আনন্দৰাম বৰুৱা

Chapter 3 

১)  অমৃত মানে কি?

(ক) সুধা বা এবিধ ৰস।

(খ) ভাগ্য়বান।

(গ) শ্ৰেষ্ঠ ।

উত্তৰঃ (ক) সুধা বা এবিধ ৰস ।


২) উপেন্দ্ৰ চন্দ্ৰ লেখাৰু কিমান চনত জন্ম হৈছিল?

(ক) ১৯০৪ চনত।

(খ) ১৯০৫ চনত।

(গ) ১৯৭০ চনত।

উত্তৰঃ (খ) ১৯০৫ চনত । 


৩)  আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?

(ক) কৰ্ম।

(খ) ধৰ্ম।

(গ) দেশভক্তি।

উত্তৰঃ (ক) কৰ্ম।


৪)  কোনখন সংস্কৃতি গ্ৰন্থ আনন্দৰামে ল'ৰালিকালতে কণ্ঠস্থ কৰিব পাৰিছিল?

(ক) 'কথা সাহিত্য়'

(খ) 'অনুবাদমূলক'

(গ) 'অমৰকোষ'

উত্তৰঃ (গ) 'অমৰকোষ'


৫)  আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল?

(ক) সংস্কৃত ভাষা

(খ) সাহিত্য়ৰ

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ


৬)  আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল

(ক) যতীন্দ্ৰনাথ দুৱৰা

(খ) উপেন্দ্ৰ চন্দ্ৰ লেখাৰু

(গ) তীৰ্থনাথ শৰ্মা

উত্তৰঃ (খ) উপেন্দ্ৰ চন্দ্ৰ লেখাৰু


৭)  ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্তি প্ৰথমজন অসমীয়া কোন?

(ক) আনন্দৰাম বৰুৱা

(খ) উপেন্দ্ৰ চন্দ্ৰ লেখাৰু

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) আনন্দৰাম বৰুৱা


৮)  আনন্দৰাম বৰুৱাৰ জন্ম হোৱা জিলাখনৰ নাম কি?

(ক) গুৱাহাটীৰ

(খ) তিনিচুকীয়া

(গ) নগাঁও

উত্তৰঃ (ক) গুৱাহাটীৰ


৯)  উপেন্দ্ৰ চন্দ্ৰ লেখাৰু কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯০৫ চনত

(খ) ১৯০৪ চনত

(গ) ১৯৭৯ চনত

উত্তৰঃ (গ) ১৯৭৯ চনত


১০)  ভাৰত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল?

(ক) আমেৰিকা

(খ) এউৰোপ

(গ) কলিকতা

উত্তৰঃ (খ) এউৰোপ


১১)  প্ৰকৃষ্ট মানে কি?

(ক) উত্তম

(খ) শ্ৰেষ্ঠ

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ 


১২)  পদাংক অৰ্থ কি?

(ক) প্ৰকাশ্য় 

(খ) জ্য়েষ্ঠসকল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়


১৩) আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

(ক) 'মহাবীৰ চৰিত'

(খ) 'অমৰকোষ'

(গ) অনুবাদমূলক 

উত্তৰঃ (ক) 'মহাবীৰ চৰিত'


১৪) কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব?

(ক) 'সাহিত্য়ৰ চৰ্চা'

(খ) 'মূল্য়বান সংস্কৃত গ্ৰন্থ'

(গ)'মহাবীৰ চৰিত' 

উত্তৰঃ (খ) 'মূল্য়বান সংস্কৃত গ্ৰন্থ'


১৫)  আনন্দৰাম বৰুৱাৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৮৬৪ চনত

(খ) ১৮৬৯ চনত

(গ) ১৮৫০ চনত

উত্তৰঃ (গ) ১৮৫০ চনত


১৬)  আনন্দৰাম বৰুৱা কলিকতা প্ৰেছিডেন্সী কলেজৰ পৰা  কিমান চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল?

(ক) ১৮৬৪ চনত

(খ) ১৮৬৯ চনত

(গ) ১৮৭২ চনত

উত্তৰঃ (খ) ১৮৬৯ চনত


১৭) ক'ত ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছল?

(ক) গুৱাহাটী

(খ) কলিকতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয় 


১৮)  আনন্দৰাম বৰুৱা কিমান চনত মৃত্য়ু হৈছিল? 

(ক) ১৯৬৯ চনত

(খ) ১৮৭২ চনত

(গ) ১৮৮৯ চনত

উত্তৰঃ (গ) ১৮৮৯ চনত


১৯)  উপেন্দ্ৰ চন্দ্ৰ লেখাৰুয়ে 'অসমীয়া' বিষয়ৰ উপৰি আৰু কি ভাষাত এম.এ.ডিগ্ৰী লাভ কৰিছিল?

(ক) বাংলা

(খ) ইংৰাজী

(গ) হিন্দী

উত্তৰঃ (ক) বাংলা


২০)  উপেনন্দ্ৰ চন্দ্ৰ লেখাৰু উল্লেখযোগ্য় সম্পাদিত গ্ৰন্থ কি?

(ক) 'ভক্তি বিবেক'

(খ) 'কথা সাহিত্য়'

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ