সংবিধানঃ কিয় আৰু কেনেকৈ

1. সংবিধান সভা নিৰ্বাচিত কৰা হৈছিল-

(ক)অবিভক্ত ভাৰতবৰ্ষৰ বাবে

(খ)আমেৰিকাৰ বাবে

(গ)আফ্ৰিকাৰ বাবে

উত্তৰঃ (ক)অবিভক্ত ভাৰতবৰ্ষৰ বাবে

2. সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল-

(ক)১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে

(খ)১৯৪৭ চনৰ ৩জুন তাৰিখে

(গ)১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে


উত্তৰঃ 
(গ)১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে

3. ভাৰতৰ সংবিধান সভা হিচাপে পুনৰ মিলিত হৈছিল- 

(ক)১৯৪৭ চনৰ ১৪ আগষ্ট

(খ)১৯৪৯ চনৰ ২৬ নবেম্বৰ

(গ)১৯৪৭ চনৰ ১৫ আগষ্ট


উত্তৰঃ 
(ক)১৯৪৭ চনৰ ১৪ আগষ্ট

4. বিধান মণ্ডল কিমান চনত গঠন কৰা হৈছিল?

(ক)১৮২৬ চনত

(খ)১৯৩৫ চনত

(গ)১৯৪৯ চনত


উত্তৰঃ 
(খ)১৯৩৫ চনত

5. স্বাধীনতা আন্দোলন কোনে উথাপন কৰিছিল?

(ক)পণ্ডিত জৱাহৰলাল নেহেৰুৱে

(খ)ৰাজীব গান্ধীয়ে

(গ)ইন্দিৰা গান্ধীয়ে


উত্তৰঃ 
(ক)পণ্ডিত জৱাহৰলাল নেহেৰুৱে

6. সংবিধান সভা কিমান দিন ধৰি বহিছিল?

(ক)১৭৭ দিন

(খ)১৬৬

(গ)১৪৫


উত্তৰঃ 
(খ)১৬৬

7. সংবিধান সভাৰ কেইখন কমিটি আছিল?

(ক)৫ খন

(খ)৮ খন

(গ)৪ খন


উত্তৰঃ 
(খ)৮ খন

8. সংবিধান সভাৰ সভাপতি কোন আছিল?

(ক)ড বি.আৰ. আম্বেদকাৰ

(খ)জৱাহৰলাল নেহৰু

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
(ক)ড বি.আৰ. আম্বেদকাৰ

9. সংবিধান সভাৰ প্ৰদেন সভাপতি কোন আছিল। 

(ক)ৰাষ্ট্ৰপতি

(খ)উপৰাষ্ট্ৰপতি

(গ)প্ৰধান মন্ত্ৰী


উত্তৰঃ 
(খ)উপৰাষ্ট্ৰপতি

10. দেশীয় ৰাজ্যসমুহৰ নূন্যতম আসন কেইখন। 

(ক)৯৩

(খ)৮৫

(গ)৯৬


উত্তৰঃ 
(ক)৯৩

11. প্ৰাদেশিক বিধানমণ্ডল সমূহ কিমান চনত গঠন কৰা হৈছিল। 

(ক)১৯৩৫ চনত

(খ)১৯৪৭ চনত

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
(ক)১৯৩৫ চনত

12. সংবিধানৰ কাম হৈছে

(ক)সমাজত সিদ্ধান্ত গ্ৰহন কৰাৰ কাৰণে কাৰ ক্ষমতা আছে সেই কথা নিৰূপণ কৰা।

(খ)চৰকাৰ গঠন কৰা

(গ)জনসাধাৰণৰ লগত মিলা-প্ৰীতিৰে থকা।

উত্তৰঃ 
(খ)চৰকাৰ গঠন কৰা

13. সংবিধানৰ তৃতীয় কামটো কি

(ক)চৰকাৰৰ ক্ষমতা পৰিসীমিত কৰা

(খ)চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰা

(গ)চৰকাৰ গঠন কৰা


উত্তৰঃ 
(খ)চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰা

14. কাৰ পতনৰ পাছত ইৰাকৰ নতুন সংবিধান ৰচনা কৰিছিল

(ক)ছাদ্দাম হুছেইনৰ পতনৰ পাছত

(খ)মহাত্মা গান্ধীৰ পতনৰপাছত

(গ)জৱাহৰলাল নেহৰু পতনৰ পাছত

উত্তৰঃ (ক)ছাদ্দাম হুছেইনৰ পতনৰ পাছত

15. সংবিধান প্ৰস্তত কৰাৰ জটিল প্ৰকৃতিৰ এক অন্যতম উদাহৰণ হৈছে

(ক)নেপাল

(খ)ভূটান

(গ)
বাংলাদেশ

উত্তৰঃ (ক)নেপাল

16. নেপালৰ কেইখন সংবিধান আছিল

(ক)৩ খন

(খ)৫খন

(গ)২ খন

উত্তৰঃ (খ)৫খন

17. নেপালৰ কোন খন সংবিধানে সভাৰ দাবীটো সদায়েই আদবঢ়াই আহিছিল

(ক)অসম গণ পৰিষদ পাৰ্টী

(খ)ভাৰতীয় জনতা পাৰ্টী

(গ)কমিফনিষ্ট পাৰ্টী

উত্তৰঃ (গ)কমিফনিষ্ট পাৰ্টী

18. চৰকাৰৰ অংগ কেইটা? 

(ক)২টা

(খ)৩ টা

(গ)৫ টা


উত্তৰঃ 
(খ)৩ টা

19. কংগ্ৰেছ দল আৰু মহাত্মা গান্ধীক কোনে চোকা সমালোচনা কৰিছিল?

(ক)ড আম্বেদকাৰে

(খ)ৰাজেন্দ্ৰ প্ৰসাদ

(গ)আবুল কালাম আজাদ


উত্তৰঃ 
(ক)ড আম্বেদকাৰে

20. সংবিধান সভাৰ সভাপতি আছিল

(ক)ড ৰাজেন্দ্ৰপ্ৰসাদ

(খ)ড বি.আৰ. আম্বেদকাৰ

(গ)চৰ্দাৰ পেটেল


উত্তৰঃ 
(ক)ড ৰাজেন্দ্ৰপ্ৰসাদ