পদৰ ব্যাপ্ততা 

1. সামান্য বচনত কি পদ ব্য়াপ্ত ?

(ক)বিধেয় পদ

(খ)উদ্দেশ্য পদ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)উদ্দেশ্য পদ

2. কোন প্ৰকাৰ বচনত উদ্দেশ্য আৰু বিধেয়ক উভয়ে ব্যাপ্ত ?

(ক)'A'

(খ)'I'

(গ)
'E'

উত্তৰঃ (গ)'E'

3. 'O' বচনত কি পদ ব্যাপ্ত ?

(ক)উদ্দেশ্য

(খ)বিধেয়

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (খ)বিধেয়

4. 'A' বচনত কি পদ ব্যাপ্ত ?

(ক)উদ্দেশ্য

(খ)বিধেয়

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(ক)উদ্দেশ্য

5. এটা বিশেষ সদৰ্থক বচনত কোন পদ ব্যাপ্ত ?

(ক)বিধেয়

(খ)উদ্দেশ্য

(গ)কোনো পদেই ব্যাপ্ত নহয়


উত্তৰঃ 
(গ)কোনো পদেই ব্যাপ্ত নহয়

6. বচন এটা সদৰ্থক হ'লে কি পদ অব্যাপ্ত হয় ?

(ক)উদ্দেশ্য

(খ)বিধেয়

(গ)
ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)বিধেয়

7. নঞৰ্থক বচনত দুয়োটা পদেই ব্যাপ্ত হয় । উক্তিটো সঁচা নে --

(ক)সত্য

(খ)অসত্য

(গ)ওপৰৰ দুয়োটা


উত্তৰঃ 
(খ)অসত্য

8. উদ্দেশ্য পদ কি বচনত ব্যাপ্ত হয় ?

(ক)বিশেষ বচনত

(খ)সাৰ্বিক বচনত

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(খ)সাৰ্বিক বচনত

9. সামান্য নঞৰ্থক বচনত কি কি পদ ব্যাপ্ত ?

(ক)উদ্দেশ্য

(খ)বিধেয়

(গ)ওপৰৰ দুয়োটা


উত্তৰঃ 
(গ)ওপৰৰ দুয়োটা

10. বিশিষ্ট বচনৰ ক্ষেত্ৰত কোন  পদ ব্যাপ্ত ?

(ক)বিধেয়

(খ)উদ্দেশ্য

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (গ)ওপৰৰ দুয়োটা

11. পদৰ ব্যাপ্তৰ বিষয়বস্তু কি ?

(ক)ব্যাচাৰ্থ

(খ)বচন

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(ক)ব্যাচাৰ্থ

12. কিছুমান মানুহ নহয় পৰিশ্ৰমী । কি বচন হব --

(ক)'A'

(খ)'I'

(গ)'O'


উত্তৰঃ 
(গ)'O'

13. সকলো মানুহ হয় মৰণশীল - A , ইয়াত কি পদ ব্যাপ্ত হব--

(ক)উদ্দেশ্য পদ

(খ)বিধেয় পদ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
(ক)উদ্দেশ্য পদ

14. কিছুমান মানুহ নহয় সুখী - 'O', এই বাক্য শাৰীত কি পদ ব্যাপ্ত ?

(ক)বিধেয় পদ

(খ)উদ্দেশ্য পদ

(গ)ওপৰৰ দুয়োটা


উত্তৰঃ 
(ক)বিধেয় পদ

15. শান্তি হয় এনে যি সকলোৰে কাম্য - A, এই বাক্য শাৰীত কি পদ ব্যাপ্ত ?

(ক)উদ্দেশ্য পদ

(খ)বিধেয় পদ

(গ)ওপৰৰ এটাও নহয়


উত্তৰঃ 
(ক)উদ্দেশ্য পদ