সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা

১। ২১ জুনৰ দিনা দুপৰীয়া সূৰ্য লম্বমান হয় ঃ

(ক)বিষুবত

(খ)২৩.৩° দক্ষিণ অক্ষৰেখাত

(গ)২৩.৫° উত্তৰ অক্ষৰেখাত

উত্তৰঃ (গ)২৩.৫° উত্তৰ অক্ষৰেখাত

২। নিম্নলিখিত মহানগৰৰসমূহৰ, ভিতৰত কোনখনত দিনবোৰ দীঘল ?

(ক)তিৰুৱনন্তপুৰম্

(খ)চণ্ডীগড়

(গ)
হায়দৰাবাদ

উত্তৰঃ (ক)তিৰুৱনন্তপুৰম্

৩। ক্ৰান্তীয় অঞ্চলত প্ৰত্যেক বৰ্গমিটাৰত আতপন হল-

(ক)৩২০ ৱাট

(খ)৩৬০ ৱাট

(গ)৪০০ ৱাট

উত্তৰঃ (ক)৩২০ ৱাট

৪। বায়ুমণ্ডল প্ৰধানকৈ তপত হয়-

(ক)প্ৰতিফলিত সৌৰ বিকিৰণৰ দ্বাৰা

(খ)দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰণৰ দ্বাৰা

(গ)সিঁচৰতি হৈ পৰা সৌৰ বিকিৰণৰ দ্বাৰা

উত্তৰঃ (খ)দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰণৰ দ্বাৰা

৫। পৃথিৱীয়ে আহৰণ কৰা সকলো শক্তিৰ উৎস হল-

(ক)সূৰ্য

(খ)বায়ু

(গ)
সৌৰশক্তি

উত্তৰঃ (ক)সূৰ্য

৬। মেৰুমণ্ডলত প্ৰত্যেক বৰ্গমিটাৰত আতপন হল-

(ক)৬০ ৱাট

(খ)৬৬ ৱাট

(গ)৭০ ৱাট


উত্তৰঃ 
(গ)৭০ ৱাট

৭। ক্ৰান্তীয় অঞ্চলত প্ৰত্যেক বৰ্গমিটাৰত আতপন হল ৩২০ ৱাট-

(ক)শুদ্ধ

(খ)অশুদ্ধ


উত্তৰঃ 
(ক)শুদ্ধ

৮। সূৰ্যই হল পৃথিৱীয়ে আহৰণ কৰা সকলো শক্তিৰ উৎস হল-

(ক)শুদ্ধ

(খ)অশুদ্ধ

উত্তৰঃ 
(ক)শুদ্ধ

৯। মেৰুমণ্ডলত প্ৰত্যেক বৰ্গমিটাৰত আতপন হল ৭০ ৱাট-

(ক)শুদ্ধ

(খ)অশুদ্ধ


উত্তৰঃ 
(ক)শুদ্ধ

১০। বিভিন্ন বাষ্পীয় উপাদানৰ সমষ্টিৰে গঠিত বায়ুৰ আৱৰণকে               বোলে।

(ক)জীৱমণ্ডল

(খ)বায়ুমণ্ডল

(গ)স্থলমণ্ডল


উত্তৰঃ 
(খ)বায়ুমণ্ডল