মনিক আৰু শিলা

১। গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ?  

(১) চিলিকা আৰু এলুমিনিয়াম

(২) লৌহ আৰু নিকেল

(৩) লৌহ আৰু অয়স্কআৰু প'টাছিয়াম

উত্তৰঃ (১) চিলিকা আৰু এলুমিনিয়াম

২। সৃষ্টিৰ তাৰতম্য অনুসৰি আগ্নেয়শিলা কেইপ্ৰকাৰৰ ?

(১)দুই প্ৰকাৰৰ

(২)তিনি প্ৰকাৰৰ

(৩)চাৰি প্ৰকাৰৰ

উত্তৰঃ (১)দুই প্ৰকাৰৰ

৩।  তলত উল্লেখ কৰা কোনবিধ গেদীয় শিলা নহয় ?

(১) ব্ৰেচিয়া

(২) টিলাইট

(৩) মাৰ্বল

উত্তৰঃ (৩) মাৰ্বল

৪। কোনবিধ খনিজদ্ৰব্য একক উপাদানেৰে গঠিত নহয় ? 

(১) সোণ

(২) খনিজ ক'লা মাটি

(৪) অভ্ৰ

উত্তৰঃ (৪) অভ্ৰ

৫। আটাইতকৈ কঠিন খনিজদ্ৰব্য কোনবিধ ? 

(১) ট'পাজ

(২) কোৱাৰ্জ

(৩) হীৰা

উত্তৰঃ (৩) হীৰা

৬। তলত উল্লেখ কৰা কোনটো ৰপান্তৰিত স্পষ্ট বৈশিষ্ট্য ?  

(১) পৰিৱৰ্তনশীল

(২) ফ'লিয়েচন

(৩) স্থিৰতা

উত্তৰঃ (২) ফ'লিয়েচন

৭। গঠন আৰু দানাৰ আকৃতি অনুযায়ী গেদীয় শিলাক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?

(১)চাৰিটা

(২)পাঁচটা

(৩)ছয়টা

উত্তৰঃ (২)পাঁচটা

৮। আগ্নেয়শিলাৰ মাজত সোণ,ৰূপ,তাম,সীহ,দস্তা আদি ধাতৱ পদাৰ্থ পোৱা যায়, সচাঁ নে মিছা ?

(১)সচাঁ

(২)মিছা

উত্তৰঃ (১)সচাঁ

৯। গঠনৰ ধৰণ অনুযায়ী গেদীয় শিলাক কেইটা ভাগত বিভক্ত কৰিব পাৰি ?

(১)দুটা

(২)তিনিটা

(৩)চাৰিটা

উত্তৰঃ (২)তিনিটা

১০। খনিজ দ্ৰব্যবোৰত ধাতু মিশ্ৰিত হৈ থাকেনে ?

(১)থাকে

(২)নাথাকে

উত্তৰঃ (২)নাথাকে

১১। ধাতৱ পদাৰ্থ মিশ্ৰিত খনিজ দ্ৰব্যসমূহক কেইটা ভাগত ভগাব পাৰি ?

(১)দুটা ভাগত

(২)তিনিটা ভাগত

(৩)চাৰিটা ভাগত

উত্তৰঃ (২)তিনিটা ভাগত

১২। ভূত্বক গঠনত এমফিবলৰ বৰঙনি কিমান শতাংশ-

(১)৪ শতাংশ

(২)৫ শতাংশ

(৩)৭ শতাংশ

উত্তৰঃ (৩)৭ শতাংশ

১৩। বৰ্তমানলৈ পৃথিৱীৰ খোলাটোত কিমানবিধ মণিক চিনাক্ত কৰা হৈছে ?

(১)15,000

(২)20,000

(৩)25,000

উত্তৰঃ (২)20,000

১৪। কোৱাৰ্জ কিহেৰে গঠিত ?

(১)চিলিকাৰে

(২)পাইৰক্সিনেৰে

(৩)ফছফেটেৰে

উত্তৰঃ (১)চিলিকাৰে

১৫। পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটো হল ভূত্বক, শুদ্ধ নে অশুদ্ধ-

(১)শুদ্ধ

(২)অশুদ্ধ

উত্তৰঃ (১)শুদ্ধ

১৬। আগ্নেয়শিলা হল প্ৰাথমিক শিলা, সচাঁ নে মিছা ?

(১)সচাঁ

(২)মিছা

উত্তৰঃ (১)সচাঁ

১৭। ৰূপান্তৰিত শব্দৰ অৰ্থ কি ?

(১)ৰূপ সংযোগ

(২)ৰূপান্তৰ

(৩)ৰূপৰ পৰিৱৰ্তন

উত্তৰঃ (৩)ৰূপৰ পৰিৱৰ্তন

১৮। উৎপত্তিৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি শিলাক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰিব পাৰি-

(১)দুটা

(২)তিনিটা

(৩)চাৰিটা

উত্তৰঃ 
(২)তিনিটা

১৯। এমফিবলৰ ৰং হল-

(১)ৰঙা

(২)হালধীয়া

(৩)সেউজীয়া

উত্তৰঃ (৩)সেউজীয়া

২০। কয়লা আৰু চূণশিল কি-

(১)জৈৱশিলা

(২)আগ্নেয় শিলা

(৩)শীতল শিলা

উত্তৰঃ 
(১)জৈৱশিলা