সম্পদ

১) সম্পদ কেই প্ৰকাৰৰ ?

ক) ২ প্ৰকাৰৰ

খ) ৩ প্ৰকাৰৰ

গ) ৫ প্ৰকাৰৰ

উত্তৰঃ খ) ৩ প্ৰকাৰৰ

২) অসমৰ ৰাষ্ট্ৰীয় উদ্য়ান কেইখন ?

ক) ৫ খন

খ) ৭ খন

গ) ৮ খন

উত্তৰঃ খ) ৭ খন

৩) ভাৰতবৰ্ষত ২০১১-১২ চনত দৰিদ্ৰ লোকৰ সংখ্য়া কিমান শতাংশ আছিল ?

ক) ২১.৯২ শতাংশ

খ) ৯১.৫৪  শতাংশ

গ) ৯৩.৯১ শতাংশ

উত্তৰঃ ক) ২১.৯২ শতাংশ

৪) ২০১১-১২ চনত অসমত দৰিদ্ৰ লোকৰ সংখ্য়া কিমান শতাংশ আছিল ?

ক) ৩১.৯৮ শতাংশ

খ) ৭২.১৯ শতাংশ

গ) ৭২.১৯ শতাংশ

উত্তৰঃ ক) ৩১.৯৮ শতাংশ

৫) ক্ষয়শীল সম্পদ কোনবিধ ?

ক) কৃষিজাত দ্ৰব্য়

খ) বতাহ শক্তি

গ) কয়লা

উত্তৰঃ গ) কয়লা

৬) ভাৰতত কিমান চনত প্ৰথমে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?

ক) ১৮৮৯ চনত

খ) ১৯৯০ চনত

গ) ১৯৯১ চনত

উত্তৰঃ ক) ১৮৮৯ চনত

৭) পৃথিৱীত প্ৰায় কিমান প্ৰজাতিৰ খাদ্য়জাত উদ্ভিদ আছে ?

ক) ৭০,০০০

খ) ৭৫,০০০

গ) ৮০,০০০

উত্তৰঃ গ) ৮০,০০০

৮) অসমত বন্য়প্ৰাণী অভয়াৰণ্য় কিমান খন আছে ?

ক) ১০ খন

খ) ১৮ খন

গ) ২১ খন

উত্তৰঃ খ) ১৮ খন

৯) প্ৰাথমিক উপভোক্তা কোন বিধ ?

ক) শিয়াল

খ) শেন চৰাই

গ) গৰু

উত্তৰঃ গ) গৰু

১০) অসমে ভাৰতৰ কিমান শতাংশ এলেকা আগুৰি আছে ?

ক) ৮.১ শতাংশ

খ) ২.৯৩ শতাংশ

গ) ৪.৩১ শতাংশ

উত্তৰঃ খ) ২.৯৩ শতাংশ