হাতী

1. হাতী গল্পটো কোনে লিখিছিল ?

ক)হেমচন্দ্ৰ বৰুৱা

খ)হোমেন বৰগোহাঞি

গ)আনন্দচন্দ্ৰ আগৰৱালা

উত্তৰঃ খ)হোমেন বৰগোহাঞি

2. তেখেতৰ  কিমান চনত জন্ম হৈছিল ?

ক)১৯৩০ চনত

খ)১৯৩২ চনত

গ)১৯৫৬ চনত

উত্তৰঃ খ)১৯৩২ চনত

3. কবি, গল্পকাৰ ঔপন্যাসিক, তত্ত্বানুসন্ধিতসু কথাশিল্পী তেওঁৰ পিছলৈ কি সাংবাদিক হিচাপে প্ৰতিষ্ঠা লাভ কৰে ?

ক)সুদাক্ষ

খ)গীতিকাৰ

গ)এটাও নহয়

উত্তৰঃ 

4. কি যুগৰ অন্যতম লেখক বৰগোহাঞিৰ হাততেই অসমীয়া গল্প আৰু উপন্যাসত আধুনিকতাবাদে সাৰ্থক ৰূপে লাভ কৰে ?

ক)ৰামধেনুৰ যুগৰ

খ)সাহিত্যিক যুগৰ

গ)এটাও নহয়

উত্তৰঃ ক)ৰামধেনুৰ যুগৰ

5. তেওঁৰ অন্যতম উপন্যাস কেইখন ?

ক)ন খন

খ)আঠ খন

গ)সাতখন

উত্তৰঃ ক)ন খন

6. তেওঁৰ উল্লেখযোগ্য গল্প সকলন কেইখন ?

ক)তিনিখন

খ)দুখন

গ)চাৰি খন

উত্তৰঃ গ)চাৰি খন

7. কি তেওঁৰ একমাত্ৰ কাব্য সংকলন ?

ক)তান্ত্ৰিক

খ)হৈমন্তী

গ)কুশীলৱ

উত্তৰঃ খ)হৈমন্তী

8. তেওঁৰ আত্মজীৱনীমূলক গন্থ কেইখন ?

ক)এখন

খ)দুখন

গ)তিনিখন

উত্তৰঃ খ)দুখন

9. বাপধন কাৰ প্ৰিয়-

ক)বুঢ়াৰ প্ৰিয়

খ)
বৰমইনাহঁতৰ

গ)ৰাতিয়াৰ

উত্তৰঃ ক)বুঢ়াৰ প্ৰিয়

10. কি ৰচনাৰ ভালেমান সংকলনে তেওঁৰ চিন্তা-চেতনাৰ পৰিচয় দিছে ?

ক)তিমিৰ তীৰ্থ

খ)সাউদৰ পুতেকে নাও মেলি যায়

গ)প্ৰবন্ধ আৰু অনুপম

উত্তৰঃ গ)প্ৰবন্ধ আৰু অনুপম

11. তেওঁ কিমান চনত পিতাত্ৰ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বচা লাভ কৰে ?

ক)১৯৭৬ চনত

খ)১৯৭৮ চনত

গ)১৯৭৫ চনত

উত্তৰঃ ক)১৯৭৬ চনত

12. পিতাপুত্ৰ উপন্যাস কাৰ ৰছনা-

ক)ফনী শৰ্মা

খ)জ্যেতিপ্ৰসাধ আগৰৱালা

গ)হোমেন বৰগোহাঞি

উত্তৰঃ গ)হোমেন বৰগোহাঞি

13. তেওঁ কিমান চনত সাহিত্য অকাডেমী বঁচা লাভ কৰে ?

ক)১৯৭২ চনত

খ)১৯৭৮ চনত

গ)
১৯৭৪ চনত

উত্তৰঃ খ)১৯৭৮ চনত

14. কিমান চনত সাহিত্য সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁলৈ অসম উপত্যকা সাহিত্য বঁটা আগবঢ়োৱা হয় ?

ক)১৯৯৩ চনত

খ)১৯৯৭ চনত

গ) ১৯৯২ চনত

উত্তৰঃ গ) ১৯৯২ চনত

15. কিমান চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰে ?

ক)২০০১ চনত

খ)২০০২ চনত

গ)২০০৩ চনত

উত্তৰঃ ক)২০০১ চনত

16. মটৰ-গাড়ী হোৱাত কোন অসন্তুষ্ট হ'ল? 

ক)বলোৰাম

খ)বাপধন

গ)বৰমইনা

উত্তৰঃ ক)বলোৰাম

17. বিৰক্ত হৈ একো নেমাতি কোন গুচি গ'ল?

ক)বাপধন

খ)বলোৰাম

গ)বৰমইনা

উত্তৰঃ গ)বৰমইনা

18. হাতীটোৰ নাম কি আছিল-

ক)বাপধন

খ)ধন

গ)হৰিধন

উত্তৰঃ ক)বাপধন

19. বাপধন কোন আছিল ?

ক)এটা হাতী

খ)এটা ভাটৌ

গ)এটা কুকুৰ

উত্তৰঃ ক)এটা হাতী

20. আগতে দৰা কিহত আহে-

ক)হাতীত

খ)গাড়ীত

গ)থেলাত

উত্তৰঃ ক)হাতীত