ৰাজনৈতিক  তত্ত্বৰ পৰিচয়

১। ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল ?  

(ক) ১৯৪৮

(খ) ১৯৫০

(গ) ১৯৪৭

উত্তৰঃ (গ) ১৯৪৭

২। ভাৰতক স্বাধীন কৰা ক্ষেত্ৰত কোন জন মহাপুৰুষে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ?

(ক) ড°ভূপেন হাজৰিকা

(খ) ক'লা গুৰু বিষ্ণু প্ৰষাদ ৰাভা

(গ) মহাত্মা গান্ধী

উত্তৰঃ (গ) মহাত্মা গান্ধী

৩। কোন চনৰ কোন তাৰিখে ভাৰতীয় সংবিধান খনক ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হৈছিল ?

(ক) ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে

(খ) ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে

(গ) ১৯৪৮ চনৰ ১০ আক্টোবৰ তাৰিখে

উত্তৰঃ (ক) ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে

৪। তত্ব শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি ?

(ক) theory

(খ) thomus

(গ) Think

উত্তৰঃ (ক) theory

৫। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী কোন আছিল ?

(ক) জৱাহৰলাল নেহৰু

(খ) নৰেন্দ্ৰ  মোদী

(গ) মনমোহন সিং

উত্তৰঃ (ক) জৱাহৰলাল নেহৰু

৬। ভাৰতৰ প্ৰথম গৰাকী মহিলা  ৰাষ্ট্ৰপ্ৰতি কোন  আছিল ?

(ক) কিৰণ বেদী

(খ) প্ৰতিভা দেৱী সিং পাতিল

(গ)  কল্পনা  চাওলা

উত্তৰঃ (খ) প্ৰতিভা দেৱী সিং পাতিল

৭। 'ৰাজনীতি' শব্দটোৰ ইংৰাজী প্ৰতিশব্দ  কি?

(ক) political

(খ) polimar

(গ) present

উত্তৰঃ (ক) political

৮। তলৰ কোনখন দেশৰ লগত আমাৰ দেশৰ ৰাজনৈতিক সম্পৰ্ক বেয়া?

(ক) থাইলেণ্ড

(খ) ফিলিপাইন

(গ) পাকিস্তান

উত্তৰঃ (গ) পাকিস্তান

৯। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰ প্ৰতি কোন আছিল ?

(ক) ৰাজেন্দ্ৰ প্ৰসাদ

(খ) আব্দুল  কালাম

(গ) সৰ্বপল্লী ৰাধাকৃষ্ণন

উত্তৰঃ (ক) ৰাজেন্দ্ৰ প্ৰসাদ

১০। ভাৰতৰ প্ৰথম  গৰাকী  মহিলা  প্ৰধানমন্ত্ৰী কোন আছিল ?

(ক) ইন্দিৰা গান্ধী

(খ) প্ৰতিভা দেবী সিং পাতিল

(গ) কল্পনা  চাওলা

উত্তৰঃ (ক) ইন্দিৰা গান্ধী