ভূ-আকৃতিক প্ৰক্ৰম

১। তলত দিয়া কোনবিধ অনুক্ৰমিক প্ৰক্ৰিয়া-

(১)অৱক্ষেপন

(২)জ্বালামুখী

(৩)খনন

উত্তৰঃ (৩)খনন

২। মৃত্তিকা সৃষ্টিৰ ক্ষেত্ৰত জলবায়ুৰ ভূমিকা গুৰুত্বপূৰ্ণনে ?

(১)হয়।

(২)নহয়।

উত্তৰঃ (১)হয়।

৩। নিম্ন উল্লেখিত কোনবিধ পদাৰ্থ জল যোজনা প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয় ?

(১)গ্ৰেনাইট

(২)লৱণ

(৩)বোকা


উত্তৰঃ 
(২)লৱণ

৪। গেদ সম্প্ৰপাত কোন শ্ৰেণীভূক্ত ?

(১)ভূ-স্খলন

(২)ধীৰ গতিৰ বৃহৎ সংচলন

(৩)ক্ষিপ্ৰ গতিৰ বৃহৎ সংচলন

উত্তৰঃ (৩)ক্ষিপ্ৰ গতিৰ বৃহৎ সংচলন

৫। কাৰকৰ ক্ৰিয়াৰ ভিন্নতা অনুসৰি বিচূৰ্ণীভৱনক কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি ?

(১)দুটা

(২)তিনিটা

(৩)চাৰিটা

উত্তৰঃ (২)তিনিটা

৬। মৃত্তিকা গঠন কিমানবিধ মূল কাৰকৰ দ্বাৰা গঠিত ?

(১)তিনিবিধ

(২)চাৰিবিধ

(৩)পাঁচবিধ

উত্তৰঃ (৩)পাঁচবিধ

৭। জিপচাম, কেলচিয়াম ছালফেটতকৈ স্থিৰ নে অস্থিৰ-

(১)স্থিৰ

(২)অস্থিৰ

উত্তৰঃ (২)অস্থিৰ

৮। সংচলনৰ ৰূপ কেইপ্ৰকাৰৰ-

(১)দুই প্ৰকাৰৰ

(২)তিনি প্ৰকাৰৰ

(৩)ছয় প্ৰকাৰৰ

উত্তৰঃ (২)তিনি প্ৰকাৰৰ

৯। ভূ-স্খলন কেইপ্ৰকাৰৰ ?

(১)একপ্ৰকাৰৰ

(২)বহুপ্ৰকাৰৰ

উত্তৰঃ (২)বহুপ্ৰকাৰৰ

১০। জলবায়ুৰ প্ৰধান উপাদান কেইটা ?

(১)দুটা

(২)ছয়টা

উত্তৰঃ (১)দুটা

১১। মাটিৰ ছিলিকা ধুই নিয়া প্ৰক্ৰিয়াক কি বোলে ?

(১)চিলিকবিহীনকৰণ

(২)ৰিজোবিয়াম

(৩)হিউমাছ

উত্তৰঃ 
(১)চিলিকবিহীনকৰণ

১২। মৃত্তিকাৰ উৎপত্তিৰ সময়ৰ অৱদান গুৰুত্বপূৰ্ণনে ?

(১)হয়

(২)নহয়

উত্তৰঃ (১)হয়

১৩। অৱক্ষেপন কিহৰ পৰিনাম-

(১)ভূ-স্খলনৰ

(২)খনন কাৰ্যৰ

(৩)ভূমিকম্পৰ

উত্তৰঃ (২)খনন কাৰ্যৰ

১৪। মৃত্তিকা এবিধ গতিশীল মাধ্যম, শুদ্ধ নে অশুদ্ধ-

(১)শুদ্ধ

(২)অশুদ্ধ

উত্তৰঃ (১)শুদ্ধ

১৫। কচুৱে কি খায়-

(১)মাটি

(২)মাছ

(৩)নিগনি

উত্তৰঃ (১)মাটি

১৬। বৃহৎ সংলচন কেই প্ৰকাৰে বৰ্গীকৰণ কৰিব পাৰি ?

(১)তিনিপ্ৰকাৰে

(২)ছয়প্ৰকাৰে

(৩)নপ্ৰকাৰে

উত্তৰঃ (১)তিনিপ্ৰকাৰে

১৭। ৰিবোজিয়াম কি ?

(১)এবিধ মৃত্তিকা

(২)এবিধ বেক্টেৰিয়া

(৩)এবিধ কংকৰ

উত্তৰঃ (২)এবিধ বেক্টেৰিয়া

১৮। মৃত্তিকা প্ৰৱাহ কোন অঞ্চলৰ অবয়ৱ ?

(১)ক্ৰান্তীয় নিম্ন

(২)ক্ৰান্তীয় আৰ্দ্ৰ

উত্তৰঃ (২)ক্ৰান্তীয় আৰ্দ্ৰ

১৯। স্খলিত পদাৰ্থবোৰ কেনেকোৱা হয় ?

(১)পনীয়া

(২)ডাঠ

(৩)শুকান

উত্তৰঃ (৩)শুকান

২০। জলবায়ুৰ ভেদে বেক্টেৰিয়াৰ কাৰ্যকলাপও বেলেগ হয়?

(১)শুদ্ধ

(২)অশুদ্ধ

উত্তৰঃ (১)শুদ্ধ