জলবায়ু

১। নিম্নলিখিত গেছবোৰৰ কোনটো গেছে বায়ুমণ্ডলৰ বেছি অংশ দখল কৰি আছে ?

(১)অক্সিজেন

(২)নাইট্ৰজেন

(৩)আৰ্গন

উত্তৰঃ (২)নাইট্ৰজেন

২। মানুহৰ বাবে উপযোগী বায়ুমণ্ডলৰ স্তৰটো হল-

(১)স্তৰমণ্ডল

(২)মেছমণ্ডল

(৩)ট্ৰপমণ্ডল

উত্তৰঃ 
(৩)ট্ৰপমণ্ডল

৩। বায়ুৰ গোন্ধ আছেনে ?

(১)আছে

(২)নাই

উত্তৰঃ (২)নাই

৪। সাগৰৰ নিমখ, পৰাগৰেণু, ছাই, ধোৱাৰ এলান্ধু, মিহি মৃত্তিকা- এইবোৰ সন্মিলিত হৈ আছে-

(১)গেছ

(২)ধূলিকণা

(৩)জলীয় ভাপ

উত্তৰঃ (২)ধূলিকণা

৫। বায়ুমণ্ডলৰ কিমান ঊৰ্ধ্বতম অংশত অক্সিজেন গেছৰ পৰিমাণ তেনেই নগণ্য ?

(১)৯০ কিলোমিটাৰ

(২)১২০ কিলোমিটাৰ

(৩)১৫০ কিলোমিটাৰ

উত্তৰঃ (২)১২০ কিলোমিটাৰ

৬। নিম্নলিখিত গেছবোৰৰ মাজৰ কোনবিধ গেছ আপতিত সৌৰ বিকিৰণৰ ক্ষেত্ৰত স্বচ্ছ আৰু পাৰ্থিৰ ওলাই যোৱা বিকিকৰণত অস্বচ্ছ ?

(১)অক্সিজেন

(২)নাইট্ৰজেন

(৩)কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (৩)কাৰ্বন-ডাই-অক্সাইড

৭। জলীয় বাষ্পবোৰ হল এবিধ গেছীয় পদাৰ্থ, সচাঁ নে মিছা ?

(১)সচাঁ

(২)মিছা

উত্তৰঃ (১)সচাঁ

৮। বায়ুৰ ৰং আছেনে ?

(১)আছে

(২)নাই

উত্তৰঃ (২)নাই

৯। বায়ুক কেতিয়া অনুভৱ কৰিব পাৰি-

(১)ভূমিকম্প আহিলে

(২)বতাহ বলিলে

(৩)জুই লাগিলে

উত্তৰঃ 
(২)বতাহ বলিলে

১০। বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৰ নাম কি ?

(১)মেছমণ্ডল

(২)স্তৰমণ্ডল

(৩)ট্ৰপমণ্ডল

উত্তৰঃ (৩)ট্ৰপমণ্ডল

১১। ট্ৰপমণ্ডলৰ গড় উচ্চতা কিমান-

(১)১১ কিলোমিটাৰ

(২)১৩ কিলোমিটাৰ

(৩)১৬ কিলোমিটাৰ

উত্তৰঃ (২)১৩ কিলোমিটাৰ

১২। বায়ুমণ্ডলৰ স্তম্ভক কেইটা স্তৰত ভাগ কৰা হৈছে ?

(১)তিনিটা

(২)চাৰিটা

(৩)পাঁচটা

উত্তৰঃ (৩)পাঁচটা

১৩। ট্ৰপপজৰ ওপৰৰ স্তৰটো কি ?

(১)স্তৰমণ্ডল

(২)মেছমণ্ডল

(৩)তাপমণ্ডল

উত্তৰঃ (১)স্তৰমণ্ডল

১৪। জলীয় বাষ্প উচ্চতাৰ ক্ৰম অনুসৰি কমি গৈ থাকে, শুদ্ধ নে অশুদ্ধ-

(১)শুদ্ধ

(২)অশুদ্ধ

উত্তৰঃ (১)শুদ্ধ

১৫। বায়ুমণ্ডল বিভিন্ন ঘনত্ব আৰু তাপ সম্পন্ন স্তৰেৰে গঠিত, সচাঁ নে মিছা -

(১)সচাঁ

(২)মিছা

উত্তৰঃ (১)সচাঁ

১৬। মেছমণ্ডল পৃথিৱীপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বিস্তত হৈ আছে ?

(১)৭০ কিলোমিটাৰ

(২)৭২ কিলোমিটাৰ

(৩)৮০ কিলোমিটাৰ

উত্তৰঃ (৩)৮০ কিলোমিটাৰ

১৭। আটাইতকৈ ঊৰ্ধ্বতম স্তৰটো হল-

(১)এক্সস্ফিয়াৰ

(২)ট্ৰপপজ

(৩)মেছপজ

উত্তৰঃ (১)এক্সস্ফিয়াৰ

১৮। জলীয় বাষ্পবোৰ ভূ-পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ থাকে ?

(১)৮০ কিলোমিটাৰ

(২)৯০ কিলোমিটাৰ

(৩)৯৫ কিলোমিটাৰ

উত্তৰঃ (২)৯০ কিলোমিটাৰ

১৯। বায়ুমণ্ডলত কি থাকে-

(১)অক্সিজেন

(২)নাইট্ৰজেন

(৩)কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (১)অক্সিজেন

২০। তলৰ কোনটো বস্তু নহলে আমি জীয়াই থাকিব নোৱাৰো-

(১)তাপ

(২)মৃত্তিকা

(৩)বায়ু

উত্তৰঃ (৩)বায়ু