অসমৰ অৰ্থনৈতিক বুনিয়াদ

১) ৰাজ্য়খনৰ কিমান শতাংশ মানুহে কৃষি ওপৰত নিৰ্ভৰ কৰে ?

ক) ৭৫ শতাংশ

খ) ৮০ শতাংশ

গ) ৯০ শতাংশ

উত্তৰঃ খ) ৮০ শতাংশ

২) অসমৰ কিমান শতাংশ মাটি কৃষি কাৰ্য্য়ত ব্য়ৱহৃত হয় ?

ক) ১০.৫৫ শতাংশ

খ) ১২.৭৫ শতাংশ

গ) ৫৪.১১ শতাংশ

উত্তৰঃ গ) ৫৪.১১ শতাংশ

৩) শস্য় উৎপাদনৰ  সময় অনুসৰি অসমৰ কৃষিক কেইটা ভাগত ভাগ কৰা হয় ?

ক) ৩ টা

খ) ৪ টা

গ) ৫ টা

উত্তৰঃ ক) ৩ টা

৪) অসমৰ খাৰিফ কৃষি কেতিয়া সিঁচা হয় ?

ক) নৱেম্বৰ-ডিচেম্বৰ মাহত

খ) এপ্ৰিল-মে মাহত

গ) অক্টোবৰ-নৱেম্বৰ মাহত

উত্তৰঃ খ) এপ্ৰিল-মে মাহত

৫) ২০১৫-১৬ চনত ধানৰ উৎপাদন কিমান আছিল ?

ক) ৫১,২৫,০০০ টন

খ) ৫২,২৩,০০০ টন

গ) ৫৩,৫৯,০০০ টন

উত্তৰঃ ক) ৫১,২৫,০০০ টন

৬) অসমৰ মূখ্য় খাদ্য় শস্য় কি ?

ক) সৰিয়হ

খ) মাকৈ

গ) ধান

উত্তৰঃ গ) ধান

৭) কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্য়োগসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ?

ক) ৩ টা

খ) ৫ টা

গ) ৭ টা

উত্তৰঃ ক) ৩ টা

৮) অসমৰ ক্ষুদ্ৰ উদ্য়োগ প্ৰতিষ্ঠানৰ বাবে কেইখন উদ্য়োগ পাম গঢ়ি তোলা হৈছিল ?

ক) ১১ খন

খ) ৫০ খন

গ) ৬৪ খন

উত্তৰঃ খ) ৫০ খন

৯) অসমৰ কোনখন জিলাত আটাইতকৈ বেছি সংখ্য়াৰ পঞ্জীয়নভূক্ত উদ্য়োগ আছে ?

ক) নগাঁও

খ) শিৱসাগৰ

গ) ডিব্ৰুগড়

উত্তৰঃ গ) ডিব্ৰুগড়

১০) কিমান চনত 'গ্ৰীণ টি' উৎপাদন কৰা হৈছিল ?

ক) ১৯৭১ চনত

খ) ১৯৮০ চনত

গ) ১৯৯৮ চনত

উত্তৰঃ খ) ১৯৮০ চনত