বচন

1. কোনপ্ৰকাৰ বচনত উদ্দেশ্য আৰু বিধেয় উভয়ে ব্যাপ্ত ?

(ক)P বচনত ।

(খ)E বচনত ।

(গ)J বচনত ।

উত্তৰঃ (খ)E বচনত ।

2. বিশেষ সদৰ্থক বচনত সাংকেতিক নাম কি ?

(ক)B বচন ।

(খ)T বচন ।

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)T বচন ।

3. 'O' বচনত কোন পদ ব্যাপ্ত ?

(ক)উদ্দেশ্য পদ

(খ)বিধেয়ক পদ

(গ)ওপৰৰ দুয়োটা


উত্তৰঃ 
(খ)বিধেয়ক পদ

4. বাক্য আৰু বচন দুয়োটা একেনে ?

(ক)হয়

(খ)নহয়

(গ)
ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)নহয়

5. গুণ অনুসৰি বচনক কেইটা ভাগত ভগোৱা হয় ?

(ক)তিনিটা

(খ)দুটা

(গ)এটা


উত্তৰঃ 
(খ)দুটা

6. 'A' বচনটো সাৰ্বিক সদৰ্থক হয়নে ? 

(ক)নহয়

(খ)হয়

(গ)
ওপৰৰ দুয়োটা

উত্তৰঃ (খ)হয়

7. বচনৰ বিধেয় এটা কি ?

(ক)পদ

(খ)শব্দ

(গ)বচন

উত্তৰঃ 
(ক)পদ

8. এটা বচনত কেইটা পদ থাকে ?

(ক)তিনিটা

(খ)দুটা

(গ)পাঁচটা


উত্তৰঃ 
(খ)দুটা

9. 'E' বচনটো কি বচন ?

(ক)উদ্দেশ্য

(খ)সাৰ্বিক

(গ)সদৰ্থক


উত্তৰঃ 
(খ)সাৰ্বিক

10. সংকল্পক বচনৰ ভাগ কেইটা ?

(ক)এটা

(খ)তিনিটা

(গ)দুটা


উত্তৰঃ 
(গ)দুটা

11. অনিবাৰ্য বচন কি বটনৰ এটা ভাগ ।

(ক)নিশ্চয়তা

(খ)বিশ্বাস

(গ)আত্মনিৰ্ভৰশীলতা


উত্তৰঃ 
(ক)নিশ্চয়তা

12. বচন সদায় কি কালত থাকিব পাৰে ?

(ক)ভৱিষ্যৎ কাল

(খ)বৰ্তমান কাল

(গ)অতীত কাল


উত্তৰঃ 
(খ)বৰ্তমান কাল

13. বাক্য যিকোনো কালৰ হ'ব পাৰে নে ?

(ক)পাৰে

(খ)নোৱাৰে

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(ক)পাৰে