প্ৰাৰম্ভিক সমাজ

১। পৃথিৱীত মানুহৰ আবিৰ্ভাৱ কেতিয়া হৈছিল?

(ক) ৫৫ লাখ বছৰ আগতে

(খ) ৫৬ লাখ বছৰ আগতে

(গ) ৬০ লাখ বছৰ আগতে

উত্তৰঃ (খ) ৫৬ লাখ বছৰ আগতে

২। ''On the Origin of Species'' নামৰ গ্ৰন্থখন কোনে প্ৰকাশ কৰিছিল? 

(ক) চাৰ্লচ ডাৰউইন

(খ) হাৰ্মান ছাফাউচেন

(গ) মেৰী

উত্তৰঃ (ক) চাৰ্লচ ডাৰউইন

৩। বজ্ৰা আৰু ধান সহজতে ক'ত উৎপাদিত হৈছিল?

(ক) পশ্চিম এছিয়াত

(খ) আফ্ৰিকাত

(গ) পশ্চিম দক্ষিণ পূৱ-এছিয়াত

উত্তৰঃ (গ) পশ্চিম দক্ষিণ পূৱ-এছিয়াত

৪। হ'ম' কি শব্দৰ?

(ক) টাই শব্দৰ

(খ) গ্ৰীক  শব্দৰ

(গ) লেটিন শব্দৰ

উত্তৰঃ (গ) লেটিন শব্দৰ

৫। আদিম যুগৰ মানুহে কিমান বছৰৰ আগতে হাতিয়াৰ নিৰ্মাণ কৰিছিল?

(ক) ২৫,০০০ বছৰৰ আগতে

(খ) ৩৫,০০০ বছৰৰ আগতে

(গ) ৪০,০০০ বছৰৰ আগতে

উত্তৰঃ (খ) ৩৫,০০০ বছৰৰ আগতে

৬। আলটামিৰা কিমান চনত আৱিষ্কাৰ কৰা হৈছিল?

(ক) ১৮৭৯ চনত

(খ) ১৮৮২ চনত

(গ) ১৯৬০ চনত

উত্তৰঃ (ক) ১৮৭৯ চনত

৭। বৰফৰ যুগ কেতিয়া অন্ত পৰিছিল?

(ক) ১০,০০০ বছৰৰ আগতে

(খ) ৪,৫০০ বছৰৰ আগতে

(গ) ১৩,০০০ বছৰৰ আগতে

উত্তৰঃ (গ) ১৩,০০০ বছৰৰ আগতে

৮। আলটামিৰা গুহাত পোৱা চিত্ৰটো কি আছিল?

(ক) ষাঁড় গৰু

(খ) গৰু

(গ) ম'হ

উত্তৰঃ (ক) ষাঁড় গৰু

৯। কেতিয়া পৰা ভাষা বিকাশ হৈছিল?

(ক) ১ নিযুত বছৰ পূৰ্বে

(খ) ২ নিযুত বছৰ পূৰ্বে

(গ) ১২৫,০০০ বছৰ পূৰ্বে

উত্তৰঃ (খ) ২ নিযুত বছৰ পূৰ্বে

১০। হ'মিনিড বিলাক কোনটো প্ৰজাতিত অন্তগৰ্ত?

(ক) হ'ম ইৰেক্টাচ

(খ) অষ্ট্ৰাল'পিথেকাচ

(গ) হ'ম চেপিয়ান

উত্তৰঃ (খ) অষ্ট্ৰাল'পিথেকাচ