বহাগ বিহুৰ পৰম্পৰা

1. বহাগ বিহুৰ পৰম্পৰা গদ্যটো কোনে লিখিছিল ?

ক) লক্ষ্মীধৰ শৰ্মা

খ) হেমচন্দ্ৰ বৰুৱা

গ) প্ৰফুল্লদত্ত  গোস্বামী

উত্তৰঃ গ) প্ৰফুল্লদত্ত  গোস্বামী

2. তেখেতৰ কিমান চনত জন্ম হৈছিল ?

ক) ১৯১৭ চনৰ ১৬ মাৰ্চত

খ) ১৭৫৬ চনৰ ১৭ এপিলত

গ) ১৯১৯ চনৰ ১৮মাৰ্চত

উত্তৰঃ গ) ১৯১৯ চনৰ ১৮মাৰ্চত

3. সূৰ্য তুলা ৰাশি গলে কি হয়?

ক) বহাগ বিহু

খ) মাঘ বিহু

গ) কাতি বিহু

উত্তৰঃ গ) কাতি বিহু

4. তেখেতৰ ক'ত জন্ম হৈছিল ?

ক) কামৰূপৰ নহিৰা সত্ৰত

খ) তেজপুৰ

গ) নগাঁও


উত্তৰঃ 
ক) কামৰূপৰ নহিৰা সত্ৰত

5. তেখেতৰ পিতৃ নাম কি ?

ক) হেমচন্দ্ৰ গোস্বামী

খ) সিংহদত্ত দেৱ

গ) প্ৰসন্নলাল চৌধুৰী


উত্তৰঃ 
খ) সিংহদত্ত দেৱ

6. বৈশাখীৰ আন এটা নাম কি?

ক) বিহু

খ) বিহো

গ) বিষু

উত্তৰঃ 
গ) বিষু

7. তেখেতৰ পিতৃ কি আছিল  ?

ক) কবি

খ) গীতিকাৰ

গ) এটাও নহয়

উত্তৰঃ ক) কবি

8. কিমান চনত কটন কলেজৰ পৰা ইংৰাজী সন্মানসহ স্নাতক ডিগ্ৰী লৈ ? 

ক) ১৯৫৬ চনত

খ) ১৯৪০ চনত

গ) ১৯৬৭ চনত

উত্তৰঃ খ) ১৯৪০ চনত

9. কিহৰ লগত সংগতি ৰাখি বিহু উদযাপন কৰা হয়? 

ক) উৎসৱৰ লগত

খ) বৰষুণৰ লগত

গ) খেতি-বাতিৰ লগত

উত্তৰঃ গ) খেতি-বাতিৰ লগত

10. কিমান চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম এ উপাধি লাভ কৰে ?

ক) ১৯৪৪ চনত

খ) ১৯৭৭ চনত

গ) ১৯২২ চনত

উত্তৰঃ ক) ১৯৪৪ চনত

11. কিমান চনত কটন মহাবিদ্যালয়ত যোগ দিয়ে

ক) ১৯৬৫ চনত

খ) ১৯৫১ চনত

গ) ১৯৪৫ চনত

উত্তৰঃ গ) ১৯৪৫ চনত

12. বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ নামৰ পুস্তিকাখন কিমান চনত চপোৱা হৈছিল ?

ক) ১৯১১ চনত

খ) ১৯১৫ চনত

গ) ১৯১৮ চনত

উত্তৰঃ গ) ১৯১৮ চনত

13. কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু বি টি বিভাগৰ ইংৰাজী প্ৰবক্তাৰূপে তেওঁ নিযুক্তি পায় ?

ক) ১৯৪৫ চনত

খ) ১৯৫৬ চনত

গ) ১৯৪৮ চনত

উত্তৰঃ গ) ১৯৪৮ চনত

14. প্ৰাধ্যাপক আৰু বিভাগীয় মুৰব্বীৰূপে কাৰ্যনিবাহ কৰি কিমান চনত অৱসৰ লয় ?

ক) ১৯৮১ চনত

খ) ১৯৭২ চনত

গ) ১৯৮২ চনত

উত্তৰঃ ক) ১৯৮১ চনত

15. কিমান চনত আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়তো তেওঁ কিছুদিন অধ্যাপনা কৰিছিল ?

ক) ১৯৫৫ চনত

খ) ১৯৬৬ চনত

গ) ১৯৭৭ চনত

উত্তৰঃ খ) ১৯৬৬ চনত

16. তেখেতে ইংৰাজী আৰু অসমীয়াভাষাত ভালেসংখ্যক কি ৰচনা কৰিছিল ?

ক) কাব্য

খ) গল্প

গ) গ্ৰন্থ

উত্তৰঃ গ) গ্ৰন্থ

17. তেখেতে সাহিত্য আৰু জীৱন গন্থ খন কিমান চনত ৰচনা কৰিছিল ?

ক) ১৯৫৫ চনত

খ) ১৯৭৮ চনত

গ) ১৯৮৮ চনত

উত্তৰঃ ক) ১৯৫৫ চনত

18. সমন্বয় শব্দ অৰ্থ কি ?

ক) পোহপাল

খ) মিলন

গ) সুখ

উত্তৰঃ খ) মিলন

19. তেখেতৰ কিমান চনত মৃত্যু হৈছিল ?

ক) ১৯৯৩ চনৰ ১৪ জানুৱাৰীত

খ) ১৯৯৮ চনৰ ১৭ মাৰ্চত

গ) ১৯৯৪ চনৰ ১৯ নৱেম্বৰত

উত্তৰঃ গ) ১৯৯৪ চনৰ ১৯ নৱেম্বৰত

20. বিহুৰ অধিবাস কি ?

ক) উৰুকা

খ) গৰুবিহু

গ) মানুহবিহু

উত্তৰঃ ক) উৰুকা