পদৰ ব্যাপ্ততা
1. সামান্য বচনত কি পদ ব্য়াপ্ত ?
(ক)বিধেয় পদ
(খ)উদ্দেশ্য পদ
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)উদ্দেশ্য পদ
2. কোন প্ৰকাৰ বচনত উদ্দেশ্য আৰু বিধেয়ক উভয়ে ব্যাপ্ত ?
(ক)'A'
(খ)'I'
(গ)'E'
(খ)'I'
(গ)'E'
উত্তৰঃ (গ)'E'
3. 'O' বচনত কি পদ ব্যাপ্ত ?
(ক)উদ্দেশ্য
(খ)বিধেয়
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (খ)বিধেয়
4. 'A' বচনত কি পদ ব্যাপ্ত ?
(ক)উদ্দেশ্য
(খ)বিধেয়
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)উদ্দেশ্য
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)উদ্দেশ্য
5. এটা বিশেষ সদৰ্থক বচনত কোন পদ ব্যাপ্ত ?
(ক)বিধেয়
(খ)উদ্দেশ্য
(গ)কোনো পদেই ব্যাপ্ত নহয়
উত্তৰঃ (গ)কোনো পদেই ব্যাপ্ত নহয়
(খ)উদ্দেশ্য
(গ)কোনো পদেই ব্যাপ্ত নহয়
উত্তৰঃ (গ)কোনো পদেই ব্যাপ্ত নহয়
6. বচন এটা সদৰ্থক হ'লে কি পদ অব্যাপ্ত হয় ?
(ক)উদ্দেশ্য
(খ)বিধেয়
(গ)ওপৰৰ এটাও নহয়
(খ)বিধেয়
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)বিধেয়
7. নঞৰ্থক বচনত দুয়োটা পদেই ব্যাপ্ত হয় । উক্তিটো সঁচা নে --
(ক)সত্য
(খ)অসত্য
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (খ)অসত্য
(খ)অসত্য
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (খ)অসত্য
8. উদ্দেশ্য পদ কি বচনত ব্যাপ্ত হয় ?
(ক)বিশেষ বচনত
(খ)সাৰ্বিক বচনত
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)সাৰ্বিক বচনত
(খ)সাৰ্বিক বচনত
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)সাৰ্বিক বচনত
9. সামান্য নঞৰ্থক বচনত কি কি পদ ব্যাপ্ত ?
(ক)উদ্দেশ্য
(খ)বিধেয়
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (গ)ওপৰৰ দুয়োটা
(খ)বিধেয়
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (গ)ওপৰৰ দুয়োটা
10. বিশিষ্ট বচনৰ ক্ষেত্ৰত কোন পদ ব্যাপ্ত ?
(ক)বিধেয়
(খ)উদ্দেশ্য
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (গ)ওপৰৰ দুয়োটা
11. পদৰ ব্যাপ্তৰ বিষয়বস্তু কি ?
(ক)ব্যাচাৰ্থ
(খ)বচন
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)ব্যাচাৰ্থ
(খ)বচন
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)ব্যাচাৰ্থ
12. কিছুমান মানুহ নহয় পৰিশ্ৰমী । কি বচন হব --
(ক)'A'
(খ)'I'
(গ)'O'
উত্তৰঃ (গ)'O'
(খ)'I'
(গ)'O'
উত্তৰঃ (গ)'O'
13. সকলো মানুহ হয় মৰণশীল - A , ইয়াত কি পদ ব্যাপ্ত হব--
(ক)উদ্দেশ্য পদ
(খ)বিধেয় পদ
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)উদ্দেশ্য পদ
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)উদ্দেশ্য পদ
14. কিছুমান মানুহ নহয় সুখী - 'O', এই বাক্য শাৰীত কি পদ ব্যাপ্ত ?
(ক)বিধেয় পদ
(খ)উদ্দেশ্য পদ
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (ক)বিধেয় পদ
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (ক)বিধেয় পদ
15. শান্তি হয় এনে যি সকলোৰে কাম্য - A, এই বাক্য শাৰীত কি পদ ব্যাপ্ত ?
(ক)উদ্দেশ্য পদ
(খ)বিধেয় পদ
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)উদ্দেশ্য পদ
(খ)বিধেয় পদ
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)উদ্দেশ্য পদ
0 Comments