মূল বাসিন্দাৰ স্থানান্তৰকৰণ 

১। আমেৰিকাত গৃহযুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

(ক) ১৮৩৭ খ্ৰীঃ পূঃ

(খ) ১৮৪০ খ্ৰীঃ পূঃ

(গ) ১৮৬১ খ্ৰীঃ পূঃ

উত্তৰঃ (গ) ১৮৬১ খ্ৰীঃ পূঃ

২। সকলোতকৈ পুৰণি মানৱ-কৃতি এক কাঁড়ৰ জোং ক'ত পোৱা গৈছিল?

(ক) আমেৰিকাত

(খ) ইউৰোপত

(গ) কানাডাত

উত্তৰঃ (ক) আমেৰিকাত

৩। কিমান চনত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ কালিফোৰ্মিয়াত সোণৰ চিন পোৱা গৈছিল?

(ক) ১৭০১ চনত

(খ) ১৭৯১ চনত

(গ) ১৮৪০ চনত

উত্তৰঃ (গ) ১৮৪০ চনত

৪। কিমান চনত ফৰাচী সকলে কুইবেকত ফৰাচী উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল?  

(ক) ১৬০৮ চনত

(খ) ১৬২০ চনত

(গ) ১৯৮০ চনত

উত্তৰঃ (ক) ১৬০৮ চনত

৫। কাঁটাতাঁৰ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল?

(ক) ১৮৭০ চনত

(খ) ১৮৭৩ চনত

(গ) ১৮৬১ চনত

উত্তৰঃ (খ) ১৮৭৩ চনত

৬। কপাহ আৰু ধান খেতি ক'ত কৰিছিল?

(ক) ইউৰোপত

(খ) বৃটেইনত

(গ) অষ্ট্ৰেলিয়াত

উত্তৰঃ (ক) ইউৰোপত

৭। কিমান শতিকাৰৰ পৰা ইউৰোপৰ কিছুমান লোক আমেৰিকালৈ আহিছিল?

(ক) ১৬ শতিকাৰত

(খ) ১৭ শতিকাৰত

(গ) ১৮ শতিকাৰত

উত্তৰঃ (খ) ১৭ শতিকাৰত

৮। বৃটেইনে কোনখন দেশৰ লগত যুদ্ধ কৰি কানাড়া লাভ কৰিছিল?

(ক) আমেৰিকাৰ

(খ) ইউৰোপ

(গ) ফ্ৰান্স

উত্তৰঃ (গ) ফ্ৰান্স

৯। ৰাজনৈতিক আৰু অৰ্থনৈতিক বৈষম্য়ৰ বিৰোধী বুলি  জনাজাত কোন আছিল?

(ক) এন্দ্ৰু জেকছন

(খ) টমাচ জেফাৰচন

(গ) কলম্বাচ

উত্তৰঃ (ক) এন্দ্ৰু জেকছন

১০। কিমান চনত উজনি আৰু নামনি কানাডাৰ কানাডিয়ান ইউনিয়ন গঠন হৈছিল?

(ক) ১৮৩৭ খ্ৰীঃ পূঃ

(খ) ১৮৪০ খ্ৰীঃ পূঃ

(গ) ১৮৬৫ খ্ৰীঃ পূঃ

উত্তৰঃ (খ) ১৮৪০ খ্ৰীঃ পূঃ