ঔদ্য়োগিক বিপ্লৱ

১। কয়লা আৰু কপাহী কাপোৰৰ উদ্য়োগ ক'ত গঢ়ি উঠিছিল?

(ক) এছিয়া

(খ) আমেৰিকা

(গ) বৃটেইন

উত্তৰঃ (গ) বৃটেইন

২। ইজিপ্তত কোনে শাসন কৰিছিল?

(ক) মহম্মদ আলিয়ে

(খ) আব্দুল কাদিৰে

(গ) হিটলাৰে

উত্তৰঃ (ক) মহম্মদ আলিয়ে

৩। পাঞ্জাৱত কোনে শিখৰাজ্য় প্ৰতিষ্ঠা কৰিছিল?

(ক) চাৰ্লচ ডাৰউইনে

(খ) ৰণজিৎ সিংহই

(গ) হেনৰী কৰ্টে

উত্তৰঃ (খ) ৰণজিৎ সিংহই

৪। ভাপত চলা ৰেল ইঞ্জিন কেতিয়া নিৰ্মাণ কৰা হৈছিল?

(ক) ১৭৬০ চনত

(খ) ১৭৯৬ চনত

(গ) ১৮১৪ চনত

উত্তৰঃ (গ) ১৮১৪ চনত

৫। ৱাটাৰ ফ্ৰেম নামৰ মেচিনটো কোনে আৱিষ্কাৰ কৰিছিল?

(ক) জেমচ্ হাৰগ্ৰীভচে

(খ) ৰিছাৰ্দ আৰ্কৰাইটে

(গ) জ'ন কেয়ে

উত্তৰঃ (খ) ৰিছাৰ্দ আৰ্কৰাইটে

৬। কিমান চনত উৰন্ত মাকোৰ তাঁতশাল জ'ন কেয়ে আৱিষ্কাৰ কৰিছিল?

(ক) ১৭৩৩ খ্ৰীঃ পূঃ

(খ) ১৭৬৯ খ্ৰীঃ পূঃ

(গ) ১৮৩০ খ্ৰীঃ পূঃ

উত্তৰঃ (ক) ১৭৩৩ খ্ৰীঃ পূঃ

৭। ১৮৩২ চনত মহামাৰী হোৱা কাৰণে কিমান লোকৰ মৃত্য়ু হৈছিল ?

(ক) ৩০,০০০

(খ) ৩১,০০০

(গ) ৩৫,০০০

উত্তৰঃ (খ) ৩১,০০০

৮। পাৱাৰ লুম কোনে আৱিষ্কাৰ কৰিছিল?

(ক) চেমুৱেল ক্ৰম্পটনে

(খ) জেমচ্ হাৰগ্ৰীভচে

(গ) এডমাও কাৰ্টৰাইটে

উত্তৰঃ (গ) এডমাও কাৰ্টৰাইটে

৯। জাপানী নৌবাহিনীয়ে কেতিয়া ৰুছ নৌবাহিনীক পৰাস্ত কৰিছিল?

(ক) ১৯০৫ চনত

(খ) ১৯১৭ চনত

(গ) ১৯২১ চনত

উত্তৰঃ (ক) ১৯০৫ চনত

১০। আটাইতকৈ ডাঙৰ মহানগৰখনৰ নাম কি?

(ক) ইংলেণ্ড

(খ) আফ্ৰিকা

(গ) লণ্ডন

উত্তৰঃ (গ) লণ্ডন