পৰিৱৰ্তিত ঐতিহ্য়

১। ভাস্কো দা গামাই কিমান চনত কালিকট বন্দৰত উপস্থিত হৈছিল?

(ক) ১৪৯২ খ্ৰীঃ পূঃ

(খ) ১৪৯৮ খ্ৰীঃ পূঃ

(গ) ১৫১০ খ্ৰীঃ পূঃ

উত্তৰঃ (খ) ১৪৯৮ খ্ৰীঃ পূঃ

২। পৰ্তুগীজ সকলে দাস বাণিজ্য় কেতিয়া আৰম্ভ কৰিছিল?

(ক) ১৪৪২ চনত

(খ) ১৪৭১ চনত

(গ) ১৪৭৫ চনত

উত্তৰঃ (ক) ১৪৪২ চনত

৩। অভিজাতসকল কোন শ্ৰেণী লোক আছিল? 

(ক) প্ৰথম শ্ৰেণী

(খ) দ্বিতীয় শ্ৰেণী

(গ) তৃতীয় শ্ৰেণী

উত্তৰঃ (খ) দ্বিতীয় শ্ৰেণী

৪। পবিত্ৰ ৰোমান সম্ৰাট কোন আছিল?

(ক) চাৰ্লেমেগ্নেক

(খ) মাৰ্টেল

(গ) ভাস্কো দা গামাৰ

উত্তৰঃ (ক) চাৰ্লেমেগ্নেক

৫। এখন সৰু মেনৰ জমিদাৰীত কিমান জন পৰিয়াল থাকে?

(ক) ১০/১২ টা পৰিয়াল

(খ) ৩০/৪০ টা পৰিয়াল

(গ) ৫০/৬০ টা পৰিয়াল

উত্তৰঃ (ক) ১০/১২ টা পৰিয়াল

৬। মনেষ্টেৰী শব্দটো কি ভাষা আছিল?

(ক) আৰবী

(খ) টাই

(গ) গ্ৰীক

উত্তৰঃ (গ) গ্ৰীক

৭। কোনে খেতি কৰিছিল?

(ক) যাজকসকলে

(খ) চাৰ্ফসকলে

(গ) নাইটসকলে

উত্তৰঃ (খ) চাৰ্ফসকলে

৮। খেতিয়ক সকলক কেইটা শ্ৰেণীত ভাগ কৰা হয়?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

উত্তৰঃ (ক) ২ টা

৯। প্ৰথম কুঁহিয়াৰ খেতি ক'ত কৰা হৈছিল?

(ক) অষ্ট্ৰেলিয়াত

(খ) জাপানত

(গ) পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত

উত্তৰঃ (গ) পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত

১০। স্পেইনে মেক্সিকো কেতিয়া দখল কৰিছিল?

(ক) ১৪৬৫ খ্ৰীঃ পূঃ

(খ) ১৫২১ খ্ৰীঃ পূঃ

(গ) ১৬০৭ খ্ৰীঃ পূঃ

উত্তৰঃ (খ) ১৫২১ খ্ৰীঃ পূঃ