা যায়।

(১)৪ খন

(২)৫ খন

(৩)৬ খন

উত্তৰঃ (৩)৬ খন

৯। তলত দিয়াবোৰৰ কোনটো ভাৰতীয় ফলকৰ উত্তৰফালৰ হিমালয় পৰ্বতৰ লানিয়ে লানিয়ে আছে ? 

(১) সাগৰীয় মহাদেশীয় ফলকৰ মিলন

(২) অপসাৰিত সীমা

(৩) সলনি বা ৰপান্তৰিত সীমা

উত্তৰঃ (১) সাগৰীয় মহাদেশীয় ফলকৰ মিলন

১০। ওৱেগনাৰ মতে মহাদেশবোৰক আতৰাই নিয়া বল কেইধৰণৰ ?

(১)দুই ধৰণৰ

(২)তিনি ধৰণৰ

(৩)চাৰি ধৰণৰ

উত্তৰঃ (১)দুই ধৰণৰ

১১। ফলকৰ সীমাবোৰ কেইপ্ৰকাৰৰ ?

(১)দুই প্ৰকাৰৰ

(২)তিনি প্ৰকাৰৰ

(৩)চাৰিপ্ৰকাৰৰ

উত্তৰঃ (২)তিনি প্ৰকাৰৰ

১২। অপসাৰিত সীমাৰেখাৰ উৎকৃষ্ট উদাহৰণ হল-

(১)মধ্যসাগৰীয় শৈলশিৰা

(২)মধ্যদেশীয় শৈলশিৰা

(৩)মধ্য আটলাণ্টিক শৈলশিৰা

উত্তৰঃ (৩)মধ্য আটলাণ্টিক শৈলশিৰা

১৩। কিমান বছৰ আগত পেংগিয়া বিভাজিত হৈছিল?

(১)১৫০ নিযুত বছৰৰ আগত

(২)২০০ নিযুত বছৰৰ আগত

(৩)২৫০ নিযুত বছৰৰ আগত

উত্তৰঃ (২)২০০ নিযুত বছৰৰ আগত

১৪। কিমান চনত হেছ নামৰ বিজ্ঞানীজনে সাগৰীয় তল বহলকৰণ মতবাদটো আগবঢ়াইছিল?

(১)১৯৫১ চনত

(২)১৯৬১ চনত

(৩)১৯৭১ চনত

উত্তৰঃ 
(২)১৯৬১ চনত

১৫। পৃথিৱীৰ গোটেই মেণ্টল অংশত পৰিচলন সোঁতে ক্ৰিয়া কৰি আছে, এই কথাষাৰ কৈছিল-

(১)মৰগানে

(২)হেৰিয়ে

(৩)হোমে

উত্তৰঃ (৩)হোমে

১৬। পেংগিয়া হল-

(১)এখন দেশ

(২)এখন মহাদেশ

(৩)এখন নদী

উত্তৰঃ 
(২)এখন মহাদেশ

১৭। ভাৰতত থকা গণ্ডোৱানা প্ৰকাৰৰ গেদীয় শিলৰ নমুনা দক্ষিণ গোলাৰ্দ্ধৰ ৬ খন ভূখণ্ডত দেখা যায়, সচাঁ নে মিছা ?

(১)সচাঁ

(২)মিছা

উত্তৰঃ (১)সচাঁ

১৮। ভাৰত উপ-মহাদেশৰ তলত কেইটা ভাগত ভাগ কৰা হৈছে ?

(১)দুটা ভাগত

(২)তিনিটা ভাগত

(৩)চাৰিটা ভাগত

উত্তৰঃ (১)দুটা ভাগত

১৯। মহাদেশবোৰে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে ?

(১)২২ শতাংশ

(২)২৭ শতাংশ

(৩)২৯ শতাংশ

উত্তৰঃ (৩)২৯ শতাংশ

২০। জাপানৰ এজন বতৰ বিজ্ঞানী হল-

(১)বুলাৰ্ড

(২)আলফ্ৰেড্ ওৱেগনাৰ

(৩)আৰথাৰ হোম

উত্তৰঃ (২)আলফ্ৰেড্ ওৱেগনাৰ